• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰাইফল কাঢ়ি পলায়নৰ চেষ্টা; আৰক্ষীৰ এনকাউন্টাৰত নিহত কুখ্যাত গেংষ্টাৰ সুজিত সিনহা

দুটা হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল সুজিতে। অৱশ্যে তেওঁৰ বিৰুদ্ধে হত্যা আৰু ধন দাবীকে ধৰি কেইবাটাও গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2026 8:38 am
ঝাৰখণ্ডৰ কুখ্যাত গেংষ্টাৰ সুজিত সিনহা। ফটোঃ সংগ্ৰহীত।

ঝাৰখণ্ডৰ কুখ্যাত গেংষ্টাৰ সুজিত সিনহা। ফটোঃ সংগ্ৰহীত।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ সৈতে এনকাউণ্টাৰত নিহত হৈছে ঝাৰখণ্ডৰ কুখ্যাত গেংষ্টাৰ সুজিত সিনহা। দেওবাৰে মাজনিশা তেওঁক ধানবাদ কাৰাগাৰলৈ লৈ যোৱা হৈছিল। অভিযোগ অনুসৰি জামতাৰা সীমান্তৰ সমীপত আৰক্ষীৰ আগ্নেয়াস্ত্ৰ কাঢ়ি লৈ ​​গুলীচালনা কৰে। আত্মৰক্ষাৰ বাবে ওলোটাই গুলীচালনা কৰে আৰক্ষীয়ে। সংঘৰ্ষত থিতাতে নিহত হয় সুজিত।

দুটাকৈ হত্যাৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড ভুগি আছিল সুজিতে। অৱশ্যে তেওঁৰ বিৰুদ্ধে হত্যা আৰু ধন দাবীকে ধৰি কেইবাটাও গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি সুজিতক চাহিবগঞ্জ ডিভিজনেল কাৰাগাৰত ৰখা হৈছিল। অৱশ্যে নিৰাপত্তাজনিত কাৰণত তেওঁক বেছি দিন এটা ঠাইত ৰখা নহয়। কিছুদিনৰ মূৰে মূৰে তেওঁক আন এখন কাৰাগাৰলৈ বদলি কৰা হয়।

Apply Now

একেদৰে কালি মাজ নিশা সুজিতক চাহিবগঞ্জৰ পৰা ধানবাদৰ এখন কাৰাগাৰলৈ লৈ যোৱা হৈছিল। আৰক্ষীৰ দাবী যে তেওঁ শৌচ কৰিবলৈ জামতাৰা সীমান্তৰ সমীপত গাড়ীখন ৰখাবলৈ অনুৰোধ কৰিছিল। অভিযোগ অনুসৰি গাড়ীখন ৰখোৱাৰ লগে লগে এজন নিৰাপত্তাৰক্ষীৰ পৰা ৰাইফল কাঢ়ি লৈ ​​গুলী চলাবলৈ আৰম্ভ কৰে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। তেওঁ ৰক্তাক্ত অৱস্থাত থিতাতে লুটি খাই পৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তেওঁক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু তেওঁক বচাব পৰা নগ’ল। ডাক্তৰে সুজিতক মৃত বুলি ঘোষণা কৰে। আৰক্ষীৰ অভিযোগ যে সুজিতে জেলৰ ভিতৰৰ পৰাই এটা গেং চলাইছিল। সেইবাবেই তেওঁক মেদিনীনগৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা চাহিবগঞ্জলৈ বদলি কৰা হৈছিল।

ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰে আৰক্ষীয়ে। ঝাৰখণ্ড আৰক্ষীৰ শীৰ্ষ বিষয়াসকলেও ক্ষীপ্ৰতাৰে জামতাৰা সীমান্তত উপস্থিত হয়। এনকাউন্টাৰৰ পৰিস্থিতিৰ তদন্ত অব্যাহত আছে। প্ৰশাসনে লগতে কয় যে আইন অনুসৰি প্ৰয়োজনীয় প্ৰক্ৰিয়াসমূহ পালন কৰি তদন্ত সম্পন্ন কৰা হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026 9:30 am
ৰাইফল কাঢ়ি পলায়নৰ চেষ্টা; আৰক্ষীৰ এনকাউন্টাৰত নিহত কুখ্যাত গেংষ্টাৰ সুজিত সিনহা

ৰাইফল কাঢ়ি পলায়নৰ চেষ্টা; আৰক্ষীৰ এনকাউন্টাৰত নিহত কুখ্যাত গেংষ্টাৰ সুজিত সিনহা

August 3, 2026 8:38 am
৯১টা বলত ২৩৩ ৰান! এদিনীয়াত অভিষেকৰ তাণ্ডৱ দেখি চকু কপালত উঠিল ক্ৰিকেট অনুৰাগীৰ

৯১টা বলত ২৩৩ ৰান! এদিনীয়াত অভিষেকৰ তাণ্ডৱ দেখি চকু কপালত উঠিল ক্ৰিকেট অনুৰাগীৰ

August 3, 2026 7:38 am
চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

চৰকাৰী সাহায্যক ভেঙুচালি আখ্যা অখিল গগৈৰ! বানপীড়িতলৈ দাবী কৰিলে ১০ লাখ টকাৰ ক্ষতিপূৰণ…

August 2, 2026 10:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

অসমৰ বানত এতিয়াও আক্ৰান্ত ১.৩৬ লাখৰো অধিক লোক; মৃত্যুৰ সংখ্যা ৮৫ জনলৈ বৃদ্ধি

August 3, 2026 9:30 am
ৰাইফল কাঢ়ি পলায়নৰ চেষ্টা; আৰক্ষীৰ এনকাউন্টাৰত নিহত কুখ্যাত গেংষ্টাৰ সুজিত সিনহা

ৰাইফল কাঢ়ি পলায়নৰ চেষ্টা; আৰক্ষীৰ এনকাউন্টাৰত নিহত কুখ্যাত গেংষ্টাৰ সুজিত সিনহা

August 3, 2026 8:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd