• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত বিদ্যুৎস্পৃষ্ট মৃত্যুৰ ক্ষোভৰ জুইৰ মাজতে সঞ্চালকক বদলি এ’পিদিচিএল-ৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ তৎকালীন তদন্ত কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে অতিৰিক্ত মুখ্য সচিব তথা এ’পিদিচিএল-ৰ অধ্যক্ষ জিষ্ণু বৰুৱাক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 21, 2018 8:43 pm
Nagaon-electrocution-750x375

ৰূপহীহাটৰ ঘটনাৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

406
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ৰুপহীহাটত বিদ্যুতত লাগি ৬গৰাকীকৈ লোকে কৰুণভাৱে মৃত্যুক সাৱটিব লগা ঘটনাক লৈ চৰকাৰবিৰোধী ক্ষোভৰ জুইৰ মাজতে শুকুৰবাৰে অসম বিদ্যুৎ বিতৰণ কোম্পানি লিমিটেদ (APDCL)ৰ পৰিচালন সঞ্চালক পদৰ পৰা বদলি কৰা হৈছে আই এ’ এছ বিষয়া পুৰু গুপ্তাক।

গুপ্তাক উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিবৰূপে নিযুক্তি দিয়াৰ বিপৰীতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব ৰাকেশ আগৰৱালাক গতোৱা হৈছে নৈমিত্তিক জনৰোষৰ সন্মুখীন হৈ অহা এ’পিদিচিএল।

ৰুপহীহাটৰ মৰ্মান্তিক ঘটনাটোক লৈ বিদ্যুৎ বিভাগৰ ৩গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। বিভাগীয় সূত্ৰ অনুসৰি এ’পিদিচিএল-ৰ উপ সংমণ্ডল বিষয়া পল্লৱ দাস, ফখ্ৰুল ইছলাম নামৰ এজন কৰ্মচাৰী আৰু এগৰাকী কনিষ্ঠ অভিযন্তাক কৰ্তব্যত গাফিলতিৰ বাবে বৰ্খাস্ত কৰা হৈছে।

লগতে পঢ়ক নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰ ঘটনা, বিদ্যুতৰ ছিগা তাঁৰ পৰি মৃত্যু ৬জনকৈ লোকৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ তৎকালীন তদন্ত কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে অতিৰিক্ত মুখ্য সচিব তথা এ’পিদিচিএল-ৰ অধ্যক্ষ জিষ্ণু বৰুৱাক।

আনহাতে ঘটনাথলীত শুকুৰবাৰে ৰাইজৰ ব্যাপক প্ৰতিবাদৰ সন্মুখীন হ’ব লগা হয় শক্তি মন্ত্ৰী তপন গগৈ। ঘটনাটোৰ পিছতে মুখ্য মন্ত্ৰীৰ নিৰ্দেশত ঘটনাথলীত উপস্থিত হৈছিল মন্ত্ৰী গগৈ।

শুকুৰবাৰে আগবেলাই ঘটনাথলীত উপস্থিত হোৱা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নিহতসকলৰ পৰিয়াললৈ ২.৫ লাখকৈ টকাৰ সাহায্য ঘোষণা কৰিছিল।

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd