• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশলৈ অভিযোগ পত্ৰ প্ৰেৰণ নগাঁৱৰ যুৱকৰ

মিণ্টু দাস by মিণ্টু দাস
August 29, 2018 8:51 am
Shiladitya Dev

ফাইল ফটো

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি দলৰ বিতৰ্কিত নেতা তথা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱে এন আৰ চিৰ প্ৰসংগত এটা নিৰ্দিষ্ট সম্প্ৰদায়ক বাৰে বাৰে টাৰ্গেট কৰি এখনৰ পিছত আন এখন সংবাদ মেল আয়োজন কৰি কেতবোৰ বিস্ফোৰক মন্তব্যৰে ৰাজ্যখনৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ এক প্ৰকাৰ কুলষিত কৰি তুলিছে।

এনে মন্তব্যৰ বাবে বিধায়ক দেৱৰ বিৰুদ্ধে বিভিন্ন সময়ত তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়াও প্ৰকাশ পাইছে। বাৰে বাৰে কৰা এনে মন্তব্যৰ বিৰুদ্ধে নগাঁও চহৰৰ ইছলামপট্টি সেউজ নগৰৰ আব্দুল জলিল আকন্দ নামৰ যুৱকজনে যোৱা ৫ আগষ্টত বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এক এজাহাৰ দাখিল কৰিছিল। যোৱা ৪ আগষ্টত বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এন আৰ চিৰ চূড়ান্ত খচৰা তালিকাক লৈ কৰা কেতবোৰ বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰখনৰ ভিত্তিত নগাঁও সদৰ আৰক্ষী থানাত ২৬২০/১৮ নম্বৰত এক গোচৰো ৰুজু হৈছে।

Apply Now

আকন্দ‌ই এই এজাহাৰখন দাখিল কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল যে অনাগত সময়ত এনে ধৰণৰ বিতৰ্কিত মন্তব্য প্ৰকাশৰ পৰা বিৰত নাথাকিলে, শিলাদিত্যৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিব।

ইমানৰ পিছতো শিলাদিত্য ক্ষান্ত নথকাত আকন্দ‌ই তেওঁৰ বিৰুদ্ধে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশদ্বয় ৰঞ্জন গগৈ আৰু ৰুহিতন নৰিমানলৈ এক তথ্য সম্বলিত অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে।

ডাক আৰু ই মেইলযোগে প্ৰেৰণ কৰা ১৭ পৃষ্ঠা জোৰা অভিযোগ পত্ৰত উল্লেখ কৰা মতে, এন আৰ চিৰ সদ্য প্ৰকাশিত চুড়ান্ত খচৰা তালিকাত ১.১০ কোটি অবৈধ বাংলাদেশী মুছলমানৰ নাম অন্তৰ্ভুক্ত হৈছে, ২০২৬ চনত ৫৬ টা সমষ্টিত মুছলমান সংখ্যাগৰিষ্ঠ হ’ব, এন আৰ চি কাগজৰ খেল, অসমক পৰিকল্পিতভাবে ইছলামিক ৰাষ্ট্ৰৰ অন্তৰ্ভুক্ত কৰাৰ দুই ধৰণে ষড়যন্ত্ৰ চলিছে, এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত নিয়োজিত ৫৫ হেজাৰ কৰ্মচাৰীৰ ৩০ হাজাৰেই অসম বিৰোধী আদি কেতবোৰ বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰিছিল বিধায়ক শিলাদিত্য দেৱে।

শিলাদিত্যৰ এনে অগণতান্ত্ৰিক, ৰাষ্ট্ৰ বিৰোধী, উচতনিমুলক, সাম্প্ৰদায়িক মন্তব্য‌ই অসমত দীৰ্ঘদিন ধৰি বৰ্তি থকা সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ আংশকা কৰিছে অভিযোগকাৰী যুৱকজনে।

তদুপৰি, যি সময়ত উচ্চতম ন্যায়ালয়লৰ তত্বাৱধানত এন আৰ চি প্ৰক্ৰিয়া চলি আছে, তেনে সময়ত শিলাদিত্যৰ মন্তব্য‌সমূহে প্ৰকৃততে সৰ্বোচ্চ ন্যায়ালয়ক অৱমাননা কৰাৰ অভিযোগ তুলিছে। সেয়ে ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে এক নিজাববীয়া গোচৰ ৰুজু কৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd