• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপাক্ষিক বৈঠক : বড়ো সমস্যাৰ স্থায়ী সমাধান বিচাৰে এবছুৱে

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
July 5, 2018 6:59 am
ত্ৰিপাক্ষিক বৈঠক
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন দিল্লীত বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এবছু, পিপুলছ জইন্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড (পি জে এ চি বি এম) আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈ যায়।

ত্ৰিপাক্ষিক বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব ৰাজীব গৌবা, আভ্যন্তৰীণ সুৰক্ষাৰ বিশেষ সচিব ৰীণা মিট্টাল, উত্তৰ-পূবৰ দায়িত্বত থকা যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ উপস্থিত থকাৰ বিপৰীতে ৰাজ্য চৰকাৰক প্ৰতিনিধিত্ব কৰে জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা, মুখ্য সচিব টি ৱাই দাস, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্যই।

Apply Now

আনহাতে, ১৫ জনীয়া বড়ো প্ৰতিনিধি দলটোত আছিল এবছুৰ সভাপতি প্ৰমোদ বড়ো, সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী,  পি জে এ চি বি এমৰ মুখ্য আহ্বায়ক ৰাকেশ বড়ো, প্ৰাক্তন সাংসদ ছানছুমা খুংগুৰ বিছমুতিয়াৰী আৰু ইউ জি ব্ৰহ্মকে ধৰি অন্যান্য নেতাসকল।

ত্ৰিপাক্ষিক বৈঠকৰ পিছত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে সাংবাদিকৰ আগত কয় যে তেওঁলোকে বড়ো সমস্যাটোৰ এটা স্থায়ী সমাধান বিচাৰে। বিজেপি চৰকাৰে সমস্যাটো সমাধানৰ প্ৰতিশ্ৰুতি দিছিল যদিও বিগত চাৰি বছৰে কোনো সমাধান সূত্ৰ ওলোৱা নাই। শেহতীয়াকৈ গৃহমন্ত্ৰী পৰ্যায়ত চৰকাৰে লোৱা পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰি বড়োৱে চৰকাৰে এটা ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে বুলি কয়।

কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ দাবী বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ভৱিষ্যতেও সফল বৈঠকৰ আয়োজন কৰাৰ প্ৰতিশ্ৰুতি দিছে।

ইপিনে আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই পুনৰ ত্ৰিপাক্ষিক বৈঠক আৰম্ভ কৰিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বড়োৱে ইয়াক এটা ৰাজনৈতিক বিষয় বুলি উল্লেখ কৰি তেওঁলোকে সমস্যাটোৰ এটা ৰাজনৈতিক সমাধান বিচাৰিছে বুলি মন্তৱ্য কৰে।

আনহাতে, ৰাজ্য চৰকাৰৰ প্ৰতিনিধি জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই ত্ৰিপাক্ষিক বৈঠকত বড়োলেণ্ড অঞ্চলত গ্ৰহণ কৰা উন্নয়নমূলক কাম কাজৰ আলোচনা কৰা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে বড়ো জনগোষ্ঠীৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দায়বদ্ধ আৰু অঞ্চলটোত শান্তি অব্যাহত থকাটো তেওঁলোকে বিচাৰে। ইপিনে বড়োসকলৰ পৃথক ৰাজ্যৰ মূল দাবীটো সম্পৰ্কত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে কলিতাই।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd