• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেইবাগৰাকীও খাদ্য বিশেষজ্ঞৰ উপস্থিতিত শ্বাহী দৰবাৰৰ উদ্যোগত ‘ব্ল’গাৰ্ছ মীট’ সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2018 9:42 pm
ShaiDarbar

শ্বাহী দৰবাৰ ৰেষ্টুৰেণ্টৰ এটা দৃশ্য।

136
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ১২ আগষ্ট ঃ গুৱাহাটীৰ নতুনকৈ প্ৰতিষ্ঠিত, অথচ জনপ্ৰিয় তথা সম্পূৰ্ণ নিৰামিষ আহাৰৰ প্ৰতিষ্ঠান শ্বাহী দৰবাৰত অলপতে অনুষ্ঠিত হৈ যায় এক মনোগ্ৰাহী লেখক সভা।

খাদ্য সন্দৰ্ভত ধাৰাবাহিকভাৱে ব্ল’গযোগে লেখা-মেলা কৰি অহা চাৰিগৰাকীকৈ খাদ্যৰসিক তথা বিশেষজ্ঞৰ উপস্থিতিত অনুষ্ঠিত হয় এই ব্ল’গাৰ্ছ মীট। খাদ্য প্ৰস্তুতকৰণৰ বাবে সাজু কৰাৰ পৰা আৰম্ভ কৰি খাদ্যগ্ৰহণকাৰীয়ে সেৱাদ লোৱালৈ এই পৰিক্ৰমাটোৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰা হয় এই বৈঠকত।

খাদ্য পৰিৱেশনৰ পদ্ধতি আৰু তাৰ ফটোগ্ৰাফি খাদ্য সম্বন্ধীয় লেখাত কিমান গুৰুত্বপূৰ্ণ দিশ সেইবোৰো বিস্তৃতভাৱে আলোচনা কৰা হয়। শেহতীয়া খাদ্য ধাৰাটোৰ ওপৰতো সৰস আলোচনা সম্পন্ন হয় বৈঠকত।

উল্লেখযোগ্য যে বিশিষ্ট খাদ্য বিশেষজ্ঞা তথা ৰেষ্টুৰেণ্ট ৰিভিউৱাৰ সংযুক্তা দত্ত, বিশিষ্ট ফুড ৰেচিপি ডেভেলপাৰ তথা স্তম্ভলেখক ড০ গীতা দত্ত, ফুড ব্ল’গাৰ অন্তৰা মহন্ত ৰয় চৌধুৰী আৰু ৰিমঝিম লহকৰে এই বৈঠকত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আয়োজন তথা পৰিচালনা আছিল স্প’ৰ্টছ ক্ৰাফ্ট মেনেজমেণ্টৰ।

বৈঠকত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সংযুক্তা দত্তই কয়, “আমি এটা কথা কেতিয়াও পাহৰি যাব নালাগে যে নিৰামিষ আহাৰত থকা সৌন্দৰ্য, সুগন্ধি আৰু সোৱাদ, -এই আটাইবোৰেই যিকোনো ধৰণেই, যিকোনো মুহূৰ্ততেই যিকোনো আমিষ আহাৰৰ সৈতে ফেৰ মাৰিব পাৰে। নিসন্দেহে শ্বাহী দৰবাৰৰ এই আয়োজন প্ৰসংশনীয় আৰু ইয়াৰ খাদ্যৰ মানো ভাল।”

মন কৰিব লগীয়া যে গুৱাহাটীৰ ফাঁচি বজাৰস্থিত গণপতি প্লাজাত থকা শ্বাহী দৰবাৰ ৰেষ্টুৰেণ্টখনে আত্মপ্ৰকাশৰ মাত্ৰ পাঁচটা বৰ্ষৰ ভিতৰতেই খাদ্যৰ ক্ষেত্ৰত লাভ কৰিছে চাৰিটাকৈ সন্মানীয় বঁটা। প্ৰথম বৰ্ষতেই শ্ৰেষ্ঠ সম্ভাৱনাপূৰ্ণ প্ৰতিষ্ঠানৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল গুৱাহাটী ফুড এৱাৰ্ডছত। তদুপৰি উক্ত বঁটাৰেই ক্ৰমাগত ৩ বাৰৰ বাবে বৰ্ষশ্ৰেষ্ঠ নিৰামিষ আহাৰৰ ৰেষ্টুৰেণ্টৰ বঁটাও আঁজুৰিবলৈ সক্ষম হৈছিল ৰেষ্টুৰেণ্টখনে।

Recent News

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

কুনো ৰাষ্ট্ৰীয় উদ্যানত আঘাতপ্ৰাপ্ত হৈ ৮ বছৰীয়া নামিবিয়ান চিতা ‘নাভা’ৰ মৃত্যু

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd