• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ কোম্পানিৰ গুদামতে আজিও চলি আছে অসম বিধান সভা!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 28, 2018 4:31 pm
Assam-Assembly-Report

অসম বিধান সভা। ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ কোম্পানিৰ এটা গুদামত অসমৰ সমস্যাক লৈ তৰ্ক-বিতৰ্ক কৰে ৰাইজে নিৰ্বাচিত কৰি পঠোৱা ১২৬ গৰাকী জন প্ৰতিনিধিয়ে!

শ্বিলঙৰ পৰা অসমৰ ৰাজধানী দিচপুৰলৈ উঠি অহাৰ ৪৬ বছৰৰ পিছতো আশ্চৰ্য্যজনকভাৱে আজিও অসম বিধান সভাৰ নাই স্থায়ী ভৱন।

Apply Now

শ্বিলঙৰ পৰা ৰাজধানী স্থানান্তৰৰ সময়ত চাহ কোম্পানি এটাৰ এই গুদাম ঘৰটো মেৰামতি কৰিয়ে আৰম্ভ কৰা হৈছিল বিধান সভাৰ কাম-কাজ।

২০১১ চনৰ ৫ ফেব্ৰুৱাৰিত তদানীন্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে নতুন বিধান সভা ভৱনৰ আধাৰশিলা স্থাপন কৰিছিল। দিচপুৰৰ ৩০ বিঘা মাটিজুৰি এই ২৩৪.৮৪ কোটি টকীয়া প্ৰকল্পটো নিৰ্মাণ হোৱাৰ কথা।

Assam-Assembly2-1140x570
অসম বিধান সভাৰ প্ৰস্তাৱিত ভৱনৰ নক্সা।

২০১৪ চনৰ প্ৰথম ভাগতে সমাপ্ত হ’ব লগীয়া প্ৰকল্পটো আজিলৈকে সম্পূৰ্ণ হোৱাৰ কোনো লক্ষণ দেখা দিয়া নাই। আৰু আচৰিতভাৱে চাৰে চাৰি বছৰ পলম হোৱাৰ পিছতো প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে দেখুওৱা নাই কোনো তৎপৰতা।

ক’লকাতাৰ দুলাল মুখাৰ্জী আৰু এছছিয়েটছ নামৰ এখন আৰ্কিটেক্সাৰেল ফাৰ্মে নক্সা প্ৰস্তুত কৰা এই ৪৫৫৩৪.৯৬ বৰ্গ কিঃমিঃ এলেকা সামৰা প্ৰকল্পটোৰ নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল চিমপ্লেক্স নামৰ এক ব্যক্তিগত নিৰ্মাণ প্ৰতিষ্ঠানক।

এতিয়ালৈকে নিৰ্মাণৰ গাঁথনিটো সম্পূৰ্ণ হৈছে যদিও অভ্যন্তৰীণ কাম-কাজ এতিয়াও সমাপ্ত হোৱা নাই। আৰু কামটো তৎপৰতাৰে শেষ কৰিবলৈ বিজেপি নেতৃত্বাধীন অসম চৰকাৰে প্ৰদৰ্শন কৰা নাই কোনোধৰণৰ উদ্যম।

নতুন বিধান সভা প্ৰকল্পটোত থাকিব মুঠ ৫টা ভৱন। ইয়াত থাকিব উচ্চ আৰু নিম্ন সদনৰ বাবে সুকীয়াকৈ এটা ৩ মহলীয়া ভৱন, তাৰ সৈতে মন্ত্ৰী-বিধায়ক আৰু ভি আই পিৰ বাবে আছুতীয়া ৫০টা কোঠাৰ সৈতে সংলগ্ন থাকিব এটা সুকীয়া ১৪ মহলীয়া ভৱন আৰু আন এটা ৪ মহলীয়া ভৱন।

প্ৰকল্পটোত ২৮৬ খন গাড়ী ৰাখিব পৰা এটা ৫ মহলীয়া কাৰ পাৰ্কৰো পৰিকল্পনা কৰা হৈছিল।

প্ৰস্তাৱিত বিধান সভা ভৱনটোক অত্যাধুনিক এইচ ভি এ’ চি, স্বয়ংক্ৰিয়ভাৱে শক্তি সঞ্চয়কাৰী পোহৰ ব্যৱস্থা আদিৰে সৈতে এক সেউজ প্ৰকল্পৰূপে গঢ়ি তুলিব খোজা হৈছিল।

কিন্তু এইটোহে জানিব পৰা হোৱা নাই, কিয় অসমৰ গড়কাপ্তানী বিভাগ (ভৱন)এ বিধান সভা ভৱনৰ ইণ্টেৰিয়ৰৰ কামৰ বাবে ২০১৫ চনৰ ১৪ ডিচেম্বৰত আহ্বান কৰা টেণ্ডাৰখন বাতিল কৰিলে কিয়। ২০১৬ চনৰ ১৩ জানুৱাৰিত বন্ধ হ’বলগীয়া ৪০ কোটি টকা পৰিমাণৰ এই টেণ্ডাৰখন ২০১৬ চনৰ ১১ জানুৱাৰিত বাতিল কৰা হয়।

অসম বিধান সভাৰ আধুনিক ভৱন এটাৰ নিৰ্মাণ সম্পূৰ্ণ কৰাক লৈ চৰকাৰ ছিৰিয়াছ নে? নে, পুৰণি গুদামটোৰ পৰাই বিধান সভাৰ কাম-কাজ চলাই ৰাখি চৰকাৰে অসমৰ ৰাইজক লাজত পেলায়েই ৰাখিব?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd