• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেধাৱী ৰাধাৰ হত্যাকাণ্ডত স্তম্ভিত শিৱসাগৰবাসী : হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট গঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2018 2:00 pm
Radha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড়-ৰঙিয়া এক্সপ্ৰে’ছত শিৱসাগৰত উঠাৰ পিছতে শিমলুগুৰিত মৃতদেহ উদ্ধাৰ হোৱা ৰাধা কুমাৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ ৰাজ্য চৰকাৰে গঠন কৰিছে বিশেষ তদন্তকাৰী গোট (SIT)। শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এই SIT গঠন কৰা হৈছে বুলি জানিব পৰা গৈছে। তদন্ত তদাৰকৰ দায়িত্ব দিয়া হৈছে অতিৰিক্তি আৰক্ষী সঞ্চালক প্ৰধান  আৰ পি মীনাক।

উল্লেখযোগ্য যে ১০ জুলাইত মাকে শিৱসাগৰ ষ্টেইশ্যনত ৭.৫৫ বজাত ৰে’লত তুলি যোৱাৰ মাত্ৰ কেইমিনিটমানৰ ভিতৰতে (মাত্ৰ ২০ মিনিটৰ ব্যৱধানত) পৰৱৰ্তী ষ্টেইশ্যনটোত ৰে’লৰ ৱাশ্বৰূমত ৰাধাৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ হৈছিল। চলন্ত ৰে’লত সংঘটিত এই হত্যাকাণ্ডই সৰ্বত্ৰে চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে ঘটনাটোৰ ক্ষিপ্ৰতৰ তদন্তৰ দাবী কৰিছে শিৱসাগৰৰ ৰাইজে।

Apply Now

আনহাতে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত পল্লৱগোপাল ঝাঁ আৰু আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল মৃত ৰাধা কুমাৰীৰ বাসগৃহত উপস্থিত হৈছে। দুয়োজন বিষয়াই শোকসন্তপ্ত পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰাৰ লগতে উপযুক্ত আৰ্থিক সাহায্য দিয়াৰ আশ্বাস দিয়ে।

পৰিয়ালৰ সূত্ৰই জনোৱা মতে অসম কৃষি বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰী ৰাধা মাত্ৰ দুদিন পূৰ্বে গ্ৰীষ্মৰ বন্ধ পাই ঘৰলৈ গৈছিল, আৰু ঘটনাৰ দিনা তাই শিৱসাগৰৰ ঘৰৰ পৰা গোলাঘাটৰ ফৰকাটিঙত থকা ককাকৰ ঘৰলৈ গৈছিল। পিতৃহীনা ৰাধাক মাকে পুৱা ৭.৫৫ বজাত শিৱসাগৰ ষ্টেইশ্যনত ৰে’লত তুলি গৈছিল।

কিন্তু তাৰ পিছতে পৰৱৰ্তী ষ্টেইশ্যনটোত ডিঙি গামোচাৰে বন্ধা অৱস্থাত ৰাধাৰ ৰক্তাক্ত শৰীৰ ৱাশ্বৰূমত উদ্ধাৰ হয়। ৰাধাৰ হাতত ১০ হাজাৰ টকাও আছিল আৰু মৃতদেহ উদ্ধাৰৰ সময়ত সেইখিনি অন্তৰ্ধান হোৱা বুলি জানিব পৰা গৈছে। ইমান কম সময়ৰ ভিতৰতে ৰাধাক হত্যা কৰালৈ চাই পূৰ্বৰ পৰা হত্যাকাৰীয়ে তাইক অনুসৰণ কৰা বুলি অনুমান কৰিছে আৰক্ষীয়ে। আনহাতে হত্যাকাৰীয়ে ৰাধাৰ হাতত থকা টকাখিনিৰ কথা গম পাই সেইখিনি হস্তগত কৰাৰ বাবেও সংঘটিত কৰিব পাৰে বুলিও সন্দেহ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

জী ফাইভৰ পৰা হঠাৎ আঁতৰোৱা হ’ল দিলজিৎ দোছাঞ্জৰ ছবি শতলুজ, সমৰ্থনত থিয় দিলে হৰভজন সিঙকে ধৰি বহু চেলিব্ৰিটী

July 8, 2026 2:35 pm
মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

মোদী মন্ত্ৰীসভাত ডাঙৰ ৰদবদলৰ সম্ভাৱনা : মন্ত্ৰীসভাৰ পৰা বাদ পৰিব পাৰে ৰাজনাথ, নিৰ্মলা আৰু হৰদীপৰ নাম

July 8, 2026 1:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd