• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘লিডু কেন্দ্ৰীয় নামঘৰ’ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 20, 2018 5:29 pm
Screenshot_20180920-163243
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু অঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান লিডু কেন্দ্ৰীয় নামঘৰে গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে  ৫ দিনীয়াবিস্তৃত  কাৰ্যসূচীৰে অনুষ্ঠিত  সোণালী জয়ন্তী সমাৰোহ আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ৫৭০ তম জন্মোৎসৱটি  সফল সামৰণি পৰে৷   কালি অন্তিম দিনা পুৱা  বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মীয় কীৰ্ত্তন দল তথা সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজৰ অংশগ্ৰহণৰে এক বৰ্ণাঢ্য ভাগৱত ভ্ৰমণ উলিওৱা হয়৷

অনুষ্ঠানত  মুখ্য অতিথি ৰূপে উপস্থিত থাকি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে সাৰগৰ্ভ বক্তব্য ডাঙি ধৰি ধৰ্মপ্ৰাণ ৰাইজক মন্ত্ৰমুগ্ধ কৰে৷ তেওঁ শৰাই ভাঙিবলৈ বা সকাম ভাঙিবলৈকে নাম নহয় বুলি উল্লেখ কৰি নামৰ তাৎপৰ্য হৃদয়ঙ্গম কৰি তাৰ পালন কৰিব পৰাটোহে নামৰ সাৰ্থকতা বুলি কয়৷

Apply Now

সন্ধিয়া উদযাপন সমিতিৰ সভাপতি লোকনাথ কোঁৱৰৰ পৌৰোহিত্যত এখন মুকলি সভা অনুষ্ঠিত হয়৷ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আতঁ ধৰা সভাখনত মুখ্য অতিথি ৰূপে সত্ৰাধিকাৰ  প্ৰেম নাৰায়ণ গোস্বামী উপস্থিত থাকি নামঘৰটিৰ সোণালী ইতিহাস ৰোমন্থন কৰে৷

নিশা যোৰহাটৰ পৰা আমন্ত্ৰিত বৃন্দাবন নাট্যগোষ্ঠীৰ দ্বাৰা বিদুৰথ বিপ্ৰ দামোদৰ আখ্যান শীৰ্ষক নাট ভাওঁনা খনি মঞ্চস্থ কৰা হয়৷

দ্বিতীয় দিনা  সদৌ তিনিচুকীয়া জিলা ভিত্তিত প্ৰাইজমানি  বৰগীত প্ৰতিযোগিতা শিশু সকলৰ মাজত দিহা নাম  সদৌ অসম ভিত্তিত মহিলা সকলৰ মাজত  দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

বিয়লি ৫ বজাত ডঃ ৰমেন হাজৰিকাৰ সঞ্চালনাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰ তাৎপৰ্য শীৰ্ষক বিষয়ৰ ওপৰত এখনি  আলোচনা চক্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়৷

আলোচক ৰূপে ডঃ ৰঞ্জিত দত্ত উপস্থিত থাকি মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জীৱনাদৰ্শৰ কথা ব্যক্ত কৰে৷

তৃতীয় দিনা সন্ধিয়া ৭ বজাত স্থানীয় যুৱক সকলৰ দ্বাৰা পঙ্কজ শইকীয়াৰ পৰিচালনাত  বেদৱতী উপাখ্যান  ভাওঁনা মঞ্চস্থ কৰা হয়। চতুৰ্থ দিনা পুৱা ৭-০০ বজাত আই সকলৰ নাম, যুৱক সকলৰ নাম আৰু  শিশু সকলৰ নাম দিনৰ ১১-০০ বজাত  নাম প্ৰসংগ অনুষ্ঠিত হয়৷

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd