• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছৰছ (SARAS) ২০১৭ৰ সফল সামৰণি

সুক্ৰীতি গগৈ by সুক্ৰীতি গগৈ
December 22, 2017 9:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১১-১২ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ ছয়মাইলৰ গণেশ মন্দিৰ ইন্দ’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ অহা গ্ৰাম্য হস্ত শিল্পী সমাজৰ দ্বাৰা নিৰ্মিত সামগ্ৰীৰ বিক্ৰী মেলা (SARAS) ২০১৭ আজি সামৰণি পৰে।  কেইবাটাও আত্মসহায়ক গোট আৰু উদ্যোগীয়ে উক্ত মেলাখনত অংশ গ্ৰহণ কৰি তেওঁলোকৰ দ্বাৰা নিৰ্মিত সামগ্ৰী সমূহ প্ৰদৰ্শন কৰে। অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (ASRLM)ৰ দ্বাৰা আয়োজিত উক্ত মেলাত দেশৰ মুঠ ১৭ খন ৰাজ্যই অংশ গ্ৰহণ কৰে।

আজি শেষ হোৱা মেলাখনৰ সামৰণি অনুষ্ঠানত সামগ্ৰী বিক্ৰীৰ জৰিয়তে ৫ লাখতকৈ অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা  অসমৰ চন্দ্ৰপুৰ অঞ্চলৰ লক্ষ্মী আত্মসহায়ক গোটক সৰ্বাধিক বিক্ৰী কৰা বিপণীৰ  সন্মানেৰে পুৰস্কৃত কৰা হয়। হাতে বোৱা বিক্ৰী কৰা আত্মসহায়ক গোটটোৰ সদস্য নমিতা আবঙে কয় যে তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰী সমূহত ছালৰ অনুকুল হোৱাকৈ  সম্পূৰ্ণ প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰে। ‘আমাৰ সামগ্ৰী সমূহৰ প্ৰতি ৰাইজে যথেষ্ট ভাল সঁহাৰি জনাইছে।’ আবঙে লগতে কয়। উল্লেখযোগ্য যে ১১ গৰাকী মহিলা সদস্যৰে গঠিত উক্ত আত্মসহায়ক গোটটোৱে ইতিমধ্যে দিল্লীত আয়োজিত ভাৰত আন্তৰ্জাতিক বাণিজ্য মেলাত একেৰাহে ৪ বছৰ ধৰি তেওঁলোকৰ সামগ্ৰী সমূহ প্ৰদৰ্শন কৰি আহিছে।

Apply Now

সামৰণি অনুষ্ঠানটোত অংশ গ্ৰহণ কৰি অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ প্ৰকল্প সঞ্চালক নন্দিতা শইকীয়াই কয় যে আত্মসহায়ক গোটসমূহে ভৱিষ্যতে আৰু বেছি উৰ্পাজন কৰিবলৈ হ’লে তেওঁলোকে প্ৰস্তুত কৰা সামগ্ৰী সমূহত বৈচিত্ৰ আনিব লাগিব। মেলাখনত আন আন আত্ম সহায়ক গোট যেনে গুজৰাটৰ পৰা অহা শ্ৰীকৃষ্ণ আত্মসহায়ক গোট, অসমৰ সঞ্জীৱনি আত্মসহায়ক গোট, গোৱাৰ কৃষি শক্তি আদিয়েও যথেষ্ট ভাল উপাৰ্জন কৰে।

সুক্ৰীতি গগৈ

সুক্ৰীতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd