• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

টেনিছৰ ড'প পৰীক্ষাৰ নতুন নিয়মক লৈ সৰৱ হৈ পৰিছে ছেৰেনা উইলিয়ামছ। তেওঁৰ মতে এই নিয়ম সম্পূৰ্ণ অযৌক্তিক। উইম্বলডনত প্ৰত্যাৱৰ্তন কৰাৰ আগতে এই ব্যৱস্থাক অপেশাদাৰী বুলিও কটাক্ষ কৰিছে ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকীগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 29, 2026 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেনিছৰ ড‘প পৰীক্ষাৰ নতুন নিয়মক লৈ সৰৱ হৈ পৰিছে ছেৰেনা উইলিয়ামছ। তেওঁৰ মতে এই নিয়ম সম্পূৰ্ণ অযৌক্তিক। উইম্বলডনত প্ৰত্যাৱৰ্তন কৰাৰ আগতে এই ব্যৱস্থাক অপেশাদাৰী বুলিও কটাক্ষ কৰিছে ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকীগৰাকীয়ে।

৪৪ বছৰীয়া ছেৰেনাই পুনৰ পেছাদাৰী টেনিছলৈ উভতি আহিব বিচৰাৰ বাবে তেওঁ নিৰ্দিষ্ট নিয়ম মানি চলিবলগীয়া হৈছে। তেওঁ ড‘প পৰীক্ষাও দিবলগীয়া হৈছে। এই অভিজ্ঞতাৰ বিষয়ে ছেৰেনাই কয় যে এইটো বহুত কষ্টকৰ আৰু ক্লান্তিকৰ। এতিয়া কিছুমান নিয়ম সলনি হৈছে যিবোৰ তেওঁ নাজানিছিল। তেওঁ কয় যে নিৰ্দিষ্ট সময়ৰ বাহিৰত কোনো পৰীক্ষা নিদিলেও সেয়া পৰীক্ষা বাতিল কৰা বুলি ধৰা হ‘ব, এনেকুৱা হ‘লে তেওঁ নিজৰ ল‘ৰা-ছোৱালীক আনিবলৈকো যাব নোৱাৰিব। সাতবাৰৰ উইম্বলডন চেম্পিয়নগৰাকীয়ে লগতে কয় যে এইটো একেবাৰে অপেশাদাৰী ব্যৱস্থা আৰু তেওঁ ইয়াক ঘিণ কৰে। তেওঁ ড‘প পৰীক্ষা অপ্ৰয়োজনীয় বুলি কোৱা নাই, কিন্তু নিৰ্দিষ্ট সময়ৰ বাহিৰত ক’ৰবালৈ যাব বিচাৰিলে যাবলৈ দিয়া উচিত। সেইটোক পৰীক্ষা নিদিয়া বুলি বিবেচনা কৰিব নালাগে। ২০২২ চনৰ পাছত পুনৰ ঘাঁহৰ ক‘ৰ্টত খেলিব ছেৰেনাই আৰু প্ৰথম মেচত তেওঁৰ প্ৰতিপক্ষ হৈছে মায়া জায়াণ্ট।

Apply Now

ছেৰেনাই জনাইছে যে ড‘প পৰীক্ষাৰ এই নতুন নিয়মৰ বাবে তেওঁ টেনিছলৈ উভতি অহাৰ ক্ষেত্ৰত যথেষ্ট দ্বিধাত আছিল। তেওঁ কয় যে এনেদৰে নিৰ্দিষ্ট সময়ৰ বাহিৰত ড‘প পৰীক্ষা দিয়াটো বহুত ডাঙৰ সমস্যা। তেওঁ বৰ ব্যস্ত মানুহ, তেওঁৰ দুটা সন্তান আছে আৰু নিজে এটা সংস্থাও চলায়। কামৰ বাবে বিভিন্ন দেশলৈ ঘূৰিবলগীয়া হয় আৰু বিভিন্ন সময়ত বেলেগ বেলেগ চহৰত থাকিবলগীয়া হয়। সেয়ে নিৰ্দিষ্ট সময়ৰ বাহিৰত ক’লে সকলো সময়তে পৰীক্ষা দিয়াটো সম্ভৱ নহয়।

টেনিছত ড‘প পৰীক্ষাৰ নতুন নিয়মত ছেৰেনা উইলিয়ামছ বিৰক্ত হৈ পৰিছে। পৰীক্ষকে নিৰ্দিষ্ট সময় শেষ হোৱাৰ এঘণ্টা পাছলৈকে সংশ্লিষ্ট খেলুৱৈজনক পৰীক্ষা দিবলৈ ক’ব পাৰে। সেই সময়ত তেওঁক বিচাৰি নাপালে ষ্ট্ৰাইক দিয়া হয়। তিনিবাৰ ষ্ট্ৰাইক পালে ড‘প পৰীক্ষাত ব্যৰ্থ হোৱা বুলি ধৰা হয়। শেহতীয়াকৈ টেনিছত ড‘প পৰীক্ষাক লৈ যথেষ্ট হুলস্থূল আৰম্ভ হৈছে। পৰীক্ষা নিদিয়াৰ বাবে প্ৰাক্তন উইম্বলডন চেম্পিয়ন মাৰ্কেটা ভন্দ্ৰোছোভা চাৰি বছৰৰ বাবে নিলম্বিত হৈছে।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm
গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

গ্ৰাহকলৈ সকাহ! ১ জুলাইৰ পৰা দেশত পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিক্ৰীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

June 29, 2026 9:09 pm
কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

কাজিৰঙাৰ ইংলে পথাৰত আদিবাসী কৃষকৰ ওপৰত আৰক্ষীৰ বৰ্বৰ আক্ৰমণ : চৰকাৰক তীব্ৰ সমালোচনা ভূমি ‎অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

June 29, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd