• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

তথ্য জনাৰ অধিকাৰ আইন (আৰ টি আই)ৰ এক শেহতীয়া তথ্যৰ পৰা জানিব পৰা গৈছে যে কংগ্ৰেছ দলে ২০১৩ চনৰ ২৬ জুনৰ পৰা নতুন দিল্লীৰ ২৪ আকবৰ ৰোডত থকা তেওঁলোকৰ পুৰণি মুখ্য কাৰ্যালয়টো অবৈধভাৱে দখল কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 8, 2026 8:44 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তথ্য জনাৰ অধিকাৰ আইন (আৰ টি আই)ৰ এক শেহতীয়া তথ্যৰ পৰা জানিব পৰা গৈছে যে কংগ্ৰেছ দলে ২০১৩ চনৰ ২৬ জুনৰ পৰা নতুন দিল্লীৰ ২৪ আকবৰ ৰোডত থকা তেওঁলোকৰ পুৰণি মুখ্য কাৰ্যালয়টো অবৈধভাৱে দখল কৰি আছে। যোৱা এক দশকৰো অধিক সময় ধৰি চৰকাৰে এই বঙলাটোৰ বাবে দলটোৰ পৰা কোনো ধৰণৰ ভাড়া লাভ কৰা নাই। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, দলটোৱে পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ বৰ্তমান পৰ্যালোচনা কৰি থকা হৈছে আৰু এতিয়ালৈকে সেয়া নিৰ্ধাৰণ কৰা হোৱা নাই।

 কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনৰ সঞ্চালকালয়ে জনাইছে যে দিল্লীৰ লুইটেন্স অঞ্চলত অৱস্থিত ২৪ নম্বৰ বঙলাটো ১৯৯২ চনৰ ৭ আগষ্টত কংগ্ৰেছ দলক আবণ্টন দিয়া হৈছিল। পিছে ২০১৩ চনৰ ২৬ জুনত এই আবণ্টন বাতিল কৰা হয়। চৰকাৰৰ মতে, সেই দিনটোৰ পৰাই বঙলাটো কংগ্ৰেছৰ অবৈধ দখলত আছে। চৰকাৰে এতিয়াও দলটোৰ পৰা কিমান ধন আদায় কৰিবলগীয়া আছে তাৰ হিচাপ উলিয়াবলৈ বাকী আছে বুলি জনাইছে।

Apply Now

 আৰ টি আই আবেদনকাৰীগৰাকীয়ে চৰকাৰে বঙলাটো খালী কৰিবলৈ কংগ্ৰেছক দিয়া জাননীৰ প্ৰতিলিপি বিচাৰিছিল যদিও সঞ্চালকালয়ে এই তথ্য দিবলৈ অস্বীকাৰ কৰে। তেওঁলোকে কয় যে এনে নথিপত্ৰসমূহ একেলগে সংগ্ৰহ কৰি ৰখা নহয় আৰু সেইবোৰ গোটাবলৈ গ‘লে চৰকাৰী বিভাগটোৰ বহুত সময় নষ্ট হ’ব। ইয়াৰ আগতে ২০১৮ চনৰ আন এক আৰ টি আইৰ তথ্য অনুসৰি ২০১৭ চনৰ পৰা ২৪ আকবৰ ৰোডৰ অনুজ্ঞাপত্ৰৰ মাচুল প্ৰতিমাহে ৩৯২০ টকা নিৰ্ধাৰণ কৰা হৈছিল। সেই সময়ত কংগ্ৰেছে বঙলাটো নিজৰ হাতত ৰাখিবলৈ চৰকাৰক অনুৰোধ জনাইছিল।

 একেখন আৰ টি আই আবেদনতে শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) পুৰণি মুখ্য কাৰ্যালয় ১১ অশোক ৰোডৰ বিষয়েও তথ্য বিচৰা হৈছিল। সঞ্চালকালয়ে জনোৱা মতে, এই বঙলাটো ১৯৮৫ চনৰ ২১ মাৰ্চত বিজেপিক আবণ্টন দিয়া হৈছিল। অৱশ্যে এতিয়া এই সম্পত্তিটো লোকসভাৰ সাংসদসকলৰ আৱাসিক এলেকাৰ অংশ হৈ পৰিছে। সেয়েহে ইয়াৰ ভাড়া সম্পৰ্কীয় তথ্য জানিবলৈ আবেদনখন লোকসভা সচিবালয়লৈ হস্তান্তৰ কৰা হৈছে। চৰকাৰে লগতে জনাইছে যে বিজেপিৰ ফালৰ পৰা চৰকাৰক কিমান ধন আদায় দিবলগীয়া আছে সেয়াও বৰ্তমান পৰ্যালোচনা কৰি থকা হৈছে আৰু এতিয়ালৈকে নিৰ্ধাৰণ কৰা হোৱা নাই। আগৰ এটা আৰ টি আইৰ তথ্য মতে, ১১ অশোক ৰোডৰ ভাড়াও ২০১৭ চনৰ পৰা প্ৰতিমাহে ৩৯২০ টকা নিৰ্ধাৰণ কৰা হৈছিল।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd