• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

সাত বছৰীয়া পুত্ৰ মাতেওক দৰ্শকৰ আসনৰ পৰা পিতৃক সহজেই চিনাক্ত কৰাত সহায় কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 26, 2026 6:45 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ বিশ্বজয়ৰ গৌৰৱ অৰ্জন কৰা স্পেইনৰ তাৰকা মিডফিল্ডাৰ মাৰ্ক কুকুৰেয়াই খেলপথাৰত তেওঁৰ দীঘল কোঁচকৰা চুলি নাবান্ধি খোলাকৈ ৰখাৰ এক বিশেষ আৱেগিক কাৰণ পোহৰলৈ আহিছে। এক শেহতীয়া প্ৰতিবেদন অনুসৰি, কুকুৰেয়াই তেওঁৰ সাত বছৰীয়া অটিজমত আক্ৰান্ত পুত্ৰ মাতেওৰ সুবিধাৰ্থে এই পদক্ষেপ গ্ৰহণ কৰে, যাতে দৰ্শকৰ আসনৰ পৰা খেল উপভোগ কৰি থকা সময়ত পুত্ৰই পিতৃক সহজেই চিনাক্ত কৰিব পাৰে। খেলপথাৰত নামিলেই তেওঁৰ কোঁচকৰা চুলি ব্যতিক্ৰমীভাৱে চকুত পৰে আৰু বৰ্তমান এই কেশসজ্জা তেওঁৰ ব্যক্তিত্বৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিলেও ইয়াৰ আঁৰত তেওঁৰ পুত্ৰৰ বিশেষ ভূমিকা নিহিত হৈ আছে।

কুকুৰেয়া আৰু তেওঁৰ সংগী ক্লডিয়া ৰড্ৰিগেজে পূৰ্বতেই ৰাজহুৱাভাৱে প্ৰকাশ কৰিছিল যে তেওঁলোকৰ জ্যেষ্ঠ পুত্ৰ মাতেও অটিজমত আক্ৰান্ত। পুত্ৰৰ এই অৱস্থাৰ বিষয়ে জানিব পৰাৰ পিছত সমগ্ৰ পৰিয়ালটোৱেই এক নতুন বাস্তৱক আঁকোৱালি ল’বলগীয়া হয়। ক্লডিয়াই উল্লেখ কৰা অনুসৰি, প্ৰথম অৱস্থাত পৰিস্থিতি চম্ভালিবলৈ তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছিল যদিও পৰৱৰ্তী সময়ত পুত্ৰৰ প্ৰয়োজনীয়তা বুজি উঠি স্কুল, থেৰাপী আৰু দৈনন্দিন কাৰ্যসূচী নতুনকৈ সজাই তোলা হয়। আনকি পৰিয়ালৰ ভ্ৰমণৰ আঁচনিসমূহো মাতেওৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সলনি কৰা হৈছিল। পুত্ৰৰ সৈতে থকা এই অভিজ্ঞতাসমূহ বৰ্ণনা কৰিবলৈ গৈ কুকুৰেয়াকো একাধিকবাৰ আৱেগিক হৈ পৰা পৰিলক্ষিত হৈছে।

Apply Now

এই সন্দৰ্ভত মনোবিদ আত্রেয়ী ভট্টাচাৰ্যই মত প্ৰকাশ কৰি কয় যে অটিজম হৈছে এক বিশেষ স্নায়বিক পৰিস্থিতি বা নিউৰোডেভেলপমেণ্টেল কণ্ডিচন, যাৰ সূত্ৰপাত মানুহ ভ্ৰূণ অৱস্থাত থাকোঁতেই ক্ৰমজমৰ কিছু পৰিৱৰ্তনৰ জৰিয়তে আৰম্ভ হয়। মনোবিদগৰাকীয়ে লগতে কয় যে অটিজমত আক্ৰান্ত শিশুৰ সামাজিক ভাষাৰ বিকাশ বাধাপ্ৰাপ্ত হয়, যাৰ ফলত তেওঁলোকে কেতিয়াবা নিজৰ চাৰিওফালৰ পৰিৱেশটোৰ বিষয়ে বিভ্ৰান্তিত ভুগিব পাৰে। নিজৰ পিতৃ-মাতৃৰ পৰিচয় বা নিজৰ অৱস্থানৰ দৰে সাধাৰণ বিষয়সমূহ বুজিবলৈ তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হ’ব পাৰে। সেয়েহে খেলপথাৰত কুকুৰেয়াই চুলি বান্ধি ল’লে নিজৰ সুবিধা হ’ব যদিও পুত্ৰৰ স্বাৰ্থত তেওঁ চুলিত কোনো পৰিৱৰ্তন নানে। একে ৰঙৰ জাৰ্ছী পৰিধান কৰা খেলুৱৈসকলৰ মাজত নিজৰ পিতৃক বিচাৰি উলিওৱাত যাতে মাতেওৰ কোনো কষ্ট নহয়, তাৰ বাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

নিজৰ সন্তানৰ অটিজমৰ বিষয়ে মুকলিকৈ আলোচনা কৰি মাৰ্ক কুকুৰেয়া বৰ্তমান বহুতো পৰিয়ালৰ বাবে সাহসৰ এক আদৰ্শ হৈ পৰিছে। বিশেষজ্ঞসকলৰ মতে, অটিজম কোনো ৰোগ নহয়, বৰঞ্চ ই স্নায়বিক বিকাশৰ এক ভিন্ন ধৰণহে। সঠিক সময়ত মূল্যায়ন, উপযুক্ত সাহায্য, থেৰাপী আৰু পৰিয়ালৰ অপৰিসীম ধৈৰ্য তথা মৰম লাভ কৰিলে অটিজমত আক্ৰান্ত শিশুৱেও নিজৰ গতিৰে স্বাভাৱিক বিকাশ লাভ কৰিবলৈ সক্ষম হয়। কুকুৰেয়াৰ এই পদক্ষেপে বিশেষভাৱে সক্ষম শিশুৰ প্ৰতি অভিভাৱকৰ দায়িত্ববোধৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

খেলপথাৰত কিয় চুলি নাবান্ধে মাৰ্ক কুকুৰেয়াই? কাৰণটোৱে চুই যাব আপোনাৰো হৃদয়

July 26, 2026 6:45 am
ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd