• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘লিডু কেন্দ্ৰীয় নামঘৰ’ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 20, 2018 5:29 pm
Screenshot_20180920-163243
313
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লিডু অঞ্চলৰ অন্যতম ধৰ্মীয় অনুষ্ঠান লিডু কেন্দ্ৰীয় নামঘৰে গৌৰৱোজ্জ্বল ৫০ বছৰ সম্পূৰ্ণ কৰা উপলক্ষে  ৫ দিনীয়াবিস্তৃত  কাৰ্যসূচীৰে অনুষ্ঠিত  সোণালী জয়ন্তী সমাৰোহ আৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ৫৭০ তম জন্মোৎসৱটি  সফল সামৰণি পৰে৷   কালি অন্তিম দিনা পুৱা  বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মীয় কীৰ্ত্তন দল তথা সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজৰ অংশগ্ৰহণৰে এক বৰ্ণাঢ্য ভাগৱত ভ্ৰমণ উলিওৱা হয়৷

অনুষ্ঠানত  মুখ্য অতিথি ৰূপে উপস্থিত থাকি আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে সাৰগৰ্ভ বক্তব্য ডাঙি ধৰি ধৰ্মপ্ৰাণ ৰাইজক মন্ত্ৰমুগ্ধ কৰে৷ তেওঁ শৰাই ভাঙিবলৈ বা সকাম ভাঙিবলৈকে নাম নহয় বুলি উল্লেখ কৰি নামৰ তাৎপৰ্য হৃদয়ঙ্গম কৰি তাৰ পালন কৰিব পৰাটোহে নামৰ সাৰ্থকতা বুলি কয়৷

সন্ধিয়া উদযাপন সমিতিৰ সভাপতি লোকনাথ কোঁৱৰৰ পৌৰোহিত্যত এখন মুকলি সভা অনুষ্ঠিত হয়৷ মুখ্য সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে উদ্দেশ্য ব্যাখ্যা কৰা আৰু আতঁ ধৰা সভাখনত মুখ্য অতিথি ৰূপে সত্ৰাধিকাৰ  প্ৰেম নাৰায়ণ গোস্বামী উপস্থিত থাকি নামঘৰটিৰ সোণালী ইতিহাস ৰোমন্থন কৰে৷

নিশা যোৰহাটৰ পৰা আমন্ত্ৰিত বৃন্দাবন নাট্যগোষ্ঠীৰ দ্বাৰা বিদুৰথ বিপ্ৰ দামোদৰ আখ্যান শীৰ্ষক নাট ভাওঁনা খনি মঞ্চস্থ কৰা হয়৷

দ্বিতীয় দিনা  সদৌ তিনিচুকীয়া জিলা ভিত্তিত প্ৰাইজমানি  বৰগীত প্ৰতিযোগিতা শিশু সকলৰ মাজত দিহা নাম  সদৌ অসম ভিত্তিত মহিলা সকলৰ মাজত  দিহা নাম প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

বিয়লি ৫ বজাত ডঃ ৰমেন হাজৰিকাৰ সঞ্চালনাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শৰ তাৎপৰ্য শীৰ্ষক বিষয়ৰ ওপৰত এখনি  আলোচনা চক্ৰ আৰু স্মৃতিগ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়৷

আলোচক ৰূপে ডঃ ৰঞ্জিত দত্ত উপস্থিত থাকি মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জীৱনাদৰ্শৰ কথা ব্যক্ত কৰে৷

তৃতীয় দিনা সন্ধিয়া ৭ বজাত স্থানীয় যুৱক সকলৰ দ্বাৰা পঙ্কজ শইকীয়াৰ পৰিচালনাত  বেদৱতী উপাখ্যান  ভাওঁনা মঞ্চস্থ কৰা হয়। চতুৰ্থ দিনা পুৱা ৭-০০ বজাত আই সকলৰ নাম, যুৱক সকলৰ নাম আৰু  শিশু সকলৰ নাম দিনৰ ১১-০০ বজাত  নাম প্ৰসংগ অনুষ্ঠিত হয়৷

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd