• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৰঙৰ চৰকাৰী গ্ৰাম্য বিদ্যালয়ত ৩ দিনীয়া ছাত্ৰ সমাৰোহ

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
July 11, 2018 9:43 pm
DC, Darrang Ashok Kr Barman , SP, Darrang Sreejith. T , Dr Hiranya Kr Nath and Uttam Teron (from left to right) interacting with the participants
108
VIEWS
Share on FacebookShare on Twitter

দৰং জিলাৰ গ্ৰাম্য চৰকাৰী বিদ্যালয়ৰ অষ্টম আৰু নৱম মানৰ শিক্ষাৰ্থীসকলৰ মাজত লুকাই থকা সুপ্ত প্ৰতিভাক পোহৰলৈ অনাৰ বাবে এটা ছাত্ৰ সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সামৰ্থ আৰু পেছা বাচনি কৰাৰ এখন মঞ্চ প্ৰদান কৰাৰ ব্যৱস্থাও কৰা হৈছে। এই সমাৰোহত শিক্ষাৰ্থীসকলে শীৰ্ষস্থানীয় আমোলা, শিক্ষা বিষয়া আৰু নিজৰ নিজৰ ক্ষেত্ৰত বিশেষজ্ঞসকলৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিব।

দৰং জিলা প্ৰশাসনে, সৰ্ব শিক্ষা অভিযান আৰু মঙলদৈ মহাবিদ্যালয়ৰ সহযোগিতাত আজি আৰম্ভ হোৱা এই ৩ দিনীয়া আৱাসিক ছাত্ৰ সমাৰোহৰ আয়োজন কৰিছে। এই সমাৰোহত ৩০খন বিদ্যালয়ৰ পৰা নিৰ্বাচিত ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু গুৰু হিচাপে ১৫ গৰাকী শিক্ষকে অংশগ্ৰহণ কৰে। প্ৰথম দিনাৰ সমাৰোহতআমেৰিকাৰ ছাম য়ুষ্টন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ (Sam Houston State University) অৰ্থনীতি বিভাগৰ অধ্যাপক ড০ হিৰণ্য কুমাৰ নাথ, জ্যেষ্ঠ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা আৰক্ষী অধীক্ষক শ্ৰীজীত থিৰাভিয়াম, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত পামহি, গড়চুক, গুৱাহাটীত পাৰিজাত একাডেমিৰ প্ৰতিষ্ঠাপক উত্তম টেৰণ আৰু আন আল লোকসকল উপস্থিত আছিল।

এই বিশিষ্ট লোকসকলে শিক্ষাৰ্থীসকলৰ সৈতে ঘনিষ্ঠভাৱে আলোচনাত মিলিত হয়। তেওঁলোকে শিক্ষাৰ্থীসকলক বুজাই দিয়ে যে ভাষা, শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ’ব নোৱাৰে। সপোন দেখা আৰু তাক বাস্তৱায়িত কৰাৰ প্ৰয়াস কৰা, যোগাযোগৰ দক্ষতা অৰ্জন কৰা, কৌশল আয়ত্ব কৰা,, ব্ৰেইন মেপিং আদিৰ বিষয়ে ব্যাখ্যা কৰে।

দৰঙৰ উপায়ুক্ত অশোক কুমাৰে শিক্ষাৰ্থীসকলক তেওঁলোকৰ শিক্ষণীয় বিষয়সমূহত মনোযোগ দিবলৈ আৰু শিক্ষক, পিতৃ-মাতৃক সন্মান কৰিবলৈ উপদেশ দিয়ে ।

উল্লেখ্য যে অতিৰিক্ত উপায়ুক্ত (সৰ্বশিক্ষাৰ ভাৰপ্ৰাপ্ত বিষয়া) কল্পনা ডেকায়ো এই সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উদ্বোধনী ভাষণ প্ৰদান কৰিছিল। অতিৰিক্ত উপায়ুক্ত নৰনাৰায়ণ নাথ, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ খগেন্দ্ৰ কুমাৰ নাথ, মঙলদৈ পৌৰ পৰিষদৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, মঙলদৈ মহাবিদ্যালয়ৰ শিক্ষক মণ্ডলীয়ে এই সমাৰোহ আৰু মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd