• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ প্ৰায় ১০০ গৰাকী বিজ্ঞানীয়ে কম সময়ৰ ভিতৰতে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2026 5:22 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৰ প্ৰায় ১০০ গৰাকী বিজ্ঞানীয়ে কম সময়ৰ ভিতৰতে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰিছে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে স্বেচ্ছামূলক অৱসৰৰ নিয়মৰ কিছু সালসলনি কৰিছে। যোৱা ১৪ জুলাই তাৰিখে কেন্দ্ৰীয় মহাকাশ বিভাগে এই নতুন নিৰ্দেশনা জাৰি কৰে। বিশেষকৈ ইউ আৰ ৰাও চেটেলাইট চেণ্টাৰ আৰু বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰলৈ এই নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে, কাৰণ এই দুখন কেন্দ্ৰৰ পৰাই আটাইতকৈ বেছি বিজ্ঞানীয়ে চাকৰি এৰিছে।

কেন্দ্ৰীয় নিৰ্দেশনা অনুসৰি, গগনযান আৰু আন গুৰুত্বপূৰ্ণ মিছনৰ সৈতে জড়িত গ্ৰুপ-এ পৰ্যায়ৰ বিজ্ঞানী আৰু কাৰিকৰী কৰ্মীসকলৰ ইস্তফা এতিয়াৰে পৰা সহজে গ্ৰহণ কৰা নহ’ব। ইয়াৰ আগতে ইছৰোৰ বিভিন্ন কেন্দ্ৰৰ সঞ্চালকসকলেই বিজ্ঞানীসকলৰ ইস্তফা গ্ৰহণ কৰিব পাৰিছিল। কিন্তু নতুন নিৰ্দেশনাত তেওঁলোকৰ পৰা এই ক্ষমতা কাঢ়ি লোৱা হৈছে আৰু এতিয়াৰে পৰা কেৱল কেন্দ্ৰীয় মহাকাশ বিভাগেহে এই বিষয়ে সিদ্ধান্ত ল’ব। নিৰ্দেশনাটোত কোৱা হৈছে যে গুৰুত্বপূৰ্ণ মিছনৰ মাজভাগত এনেদৰে চাকৰি এৰি যোৱাৰ ফলত গগনযান আৰু আন প্ৰকল্পসমূহৰ যথেষ্ট ক্ষতি হৈছে, যিটো জাতীয় স্বাৰ্থৰ পৰিপন্থী।

Apply Now

শেহতীয়াকৈ ইছৰো এৰি যোৱা বিজ্ঞানীসকলৰ ভিতৰত প্ৰবীণ বিজ্ঞানী ভিক্টৰ জোচেফ টি অন্যতম। তেওঁ বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰত জিঅ‘চিনক্ৰ’নাছ চেটেলাইট লঞ্চ ভেহিকেল মাৰ্ক ৩ প্ৰকল্পৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। ইতিমধ্যে কেন্দ্ৰৰ এই নতুন নিৰ্দেশনা ইছৰোৰ অন্তৰ্গত আন আন কেন্দ্ৰ যেনে সতীশ ধাৱান স্পেচ চেণ্টাৰ, লিকুইড প্ৰপালচন চিষ্টেমছ চেণ্টাৰ, স্পেচ এপ্লিকেচন চেণ্টাৰ আৰু নেচনেল ৰিম’ট ছেন্সিং চেণ্টাৰলৈকো প্ৰেৰণ কৰা হৈছে।

এতিয়া প্ৰশ্ন হয়, হঠাৎ কিয় ইছৰোত এইদৰে চাকৰি এৰাৰ ঢৌ উঠিছে? বিশেষজ্ঞসকলৰ মতে, বৰ্তমান ভাৰতত মহাকাশ গৱেষণাৰ ক্ষেত্ৰখনত বহুতো নতুন বেচৰকাৰী কোম্পানী সোমাই পৰিছে। এই কোম্পানীবোৰে বিজ্ঞানীসকলক বহুত বেছি দৰমহা, উচ্চ পদবী আৰু কাম কৰাৰ অধিক স্বাধীনতা দিবলৈ প্ৰস্তুত আছে। সম্ভৱতঃ এই কাৰণেই বহুতো ডাঙৰ বিজ্ঞানীয়ে ইছৰোৰ পৰা আঁতৰি গৈছে।

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

E20 পেট্ৰলৰ ফলত বিকল ইঞ্জিন; গাড়ীৰ মালিকৰ পক্ষতে ৰায়, ক্ষতিপূৰণৰ নিৰ্দেশ দিলে আদালতে

July 16, 2026 5:29 pm
ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd