• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতীয় অৰ্কিড উদ্যানৰ অৰ্কিড ধবংস হ’ব নিদিয়ে ৰাজ্য চৰকাৰে : ৰঞ্জিত দাস

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
July 11, 2018 10:37 pm
kazirangaorchid_park
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাৰ ‘জাতীয় অৰ্কিড উদ্যান’ৰ অৰ্কিড ধবংস হ’ব নিদিয়ে ৰাজ্য চৰকাৰে। আজি বৰপেটাত এই মন্তব্য প্ৰদান কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে।

কাজিৰঙাত থকা ‘জাতীয় অৰ্কিড উদ্যান’ৰ ৬ বিঘা মাটি উেচ্ছদ চলোৱাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণৰ পিছত ৰাজ্যজুৰি বিষয়টো চৰ্চিত হৈ পৰাত আজি বৰপেটা আৱৰ্ত্ত ভৱনত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এই মন্তব্য প্ৰকাশ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে।

Apply Now

ৰাজ্যজুৰি মাটি বেদখল বিষয়টো প্ৰশাসনে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰি তেওঁ চৰকাৰখনক বেদখল বিৰোধী বুলি স্পষ্ট কৰি দিয়ে।

চৰকাৰী খণ্ডত অথবা বেচৰকাৰী খণ্ডত মাটি বেদখল হ’লে আইন অনুযায়ী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। তাত চৰকাৰে বাধা আৰোপ কৰাটো কেতিয়াও সমৰ্থন যোগ্য নহয় বুলি তেওঁ কয়।

কাজিৰঙাৰ ‘জাতীয় অৰ্কিড উদ্যান’ৰ অৰ্কিডসমূহ কাৰো ব্যক্তিগত সম্পদ নহয় বুলি মন্তব্য কৰি এই অৰ্কিড সমূহ সংৰক্ষণ কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলিও দাসে সাংবাদিকক জানিবলৈ দিয়ে।

অখিল গগৈয়ে উক্ত ৬ বিঘা মাটিত গোৰ্খা সকলৰ পৰম্পৰাগত সামগ্ৰী তথা কলাকৃষ্টি সংৰক্ষণৰ বাবে সংগ্ৰহালয় নিৰ্মাণৰ পৰিকল্পনা কৰাৰ প্ৰসংগ উত্থাপন কৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দাসে কয় যে, এই ক্ষেত্ৰত গোৰ্খাসকলৰ কোনো সংগঠনে চৰকাৰক বিষয়টো সন্দৰ্ভত অৱগত কৰা নাই।

গোৰ্খাসকলৰ সংগঠনে চৰকাৰক বিষয়টো অৱগত কৰালে চৰকাৰে নিশ্চয় প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।

আনহাতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ৬০জন ভোটাৰৰ বিপৰীতে এজনকৈ পৃষ্ঠাপ্ৰমূখ নিয়োগ কৰিব বুলি উল্লেখ কৰি মঙলদৈ লোকসভা সমষ্টিত ইতিমধ্যে ৩১ হাজাৰ পৃষ্ঠাপ্ৰমূখ নিয়োগ কৰা হৈছে আৰু গোটেই ৰাজ্যত ৩ লাখ ৩৩ হাজাৰ পৃষ্ঠাপ্ৰমূখ নিয়োগ কৰা হ’ব বুলি দাসে উল্লেখ কৰে।

বৰ্তমান চৰকাৰৰ কামকাজৰ বাবেই আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি দাসে দাবী কৰে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

লৰ্ডছত বিপৰ্যয়ৰ পিছত চৰম পদক্ষেপ! ৭গৰাকী ক্ৰিকেটাৰৰ লগতে দুই প্ৰশিক্ষককো অপসাৰণ পাকিস্তানৰ

September 1, 2026 2:35 pm
সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd