• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 1, 2026 8:34 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰত পুনৰ উগ্ৰপন্থীৰ আক্ৰমণ। বাতৰি অনুসৰি শুকুৰবাৰে সন্ধিয়া কুলগামত প্ৰব্ৰজিত শ্ৰমিকৰ ওপৰত গুলীচালনা কৰা হয়। ফলত এজন শ্ৰমিক থিতাতে নিহত হয়। আন এজন আহত শ্ৰমিকৰো পিছত মৃত্যু হয়। ইতিমধ্যে সন্দেহযুক্ত উগ্ৰপন্থীৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি ৰখা হৈছে।

সংবাদ সংস্থাৰ খবৰ অনুসৰি সন্ধিয়া কেলামৰ ইটা ভাটাত শ্ৰমিকৰ ওপৰত আক্ৰমণ সংঘটিত হয়। আহত হয় দুজন শ্ৰমিক। চিকিৎসালয়লৈ নিয়াৰ পূৰ্বে মৃত্যু হয় এজন শ্ৰমিকৰ। আনজনক অনন্তনাগৰ জিএমচি হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও পিছত তেওঁৰো মৃত্যু হয়। জানিব পৰা মতে, মৃত শ্ৰমিক দুজনৰ এজন ছত্তীশগড়ৰ আৰু আনজন উত্তৰ প্ৰদেশৰ।

Apply Now

কিছুদিন পূৰ্বে অনন্তনাগত উগ্ৰপন্থী আক্ৰমণত এজন আৰক্ষী বিষয়া শ্বহীদ হৈছিল। যোৱা সপ্তাহৰ বুধবাৰে (২২ জুলাই) অমৰনাথ যাত্ৰাৰ বাবে কৰ্তব্যৰত এজন আৰক্ষী বিষয়াক উগ্ৰপন্থীয়ে ওচৰৰ পৰা গুলীয়াই হত্যা কৰে।

বিষয়াসকলে জনোৱা মতে, আছিক হুছেইন ভাৰতীয় সংৰক্ষিত আৰক্ষীৰ তৃতীয় বেটেলিয়নৰ মুখ্য কনিষ্টবল আছিল। লালচৌকৰ সমীপৰ ব্যস্ত অনন্তনাগ-কোকেৰনাগ পথত তেওঁ কৰ্তব্যৰত আছিল। নিশা প্ৰায় ১২:৩০ বজাত উগ্ৰপন্থীয়ে তেওঁক আৰু এজন সহকৰ্মীৰ ওপৰত গুলীচালনা কৰে।

ঘটনাৰ পিছতে আছিকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। অৱশ্যে অনন্তনাগ চিকিৎসালয় পোৱাৰ লগে লগে তেওঁক মৃত ঘোষণা কৰা হয়। চিচিটিভি ফুটেজত দেখা গৈছে যে ব্যস্ত বজাৰখনৰ এখন দোকানৰ সন্মুখত আৰক্ষীৰ ওপৰত একাধিকবাৰ গুলীচালনা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অহা সপ্তাহত লোকসভাত উত্থাপন হ’ব পাৰে বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক

অহা সপ্তাহত লোকসভাত উত্থাপন হ’ব পাৰে বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক

August 1, 2026 8:39 am
কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

August 1, 2026 8:34 am
বান বিভীষিকাৰ মাজতে এটা ভাল খবৰ : কমনৱেলথ গেমছত ছেমি ফাইনেলত জিকি ফাইনেলত প্ৰৱেশ লাভলিনাৰ

বান বিভীষিকাৰ মাজতে এটা ভাল খবৰ : কমনৱেলথ গেমছত ছেমি ফাইনেলত জিকি ফাইনেলত প্ৰৱেশ লাভলিনাৰ

August 1, 2026 8:28 am
ক্ষমা পৰম ধৰ্ম! প্ৰয়াত মাতৃক অপমান কৰা সত্ত্বেও যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ক্ষমা পৰম ধৰ্ম! প্ৰয়াত মাতৃক অপমান কৰা সত্ত্বেও যন্তৰ মন্তৰৰ প্ৰতিবাদকাৰীক ক্ষমা কৰি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে

August 1, 2026 8:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অহা সপ্তাহত লোকসভাত উত্থাপন হ’ব পাৰে বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক

অহা সপ্তাহত লোকসভাত উত্থাপন হ’ব পাৰে বিদেশী বৰঙণি (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক

August 1, 2026 8:39 am
কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

কাশ্মীৰত ‘উগ্ৰপন্থী’ৰ আক্ৰমণ, নিহত ২ জন প্ৰব্ৰজিত শ্ৰমিক; যোৱা সপ্তাহত শ্বহীদ হৈছিল আৰক্ষী বিষয়া

August 1, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd