• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2026 9:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উল্লেখযোগ্য যে শেহতীয়াকৈ উচ্চ শিক্ষা সঞ্চালকালয়ে এখন জাননী জাৰি কৰি উল্লেখ কৰে শ্ৰেণীত ৭০% উপস্থিতি হাৰ নথকা আৰু বেক থকা শিক্ষাৰ্থীসকলৰ কেৱল মাত্ৰ ৫০% মাচুলহে ৰেহাই দিব। উক্ত জাননীখনক ধিক্কাৰ জনাই এছ এফ আই ৰ ৰাজ্যিক সম্পাদক ৰাজদ্বীপ মহন্তয়ে বক্তব্য ৰাখে যে শিক্ষাৰ্থীৰ মৌলিক অধিকাৰ শিক্ষা বজাৰৰ কোনো পণ্য নহয় যে ৪০%/৫০% এনেধৰণৰে ৰেহাই দিব। কেৱল মাত্ৰ ৫০% ৰেহাই নহয় , প্ৰতিজন যোগ্য শিক্ষাৰ্থীক কোনোধৰণৰ চৰ্ত আৰোপ নকৰাকৈ বিনামূলীয়া নামভৰ্তি কৰিবলৈ দাবী উত্থাপন কৰে। যিসময়ত ইউ জি চি ৰ নিয়ম অনুসৰি অসমৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত ৯০ দিনৰ শ্ৰেণী সম্পূৰ্ণ নহয় , সেইসময়ত শিক্ষাৰ্থীৰ পৰা ৭০% উপস্থিতিৰ হাৰ বিচৰাটো কেতিয়াও যুক্তিপূৰ্ণ হ’ব নোৱাৰে।

ইয়াৰোপৰি মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ কৰ্তৃপক্ষৰ ভুলৰ বাবে বিভিন্নধৰণৰ পৰীক্ষাগত বিভ্ৰান্তি সংঘটিত হৈ আহিছে। উপস্থিত থকাৰ পিছতো পৰীক্ষাত উপস্থিত নথকা বুলি অহা, ভালদৰে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছতো বেক অহাটো অসমৰ প্ৰত্যেকখন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ এক নিত্য নৈমিত্তিক ঘটনা। এনেক্ষেত্ৰত বেক থাকিলে বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰাটো কেতিয়াও যুক্তিসংগত হ’ব নোৱাৰে।

Apply Now

অৰ্থনৈতিক দুৰৱস্থাৰ বাবে বহু শিক্ষাৰ্থীয়ে ৰেপিড’ চলাই , চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি , অংশকালীনভাৱে অৰ্থ উপাৰ্জন কৰি অধ্যয়ন কৰি থাকিবলৈ বাধ্য হৈছে।

তেনেক্ষেত্ৰত ৭০% শ্ৰেণীত উপস্থিতিৰ হাৰ তেওঁলোকৰ বাবে প্ৰত্যাহ্বানমূলক।

সেই অৰ্থনৈতিক দুৰ্বল শিক্ষাৰ্থীসকলক যদি বিনামূলীয়া নামভৰ্তিৰ সুবিধা পৰা বঞ্চিত কৰা হয় , তেন্তে আধাতে শিক্ষা এৰিবলৈ তেওঁলোক বাধ্য হ’ব।

২০২৩ চনতে চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰম জাপি দিয়াৰ পিছতো ২০২৬ লৈকে অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত পাঠ্যক্ৰম প্ৰস্তুত নহ’ল, পৰ্যাপ্ত আন্তঃগাঁথনি নিৰ্মাণ কৰা নহ’ল।

ইউ জি চি ৰ নিয়ম অনুসৰি ৯০ দিনৰ শ্ৰেণী সম্পূৰ্ণ কৰা দূৰৰ কথা অতি কম সংখ্যক দিনহে শ্ৰেণীত পাঠদান চলে। ইউ জি চি ৰ নিয়ম অনুসৰি পৰীক্ষাৰ ফলাফলো ঘোষণা কৰা নহয় , তেনেক্ষেত্ৰত অসমৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত সংঘটিত হৈ থকা এই অৰাজক পৰিৱেশক শিক্ষা বিভাগে গুৰুত্ব প্ৰদান কৰি তাৰ সমাধান সূত্ৰ উলিওৱাৰ পৰিৱৰ্তে অমূলক যুক্তিৰে বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত কৰি অৰ্থনৈতিকভাৱে দুৰ্বল শিক্ষাৰ্থীসকলকহে শোষণ কৰাত ব্যস্ত হৈছে।

এছ এফ আই ৰ যুটীয়া সম্পাদিকা উৎপলা দাসে শিক্ষামন্ত্ৰী ৰণোজ পেগু লৈ সম্বোধন কৰা স্মাৰক পত্ৰ শিক্ষা বিভাগৰ সঞ্চালকালয়ৰ বিভাগীয় কৰ্তৃপক্ষক প্ৰদান কৰে আৰু ঘোষণা কৰে যে অহা ২০ আগষ্টৰ ভিতৰত চৰ্তবিহীনভাৱে বিনামূলীয়া নামভৰ্তি প্ৰদান কৰা নহয় তেতিয়া হ’লে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd