• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পশ্চিম বংগৰ সাংবাদিকক অসম ত্যাগ কৰাৰ দাবী অসম ৰাজ্যিক সাংবাদিক সন্থাৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
August 4, 2018 9:19 am
TMC-570x320

তৃণমূল কংগ্ৰেছৰ নেতৃত্বক কাচাৰৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত বৃহস্পতিবাৰে অসম আৰক্ষীয়ে বাধা দিছে। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমবংগৰ ৫০ জন বৈদ্যুতিন আৰু ছপা মাধ্যমৰ সাংবাদিকে শিলচৰত বাহৰ পাতি সদ্য প্রকাশিত এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰসংগত বিভ্রান্তিমূলক প্রচাৰ চলোৱা বুলি আজি গুৱাহাটীৰ পৰা প্রকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই।

যি সময়ত অসমৰ ৰাইজে তথা ছপা আৰু বৈদ্যুতিন মাধ্যমে এন আৰ চি সম্পৰ্কত ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে, আনকি ৰাজ্যখনৰ শান্তিপূর্ণ পৰিৱেশ অটুট ৰাখিবৰ বাবে প্ৰচাৰ মাধ্যম তথা জাতীয় সংগঠন, চৰকাৰে দৃঢ় পদক্ষেপ গ্রহণ কৰিছে, সেই সময়ত ৰাজ্যখনত শান্তি-শৃংখলা ব্যাহত কৰিবৰ বাবে অসম বিৰোধী এটা চক্রই অহৰহ প্রচেষ্টা চলাই আহিছে বুলি এক বিবৃতিতত অভিযোগ কৰিছে অসম ৰাজ্যিক সাংবাদিক সন্থাই।

Apply Now

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে সদ্য ঘোষিত অসমৰ এন আৰ চি প্রসংগত গ্ৰহণ কৰা ভূমিকাৰ লগতে  তৃণমূল কংগ্ৰেছৰ একাংশ মন্ত্ৰী, সাংসদ, বিধায়কে শিলচৰত সংঘটিত কৰা ঘটনা অতিকৈ গৰিহণাযোগ্য বুলি  অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি আৰু সম্পাদক ক্ৰমে জিতু শর্মা ৰাজখোৱা আৰু ৰাতুল বৰাই বিবৃতিটোত কৰিছে।

বিবৃতিটোৰ জৰিয়তে সভাপতি আৰু সম্পাদকগৰাকীয়ে লগতে অভিযোগ কৰিছে যে অসম আন্দোলনৰ সময় ছোৱাতো সেই সময়ৰ পশ্চিম বংগ চৰকাৰৰ ভূমিকা অসম বিৰোধী আছিল। আজি তাত চৰকাৰ পৰিৱৰ্তন হৈছে যদিও কেৱল ৰাজনৈতিক স্বার্থতে মমতা বেনাৰ্জী আৰু তেওঁৰ দলে অসম বিৰোধী চক্রান্তত লিপ্ত হৈ আহিছে।

আনকি মমতা বেনাৰ্জীৰ আশীষ ধন্য এচাম সাংবাদিকে অসমৰ সম্পৰ্কত ভুল তথা ভিত্তিহীন বাতৰি প্ৰচাৰ কৰি ৰাজ্যখনৰ সম্পৰ্কত এটি ভ্ৰান্ত ধাৰণা দিবলৈ চেষ্টা কৰা কাৰ্য কোনো কাৰণতে অসমৰ ৰাইজ বা সংবাদ মাধ্যমে সুবিধা নিদিয়ে বুলি উল্লেখ কৰি তৎকালে এনে সাংবাদিকক অসম ত্যাগ কৰিবলৈ বিবৃতিটোৰ জৰিয়তে অসম ৰাজ্যিক সাংবাদিক সন্থাই দাবী জনোৱাৰ লগতে ইয়াৰ অন্যথা ৰাজ্যখনত অশান্তিৰ বীজ সিঁচাৰ অভিযোগত আইনগত ব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

বিবৃতিটোত জাতি, ধৰ্ম, বৰ্ণ নির্বিশেষে অসমৰ ৰাইজক সাতামপুৰুষীয়া  ঐক্য, সংহতি, সম্প্ৰীতি অটুট ৰাখি অসম বিৰোধী এনে চক্ৰক প্ৰতিহত কৰিবলৈ ৰাজ্যবাসীৰ প্রতি আহ্বান জনাইছে অসম ৰাজ্যিক সাংবাদিক সংগঠনটোৱে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

ৰাম মন্দিৰৰ দায়িত্বত অৱসৰপ্ৰাপ্ত এয়াৰ মাৰ্শ্বাল! প্ৰথমবাৰৰ বাবে পূৰ্ণকালীন কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি জীতেন্দ্ৰ মিশ্ৰৰ

September 2, 2026 8:09 pm
ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

ধেমাজিত শিহৰণকাৰী হত্যাকাণ্ড: পত্নী আৰু দুই সন্তানক দা-ৰে আক্ৰমণ কৰি হত্যা বিদ্যালয় শিক্ষকৰ

September 2, 2026 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

ঘামৰ গোন্ধতেই বাঢ়ে প্ৰেম? গা নোধোৱাকৈ ডেটলৈ যোৱাৰ নতুন ট্ৰেণ্ড, সঁচাকৈয়ে কাম কৰে নে কেৱল ভুল ধাৰণা?

September 3, 2026 7:00 am
পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

পুনৰ বিতৰ্কত নেমকেয়াৰ হাস্পতাল : আই চি ইউত উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

September 2, 2026 9:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd