• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনআৰচিৰ খচৰাত বিসংগতি : এআৰএন নম্বৰৰ বিপৰীতে আবেদনকাৰীৰ নামৰ ঠাইত ওলাল অজ্ঞাত লোকৰ নাম

মিণ্টু দাস by মিণ্টু দাস
July 31, 2018 7:22 pm
627cdffb-5667-4b76-8e52-894501cfb5af
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সম্পূৰ্ণ খচৰা তালিকা সোমবাৰে প্ৰকাশ পালে যদিও তালিকাখনত ব্যাপক খেলিমেলি হোৱাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাৰ ধিং সমষ্টিৰ জুৰীয়া আৰক্ষী থানা এলেকাৰ জামুগুৰি-আলিটাঙনী গাঁও পঞ্চায়ত এনআৰচি সেৱা কেন্দ্ৰৰ অন্তৰ্গত জামুগুৰি গাঁৱৰ এটা পৰিয়ালৰ এ আৰ এন নম্বৰৰ বিপৰীতে এটা সম্পূৰ্ণ  অজ্ঞাত পৰিয়ালৰ নাম অন্তৰ্ভুক্ত হোৱাত যথেষ্ট প্ৰতিক্রিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, নবী হুছেইন নামৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ পৰিয়ালৰ ক্ষেত্ৰত এনে এক অদ্ভুত কাণ্ড সংঘটিত হৈছে। ১৯৫১, ১৯৬৫ আৰু ১৯৭১ চনৰ লিগেচি ডাটা কোড ব্যৱহাৰ কৰি পৰিয়ালটোৱে এআৰএন ১০১৮৩০৫০২০৩৪০৬৩৩০০০৯৪ নম্বৰ যোগে এন আৰ চিৰ প্ৰ-পত্ৰ পূৰণ কৰি জমা দিছিল।

Apply Now

কিন্তু লক্ষ্যণীয়ভাৱে সোমবাৰে প্ৰকাশ কৰা খচৰাত পৰিয়ালটোৰ মুৰব্বী নবী হছেইনৰ ঠাইত সুনীল চন্দ্ৰ দেৱ, হুছেইনৰ পত্নী জুবেদা খাতুনৰ ঠাইত গীতা দেৱী, পুত্ৰ নাছিৰ উদ্দিনৰ ঠাইত অমৰজিত দেৱ, বোৱাৰী ফাতিমা খাতুনৰ ঠাইত মিঠু দেৱী, নাতি মৌচিযা হাচানৰ ঠাইত অভিমূন দেৱ আৰু আন এজনী নাতি মাচুমা খাতুনৰ ঠাইত সমূদ্বী দেৱৰ নাম অন্তৰ্ভূক্ত হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে।

পৰিয়ালটোৰ বাকী থকা নাতি নচিম আহমেদ, আন এজন পুত্ৰ বাছিৰ উদ্দিন আহমেদ, জীয়েক মোকচিতা খাতুনৰ নামো চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত নোহোৱাত পৰিয়ালটোৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে পৰিয়ালটোৱে এন আৰ চিৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ত অৰ্থাৎ যোৱা ১১ এপ্ৰিল আৰু ৭ মে’ত অজ্ঞাত ব্যক্তিকেইজনৰ নাম সন্নিবিষ্ট হৈ থকাৰ বিষয়টো এন আৰ চিৰ বিষয়-ববীয়াক অৱগত কৰিছিল। আনকি বিষয়টো যোৱা ১২ জুলাইত নগাঁও জিলা উপায়ুক্তকো লিখিতভাৱে অৱগত কৰিছিল।

কিন্তু লক্ষ্যণীয়ভাৱে ইমানৰ পিছতো কিয় এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাত এনে বিসংগতি সংঘটিত হ’বলৈ পালে তাকে লৈ পৰিয়ালটোৱে যথেষ্ট চিন্তিত হৈ পৰিছে।

মন কৰিবলগীয়া কথাটো হ’ল যে জামুগুৰি গাঁৱত কোনো হিন্দু সম্প্ৰদায়ৰ লোক নাই। তেনে ক্ষেত্ৰত কিয় এইধৰণৰ ভুল হ’বলৈ পালে, তাক লৈ যথেষ্ট উদ্বিগ্ন প্ৰকাশ কৰিছে পৰিয়ালটোৰ লগতে সচেতন ৰাইজে।

এতিয়া এই ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd