• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা ভৰলুমুখ আৰক্ষীয়ে উদ্ধাৰ কৰিলে এগৰাকী যুৱতীক; এগৰাকীক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 10, 2018 2:06 pm
ritu-570x320

প্ৰতিনিধিত্বমূলক চিত্ৰ

100
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ যুৱতীক নাৰী সৰবৰাহকাৰীসকলে বহিঃৰাজ্যত ভাল চাকৰি দিয়াৰ প্ৰলোভনেৰে দেশৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈ অবৈধ কামত লিপ্ত কৰোৱাৰ ঘটনা সঘনাই সংঘটিত হোৱাৰ সময়তে তেনে এগৰাকী নাৰী সৰবৰাহকাৰীক সোমবাৰে ভৰলুমুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীগৰাকী ৰহিলা মণ্ডল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে   আটক কৰা মহিলাগৰাকী নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত জড়িত থকা বুলি প্ৰাথমিক তদন্তৰ অন্তত জানিবলৈ দিয়ে।

জানিব পৰা মতে ৩০ জুনৰ দিনা মিছা প্ৰলোভনেৰে মহানগৰীৰ পৰা বিহাৰলৈ লৈ গৈছিল কিৰণ দেৱী নামৰ এগৰাকী মহিলাক। কিন্তু ভৰলুমুখ আৰক্ষীৰ তৎপৰতাত সোমবাৰে উদ্ধাৰ হয় মহিলাগৰাকী।

ৰহিলা মণ্ডল, নন মণ্ডল আৰু অমৰ মণ্ডল নামৰ তিনি নাৰী সৰবৰাহকাৰীয়ে ৰাজস্থানত বিক্ৰীৰ উদ্দেশ্যেৰে মহিলাগৰাকীক লৈ গৈছিল বুলি আৰক্ষীৰ আগত ধৃত মহিলাগৰাকীয়ে সদৰী কৰে।

অন্য দুজন সৰবৰাহকাৰী নন মণ্ডল আৰু অমৰ মণ্ডল সম্প্ৰতি পলাতক অৱস্থাত আছে যদিও দুয়োজনকে বিচাৰি ভৰলুমুখ আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে কিছু দিনৰ পৰা অসমত বৃদ্ধি পোৱা নাৰী সৰবৰাহকাৰী ঘটনাই স্বাভাৱিকতে আৰক্ষীৰ কাৰ্যক্ষমৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ সমান্তৰালকৈ চিন্তিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd