• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোগ প্ৰেৰণাৰ উদ্যোগত চাহ অধ্যুষিত অঞ্চলত “যোগ সকলোৰে বাবে” শীৰ্ষক সজাগতা শিবিৰ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
July 9, 2018 12:55 pm
yoga chamaguri
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী মহিলা যোগবিদৰ প্ৰচেষ্টাত গঢ় লৈ উঠা  নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ একমাত্ৰ যোগ প্ৰশিক্ষণ কেন্দ্ৰ “যোগ প্ৰেৰণা “ৰ উদ্যোগত দেওবাৰে শিলঘাটত “যোগ সকলোৰে বাবে” শীৰ্ষক এটি যোগ সজাগতা শিৱিৰ অনুষ্ঠিত হয়।

“সমগ্ৰ বিশ্বলৈ ভাৰতীয় মহান ঋষি মনিষী সকলৰ অনবদ্য অৱদান যোগৰ উপকাৰিতা উপলব্ধি কৰি  আজি সকলোৱে  যোগক আকোৱালি লোৱা পৰিলক্ষিত হৈছে,’’- যোগ সজাগতা শিৱিৰত উপস্থিত থাকি যোগ প্ৰেৰণাৰ তত্বাৱধায়ক তথা অভিজ্ঞ প্ৰশিক্ষক ৰেখামনি দাসে এইদৰে কয়।

Apply Now

তেওঁ যোগে কি দৰে মানুহ এজনৰ শৰীৰ আৰু মনৰ মাজত একাত্মতা ৰক্ষা কৰি মানুহ এজনক  সুস্থ, সবল, নিৰোগী, সফল আৰু পূৰ্ণাংগ মানৱ কৰি গঢ়ি তোলে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমাজত একতাৰ এনাজৰীৰ সৃষ্টি কৰে তাৰ বহল বাখ্যা আগবঢ়ায়।

তেওঁ  লগতে কয় যে আজি স্কুল কলেজত প্ৰচলিত বিদ্যা লাভ কৰি বহুজনে বহু সফলতা লাভ কৰিছে কিন্তু সেই প্ৰচলিত বিদ্যাৰ লগতে ছাত্ৰ ছাত্ৰীৰ বাবে আত্ম বিদ্যাৰো অতিকে প্ৰয়োজন, কাৰণ প্ৰচলিত বিদ্যাই ল’ৰা ছোৱালীক আগবাঢ়ি যোৱাৰ মানসিকতা প্ৰদান কৰে, সপোন দেখিবলৈ শিকায়। কিন্তু জীৱনটো ইমান মসৃন নহয় যে এজনে যি কৰিব বিচাৰে সেয়া অনায়াসে হৈ উঠিব।

‘’হতাশাগ্ৰস্ত হৈ বহুতে বিপথে পৰিচালিত হোৱা দেখা যায়। সেয়েহে আমাক আত্ম বিদ্যাৰ প্ৰয়োজন যিয়ে এজন ব্যক্তিৰ জীৱনলৈ অহা সমস্যাসমূহক সাহসেৰে প্ৰত্যাহ্বান জনাই নিজৰ লগতে পীড়িত দলিত সকলোকে আগুৱাই লৈ যাৱ পাৰে তথা এক আনন্দ পূৰ্ণ ৰাষ্ট্ৰীয় জীৱনৰ অনাবিল সুখৰ মদিৰা পাণ কৰাব পাৰে আৰু সেয়া একমাত্ৰ সম্ভৱ হ’ৱ পাৰে যোগ বিদ্যাৰ জৰিয়তে,’’- প্ৰশিক্ষক যোগবিদ ৰেখামনি দাসে কয়।

অতি পিছপৰা চাহ বাগিছা অধ্যুষিত অঞ্চল হিচাপে পৰিচিত শিলঘাটৰ কলিয়াবৰ চাহ বাগিছা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত যোগ সজাগতা শিৱিৰত  শিক্ষক বসন্ত মুণ্ডা আৰু ভাগ্যৱতী মুণ্ডায়ে আঁতধৰা অনুষ্ঠানটোতে যোগ প্ৰশিক্ষণ কেন্দ্ৰ ‘যোগ প্ৰেৰণা’ৰ ছাত্ৰী ৰেনু গগৈয়ে বিভিন্ন যোগাসনৰ আসন  প্ৰদৰ্শন কৰি  উপস্থিত লোকক আপ্লুত কৰে।

জ্যেষ্ঠ নাগৰিককে ধৰি প্ৰায় অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত থকা  যোগ শিৱিৰত গৌৰি গোৱালা আৰু পৃৰ্ণিমা ঠাকুৰ নামৰ মহিলা দুগৰাকীয়ে আকৰ্ষণীয় ভাষণ প্ৰদান কৰে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd