• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিনামূলীয়া পাঠ্যপুথি ছাত্ৰ-ছাত্ৰীৰ বাবে লোৱা এটা ভাল পদক্ষেপ

সুকৃতি গগৈ by সুকৃতি গগৈ
December 20, 2017 6:21 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি দিবলৈ ৰাজ্য চৰকাৰখনে লোৱা সিদ্ধান্ত এটা ভাল সিদ্ধান্ত।’ আজি আমাৰ সাংবাদিকৰ আগত এই বুলি মন্তব্য কৰে শিক্ষা বিভাগৰ এজন বিষয়াই। শিক্ষাৰ অধিকাৰ আইন ২০০৯ এ সকলোকৈ বুনিয়াদী শিক্ষা আগ বঢ়োৱাটোৰ পোষকতা কৰিছে। কিন্তু দেখা যায় যে অষ্টম শ্ৰেণীৰ পিছতে প্ৰায় ৪/৬ লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় এৰে। এইটো স্তৰত বিনামূলীয়া পাঠ্যপুথিৰ বিতৰণে এনে হোৱাটো ৰোধ কৰিব আৰু পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা নিৰ্বিশেষে সকলোকে শিক্ষা গ্ৰহণৰ সুযোগ দিব। এইদৰে কয় বিষয়াজনে। উল্লেখযোগ্য যে চৰকাৰে প্ৰথম বাৰৰ বাবে দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেইটো অহা ২০১৮ শিক্ষা বৰ্ষৰ পৰাই কাৰ্য্যকৰী হোৱাৰ কথা। এই আঁচনিখনৰ অধীনত বিজ্ঞান, বাণিজ্য, কলা আৰু বৃত্তিমূলক পাঠ্যক্ৰমৰ পাঁচটাকৈ বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি দিয়া হ’ব।

আনহাতে চৰকাৰৰ এই সিদ্ধান্তত নিজৰ ব্যৱসায়ৰ ক্ষতি হোৱাৰ শংকাত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই প্ৰতিবাদী সভা তথা কাৰ্য্যসূচীও লৈছে। ইতিপূৰ্বে চৰকাৰক উক্ত সিদ্ধান্তটো প্ৰত্যাহৰ কৰিবলৈ সংস্থাটোৱে স্মাৰকপত্ৰও প্ৰেৰণ কৰিছিল। তেওঁলোকে চৰকাৰক বিনামূলীয়া পাঠ্যপুথিৰ সলনি বিকল্প ব্যৱস্থা হিচাপে ছাত্ৰ-ছাত্ৰীসকলক জলপানি দিবলৈ অনুৰোধ জনাইছিল, যাতে ছাত্ৰ-ছাত্ৰীসকল সমানে উপকৃত হয় আৰু লগতে তেওঁলোকৰ ব্যৱসায়ৰো ক্ষতি নহয়। কিন্ত চৰকাৰে তেওঁলোকৰ দাবী মানি নোলোৱাত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ২০ ৰ পৰা ২৩ ডিচেম্বৰলৈকে সমগ্ৰ অসমতে তেওঁলোকৰ সংস্থাৰ অধীনৰ সকলো গ্ৰন্থ বিপণি বন্ধ ৰখাৰ কাৰ্য্যসূচী লৈছে।

Apply Now

আনহাতে আজি বিষয়াজনে জনোৱামতে অহা ২০১৮ বৰ্ষৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি দিয়াটো নিশ্চিত হৈ পৰিছে। তেওঁ কয়, ‘আমাৰ প্ৰধান দায়িত্ব হৈছে শিক্ষাৰ্থীসকলক গুণগত শিক্ষা প্ৰদান কৰা। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ পাঠ্য বিষয়বস্তুৰ ওপৰত চৰকাৰৰ সম্পূৰ্ণ স্বত্ব আছে। আমি ৫৫ টা ছপাশালৰ সৈতে কাম কৰি আছো। আনকি নতুন ব্যৱস্থাটোৰ প্ৰৱৰ্তন হ’লে স্থানীয় গ্ৰন্থ প্ৰকাশকসকলেও কিতাপ ছপাব পাৰিব।’

সুকৃতি গগৈ

সুকৃতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd