• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বীভৎসতাৰ শীৰ্ষত, উলংগ কৰি যৌনাংগত জলকীয়া সানি ৰাস্তাত ভ্ৰমণ কৰোৱালে মহিলাক!

ৰাহুল চক্ৰবৰ্তী by ৰাহুল চক্ৰবৰ্তী
September 21, 2018 10:58 pm
crime in assam

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাৰীক জোৰ-জবৰদস্তিৰ ক্ষেত্ৰত দেশৰ শীৰ্ষস্থান অধিকাৰ কৰা অসমত এইবাৰ পোহৰলৈ আহিছে যোনিত জলকীয়া গুৰি সানি এগৰাকী মহিলাক নগ্নভাৱে ৰাস্তাত ঘূৰাই ফুৰোৱাৰ এক বীভৎস ঘটনা।

কেৱল সেয়াই নহয়, ঘটনাটোৱে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনত ৰাজ্যত কাৰ্য্যতঃ প্ৰশাসনহীনতা আৰু ‘ৰাইজ’ৰ উন্মত্ততাৰ এক ভয়ংকৰ ছবিও উদঙাই দিছে।

Apply Now

১০ দিন পূৰ্বেই ঘটা ঘটনাটোৰ অভিযোগ ভুক্তভোগীয়ে স্থানীয় থানাৰ পৰিৱৰ্তে বৃহস্পতিবাৰে দাখিল কৰিব লগা হৈছে কৰিমগঞ্জৰ জিলা আদালতত।

লগতে পঢ়ক নাৰীক জোৰ-জবৰদস্তিৰ দেশৰ শীৰ্ষস্থান অধিকাৰ অসমৰ

অভিযোগ মতে যোৱা ১০ ছেপ্তেম্বৰত কেইজনমান লোকে মহিলাগৰাকীৰ ঘৰলৈ আহি শহুৰেকৰ হাত বান্ধি লৈ মহিলাগৰাকীৰ কাপোৰ খুলি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত তেওঁ পোৱা ধনখিনি দাবী কৰি অত্যাচাৰ কৰিছিল।

সেই অত্যাচাৰৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে ১১ ছেপ্তেম্বৰত স্থানীয় স্থানীয় মাগুৰা আৰক্ষী চকীলৈ যাবলৈ ওলোৱাৰ সময়তে গাঁৱৰ ৰাইজে মহিলাগৰাকীক ঘেৰি ধৰি পুনৰ নগ্ন কৰি যোনিত জলকীয়া সানি অত্যাচাৰ কৰে।

‘মই যেতিয়া মাগুৰা আৰক্ষী চকীলৈ অভিযোগ দাখিলৰ বাবে ওলালো, গাঁৱৰ ৰাইজে মোক ঘেৰি ধৰি কাপোৰ খুলি পেলায়। পিছত মতা, মাইকী সকলোৱে মিলি মোৰ যৌনাংগত জলকীয়া গুৰি সানে। মাৰ-ধৰো কৰে…কোনোবাই তাৰে ভিডিঅ’ বনায়,’ ভুক্তভোগীগৰাকীৰ মন্তব্য।

লগতে পঢ়ক বন্ধনৰ ঋণ লৈ প্ৰাণৰ সংকটত মহিলা

মহিলাগৰাকীক অত্যাচাৰ কৰা লোকসকলে থানালৈ নাযাবলৈ বুলিও মহিলাগৰাকীক সকীয়নি দিয়ে বুলি তেওঁ অভিযোগ কৰিছে।

‘মোক সিহঁতে মনে মনে থাকিবলৈ সকীয়াই দিছিল, অন্যথা ভিডিঅ’টো ৰাজহুৱা কৰি দিব বুলি কৈছিল,’ মহিলাগৰাকীৰ অভিযোগ।

বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বাজাৰিচৰা আৰক্ষী থানাৰ মাগুৰা গাঁৱত যোৱা ১০ আৰু ১১ ছেপ্তেম্বৰতেই ঘটা ঘটনাটো ভুক্তভোগী মহিলাগৰাকীয়ে বৃহস্পতিবাৰে আদালতত অভিযোগ দিয়াতহে পোহৰলৈ আহিছে।

ইতিমধ্যে কোনোবা লোকে ৰাজহুৱা কৰা অত্যাচাৰৰ ভিডিঅ’টো চ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

মহিলাগৰাকীয়ে অভিযোগ কৰিছে যে লুইনিৰবুল চৰাই নামৰ এজন লোকে আন ৫জন লোকৰ সৈতে তেওঁৰ পৰা ধনখিনি কাঢ়ি নিবলৈ আহিছিল।

মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০বি, ৪৪৮, ৩৫৪বি আৰু ৩৯২ ধাৰাৰ অধীনত লুইনিৰবুল আৰু আন ১২জনৰ বিৰুদ্ধে এক গোচৰ পঞ্জীয়ন হৈছে।

ৰাহুল চক্ৰবৰ্তী

ৰাহুল চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd