• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

বৃহস্পতিবাৰে পুৱা কৰ্ণাটকৰ য়াদগিৰ জিলাৰ এখন ৰাসায়নিক কাৰখানাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। কাৰখানাটোৰ পৰা হঠাতে বিষাক্ত গেছ নিৰ্গমন হোৱাৰ ফলত শ্বাসৰুদ্ধ হৈ তিনিজন শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে। এই ঘটনাত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিষাক্ত গেছ লিক হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ কাৰখানা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2026 2:56 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে পুৱা কৰ্ণাটকৰ য়াদগিৰ জিলাৰ এখন ৰাসায়নিক কাৰখানাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। কাৰখানাটোৰ পৰা হঠাতে বিষাক্ত গেছ নিৰ্গমন হোৱাৰ ফলত শ্বাসৰুদ্ধ হৈ তিনিজন শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে। এই ঘটনাত আন কেইবাজনো শ্ৰমিক গুৰুতৰভাৱে অসুস্থ হৈ পৰাত তেওঁলোকক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিষাক্ত গেছ লিক হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ কাৰখানা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত তীব্ৰ আতংকৰ সৃষ্টি হয়।

Apply Now

আৰক্ষী আৰু কাৰখানা কৰ্তৃপক্ষৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, পুৱাৰ ভাগত কাম কৰি থকা অৱস্থাত শ্ৰমিকসকলে হঠাতে এক উৎকট গোন্ধ পালে। গেছ ক’ৰ পৰা লিক হৈছে, সেয়া বুজি উঠাৰ আগতেই বিষাক্ত গেছৰ প্ৰভাৱত শ্বাসৰুদ্ধ হৈ শ্ৰমিকসকল ঢলি পৰে। লগে লগে কাৰখানাৰ ভিতৰত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতিৰ ভয়াবহতা উপলব্ধি কৰি কৰ্তৃপক্ষই তৎকালীনভাৱে কাৰখানাটো খালী কৰাৰ নিৰ্দেশ দেয়।

খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। পৰিস্থিতি নিয়ন্ত্ৰণ আৰু অনুসন্ধানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ফৰেনছিক দলেও কাৰখানাটোত উপস্থিত হয়গৈ।

ইফালে, এই দুৰ্ঘটনাৰ পিছতেই কাৰখানা কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ উত্থাপন হৈছে। শ্ৰমিকসকলৰ অভিযোগ অনুসৰি, তেওঁলোকক কোনো ধৰণৰ প্ৰয়োজনীয় সুৰক্ষা সঁজুলি নোহোৱাকৈয়ে কাৰখানাত বিপজ্জনক কাম কৰিবলৈ বাধ্য কৰোৱা হৈছিল। কৰ্তৃপক্ষৰ এই চৰম অৱহেলাৰ বাবেই এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি দাবী কৰি স্থানীয় লোক আৰু শ্ৰমিকসকলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কাৰখানাৰ মেনেজাৰ আৰু আন কেইগৰাকীমান বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষী অধীক্ষকগৰাকীয়ে স্পষ্ট কৰি দিছে যে ফৰেনছিক আৰু তদন্তকাৰী দলৰ প্ৰতিবেদনৰ ভিত্তিত কাৰোবাৰ গাফিলতি প্ৰমাণিত হ’লে, দোষীৰ বিৰুদ্ধে আইনী অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বৰ্তমান সমগ্ৰ অঞ্চলটোত শোক আৰু ক্ষোভৰ পৰিৱেশ বিৰাজ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd