• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2026 11:14 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালিৰ (শুকুৰবাৰ) দিনটো বলীউডৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় আছিল, কাৰণ একেদিনাই ছবিগৃহত মুক্তি পাইছে বিভিন্ন ধাৰাৰ তিনিখন ছবি। একেদিনাই ডাঙৰ পৰ্দাত মুক্তি পালে কংগনা ৰানাৱতৰ ‘ভাৰত ভাগ্য বিধাতা’, দিলজিৎ দোচাঞ্জৰ ‘মেই ৱাপছ আউংগা’ আৰু প্ৰবীণ অভিনেতা মনোজ বাজপেয়ীৰ ‘গভৰ্ণৰ’ ছবি। এতিয়া প্ৰথম দিনাৰ বক্স অফিচত ছবিসমূহৰ সংগ্ৰহৰ পৰিসংখ্যাও চৰ্চালৈ আহিছে।

বক্স অফিচৰ প্ৰতিবেদন

Apply Now

মুকলি দিনৰ সংগ্ৰহত বাণিজ্য বিশ্লেষকসকল অলপ আচৰিত হৈছে। কাৰণ কোনো এখন ছবিয়েই বক্স অফিচত ডাঙৰ বা বিস্ফোৰক আৰম্ভণি কৰিব নোৱাৰিলে। তাতোকৈ আচৰিত কথাটো হ’ল, তাৰকাৰে ভৰা শক্তিশালী অভিনেতা-অভিনেত্ৰী থকাৰ পাছতো তিনিখন ছবিৰ কোনো এখনেই প্ৰথম দিনাই ১ কোটিৰ সীমা স্পৰ্শ কৰিব নোৱাৰিলে।

‘ভাৰত ভাগ্য বিধাতা‘

প্ৰথম দিনাৰ সংগ্ৰহঃ ০.৭৬ কোটি টকা

অভিনয়: কংগনা ৰানাৱত, গিৰিজা অক আৰু স্মিতা টাম্বে।

‘ভাৰত ভাগ্য বিধাতা’ ২৬/১১ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ হৃদয় বিদাৰক আৰু ৰোমাঞ্চকৰ সত্য কাহিনী। কেমা হাস্পতালৰ চিকিৎসক আৰু স্বাস্থ্যসেৱা কৰ্মীসকলৰ অসাধাৰণ বীৰত্বৰ কাহিনী বৰ্ণনা কৰা হৈছে, যিয়ে নিজৰ জীৱনকো তুচ্ছ কৰি ৰোগীক বচাইছিল।

এই ছবিখনত কংগনা ৰানাৱটে এগৰাকী নাৰ্ছৰ চৰিত্ৰত অভিনয় কৰিছে। অতি শক্তিশালী আৰু আৱেগিক বিষয়বস্তুৰ মাজতো ছবিখনে মুক্তিৰ প্ৰথম দিনাই আশানুৰূপ দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হয়। ফলত প্ৰথম দিনটোৰ সংগ্ৰহ ০.৭৬ কোটি টকাতে সীমাবদ্ধ হৈ পৰিল।

‘মেইন ৱাপছ আউংগা‘

প্ৰথম দিনাৰ সংগ্ৰহঃ ০.৯১ কোটি টকা

অভিনয়: দিলজিৎ দোচাঞ্জ, বেদাং ৰাইনা, নাছিৰুদ্দিন শ্বাহ আৰু শৰ্ৱৰী ওৱাঘ।

প্ৰখ্যাত পৰিচালক ইমতিয়াজ আলীৰ পৰিচালনাত নিৰ্মিত ‘মেই ৱাপছ আউংগা’ এখন পিৰিয়ডিক প্ৰেম কাহিনী। শুকুৰবাৰে মুক্তি পোৱা তিনিখন ছবিৰ ভিতৰত এই ছবিখনে দৰ্শকৰ পৰা সৰ্বাধিক সমৰ্থন আৰু মৰম লাভ কৰিছে। ছবিখনত দিলজিৎ দোচাঞ্জ আৰু শৰ্বৰী ওৱাঘৰ অন স্ক্ৰীণ কেমিষ্ট্ৰীয়ে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰে।

ইয়াৰ লগতে নাছিৰুদ্দিন শ্বাহ আৰু বেদাং ৰাইনাৰ অভিনয়েও ছবিখনক অধিক শক্তিশালী কৰি তুলিছে। আকৰ্ষণীয় গীত আৰু ইমতিয়াজ আলীৰ অনন্য ৰোমান্টিক কাহিনী কোৱা শৈলীৰ বলত ছবিখনে মুক্তিৰ প্ৰথম দিনাই ০.৯১ কোটি টকাৰ ব্যৱসায় কৰিছে।

‘গভৰ্ণৰ‘

প্ৰথম দিনাৰ সংগ্ৰহঃ ০.৬৯ কোটি টকা

অভিনয়: মনোজ বাজপেয়ী, আদা শৰ্মা আৰু নৌছাদ মহম্মদ কুঞ্জু।

ভাৱ গধূৰ আৰু চিন্তাশীল ছবি ভাল পোৱা দৰ্শকৰ বাবে পৰিচালক চিন্ময় মাণ্ডলেকাৰে লৈ আহিছে ‘গভৰ্ণৰ’। এইখন এখন ৰাজনৈতিক নাট্যধৰ্মী ছবি, যাৰ পটভূমি ১৯৯১ চনত ভাৰতৰ ঐতিহাসিক অৰ্থনৈতিক সংকট।

যদিও ইয়াক গুৰুত্বপূৰ্ণ আৰু গভীৰ বিষয়বস্তুৰে নিৰ্মাণ কৰা হৈছে, তথাপিও ছবিখন মূলতঃ এটা নিৰ্দিষ্ট শ্ৰেণীৰ দৰ্শকৰ বাবে নিৰ্মাণ কৰা হৈছে। সেইবাবেই মুক্তিৰ প্ৰথম দিনাই ছবিখনৰ বক্স অফিচ যাত্ৰা বৰ বেছি ভাল নাছিল। প্ৰথম দিনা মাত্ৰ ০.৬৯ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ‘গভৰ্ণৰ’য়ে।

যদিও তিনিখন ছবিৰ বিষয়বস্তুৰ বৈচিত্ৰ্য আছে, তথাপিও কোনো এখন ছবিয়ে বক্স অফিচত বৃহৎ সফলতা লাভৰ কোনো লক্ষণ দেখা পোৱা নাই। কিন্তু বাণিজ্য বিশেষজ্ঞসকলৰ মতে ছুটিৰ দিনত যদি দৰ্শকৰ সংখ্যা বৃদ্ধি পায় তেন্তে ছবিসমূহৰ আয়ৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন হ’ব পাৰে। এতিয়া দেখা যাওক কোনখন ছবিয়ে সাপ্তাহান্তিকত সৰ্বাধিক দৰ্শকক আকৰ্ষণ কৰিব পাৰে আৰু বক্স অফিচৰ যুঁজত আগবাঢ়িব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

June 13, 2026 11:30 am
‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

June 13, 2026 11:14 am
ইণ্টাৰনেট অবিহনেই চাব পাৰিব লাইভ টিভি : ভাৰতত মুকলি কৰা হ’ল বিশেষ ডি২এম ফোন

ইণ্টাৰনেট অবিহনেই চাব পাৰিব লাইভ টিভি : ভাৰতত মুকলি কৰা হ’ল বিশেষ ডি২এম ফোন

June 13, 2026 10:33 am
FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

FIFA World Cup 2026: দেশৰ মাটিত জয়েৰে আৰম্ভ বিশ্বকাপ অভিযান! পেৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰিলে আমেৰিকাই

June 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

প্ৰতি নিশা ৩ বজাত হঠাৎ টোপনি ভাঙে নেকি? এই লক্ষণ হ’ব পাৰে আপোনাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ সংকেত

June 13, 2026 11:30 am
‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

‘ভাৰত ভাগ্য বিধাতা’ই সলনি কৰিব নোৱাৰিলে কংগনাৰ ভাগ্য! প্ৰথম দিনাৰ আয় কিমান? প্ৰতিদ্বন্দ্বিতাত আন দুখন ছবি

June 13, 2026 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd