• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেইবাগৰাকীও খাদ্য বিশেষজ্ঞৰ উপস্থিতিত শ্বাহী দৰবাৰৰ উদ্যোগত ‘ব্ল’গাৰ্ছ মীট’ সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 12, 2018 9:42 pm
ShaiDarbar

শ্বাহী দৰবাৰ ৰেষ্টুৰেণ্টৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী, ১২ আগষ্ট ঃ গুৱাহাটীৰ নতুনকৈ প্ৰতিষ্ঠিত, অথচ জনপ্ৰিয় তথা সম্পূৰ্ণ নিৰামিষ আহাৰৰ প্ৰতিষ্ঠান শ্বাহী দৰবাৰত অলপতে অনুষ্ঠিত হৈ যায় এক মনোগ্ৰাহী লেখক সভা।

খাদ্য সন্দৰ্ভত ধাৰাবাহিকভাৱে ব্ল’গযোগে লেখা-মেলা কৰি অহা চাৰিগৰাকীকৈ খাদ্যৰসিক তথা বিশেষজ্ঞৰ উপস্থিতিত অনুষ্ঠিত হয় এই ব্ল’গাৰ্ছ মীট। খাদ্য প্ৰস্তুতকৰণৰ বাবে সাজু কৰাৰ পৰা আৰম্ভ কৰি খাদ্যগ্ৰহণকাৰীয়ে সেৱাদ লোৱালৈ এই পৰিক্ৰমাটোৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰা হয় এই বৈঠকত।

Apply Now

খাদ্য পৰিৱেশনৰ পদ্ধতি আৰু তাৰ ফটোগ্ৰাফি খাদ্য সম্বন্ধীয় লেখাত কিমান গুৰুত্বপূৰ্ণ দিশ সেইবোৰো বিস্তৃতভাৱে আলোচনা কৰা হয়। শেহতীয়া খাদ্য ধাৰাটোৰ ওপৰতো সৰস আলোচনা সম্পন্ন হয় বৈঠকত।

উল্লেখযোগ্য যে বিশিষ্ট খাদ্য বিশেষজ্ঞা তথা ৰেষ্টুৰেণ্ট ৰিভিউৱাৰ সংযুক্তা দত্ত, বিশিষ্ট ফুড ৰেচিপি ডেভেলপাৰ তথা স্তম্ভলেখক ড০ গীতা দত্ত, ফুড ব্ল’গাৰ অন্তৰা মহন্ত ৰয় চৌধুৰী আৰু ৰিমঝিম লহকৰে এই বৈঠকত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আয়োজন তথা পৰিচালনা আছিল স্প’ৰ্টছ ক্ৰাফ্ট মেনেজমেণ্টৰ।

বৈঠকত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সংযুক্তা দত্তই কয়, “আমি এটা কথা কেতিয়াও পাহৰি যাব নালাগে যে নিৰামিষ আহাৰত থকা সৌন্দৰ্য, সুগন্ধি আৰু সোৱাদ, -এই আটাইবোৰেই যিকোনো ধৰণেই, যিকোনো মুহূৰ্ততেই যিকোনো আমিষ আহাৰৰ সৈতে ফেৰ মাৰিব পাৰে। নিসন্দেহে শ্বাহী দৰবাৰৰ এই আয়োজন প্ৰসংশনীয় আৰু ইয়াৰ খাদ্যৰ মানো ভাল।”

মন কৰিব লগীয়া যে গুৱাহাটীৰ ফাঁচি বজাৰস্থিত গণপতি প্লাজাত থকা শ্বাহী দৰবাৰ ৰেষ্টুৰেণ্টখনে আত্মপ্ৰকাশৰ মাত্ৰ পাঁচটা বৰ্ষৰ ভিতৰতেই খাদ্যৰ ক্ষেত্ৰত লাভ কৰিছে চাৰিটাকৈ সন্মানীয় বঁটা। প্ৰথম বৰ্ষতেই শ্ৰেষ্ঠ সম্ভাৱনাপূৰ্ণ প্ৰতিষ্ঠানৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল গুৱাহাটী ফুড এৱাৰ্ডছত। তদুপৰি উক্ত বঁটাৰেই ক্ৰমাগত ৩ বাৰৰ বাবে বৰ্ষশ্ৰেষ্ঠ নিৰামিষ আহাৰৰ ৰেষ্টুৰেণ্টৰ বঁটাও আঁজুৰিবলৈ সক্ষম হৈছিল ৰেষ্টুৰেণ্টখনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd