• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্ধন গোটৰ ঋণ লৈ প্ৰাণৰ সংকটত মহিলা, গ্ৰেপ্তাৰ ৬ গৰাকী মৰেল পুলিচ

বিহালীৰ ৰৌমাৰী গাঁৱত গোটৰ ঋণ লৈ পৰিশোধ নকৰাৰ অভিযোগত এগৰাকী মহিলাক মৰিয়াই আধামৰা কৰিছে গাওঁখনৰে একাংশ মহিলাই। ঘটনা সন্দৰ্ভত মৰমী বৰা, জিনা বৰা, ববী ৰাজখোৱা, জোনালী ৰাজখোৱা, মৌচুমী শইকীয়া আৰু ৰূপা বৰাক গ্ৰেপ্তাৰ কৰা হৈছে।

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
September 13, 2018 7:48 pm
moral police attacks woman in assam's behali
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইবাটাও ভয়ংকৰ ঘটনাৰ পিছতো অসমত লোপ পোৱা নাই মৰেল পুলিচ। বন্ধন গোটৰ ঋণ মাৰিব নোৱৰাৰ অভিযোগত বিহালীৰ ৰৌমাৰী গাঁৱত এগৰাকী মহিলাক মৰিয়াই আধামৰা কৰিছে গাওঁখনৰে একাংশ মহিলাই।

বুধবাৰে ঘটা ঘটনাটোৰ ভুক্তভোগীগৰাকীক ইতিমধ্যে বিহালী আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছে যদিও মহিলাগৰাকীয়ে তেওঁক কৰা আক্ৰমণৰ ফলত কাণেৰে নুশুনা হোৱা বুলি অভিযোগ কৰিছে।

Apply Now

ভুক্তভোগীগৰাকীৰ পৰিয়ালৰ মতে গাঁৱৰ মহিলা মৰেল পুলিচৰ দলটোৱে মহিলাগৰাকীক বাঁহেৰে আক্ৰমণ কৰিছিল। আক্ৰমণত মহিলাগৰাকীয়ে মুখমণ্ডলতো আঘাত পাইছে৷

ঘটনাটোৰ লগত জড়িত ৬ গৰাকী মহিলাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ ‘ঘটনা সন্দৰ্ভত মৰমী বৰা, জিনা বৰা, ববী ৰাজখোৱা, জোনালী ৰাজখোৱা, মৌচুমী শইকীয়া আৰু ৰূপা বৰাক গ্ৰেপ্তাৰ কৰা হৈছে,’ নৰ্থ ইষ্ট নাও-ক জনালে বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়ে।

ঘটনাটো সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে বিহালী আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ বিপৰীতে মহিলাগৰাকীৰ ওপৰতো গাঁৱৰ মহিলাসকলে ঋণ পৰিশোধ নকৰি পলাই থকা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে৷

বিহালী আৰক্ষীয়ে দুয়োপক্ষৰে অভিযোগৰ ভিত্তিত ১০১/১৮ আৰু ১০২/১৮ নম্বৰৰ দুটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷

অভিযোগ অনুসৰি দৰিদ্ৰ মহিলাগৰাকীয়ে গোটটোৰ পৰা ৬০ হাজাৰ টকা সুদলৈ লৈ কিস্তি পৰিশোধ নকৰি ‘পলাই আছিল’।

বুধবাৰে গোটটোৰ একাংশ মহিলাই মহিলাগৰাকীক গাঁৱৰ নামঘৰৰ সন্মুখত বিদ্যুতৰ খুঁটাত বান্ধি মুখত ক’লা ছাই আৰু চূণ সানি, ছুলি কাটি মাৰধৰ কৰি পিছত সমদল উলিয়াই গোটেই গাওঁখন সমদল কৰি ঘূৰায়।

কাজী জেইদুল ইছলাম

কাজী জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

June 28, 2026 8:10 am
মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd