• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বগীবিল দলঙত প্ৰথমটো স্পীড টেষ্ট সম্পন্ন উ: পূ: সীমান্ত ৰে’লৱেৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
October 3, 2018 7:42 pm
Bogibeel-bridge-750x375
238
VIEWS
Share on FacebookShare on Twitter

উ: পূ: সীমান্ত ৰে’লৱেই  ৩ অক্টোবৰত বহু প্ৰত্যাশিত বগীবিল দলঙৰ ওপৰত প্ৰথমটো স্পীড টেষ্ট সম্পন্ন কৰে।  বগীবিলৰ পৰা ৭.৫ কি:মি: নিলগৰ দলঙৰ দক্ষিণফালে অৱস্থত ধামলগাঁও ৰে’ল ষ্টেশ্যনৰ পৰা এটা ৰে’ল ইঞ্জিনেৰে এই সৰীক্ষা সম্পন্ন কৰা হয়।

উ: পূ: সীমান্ত ৰে’লৱেৰ সূত্ৰ এটাই জনোৱা মতে ১২০ কি:মি:/ঘণ্টা বেগত এই পৰীক্ষা সম্পন্ন কৰা হয়।  ইয়াৰ পূৰ্বে ২০ ছেপ্টেম্বৰত ৰে’লপথৰ কিছু কাম সস্পন্ন কৰাৰ বাবে দলঙৰ ওপৰেৰে এটা ট্ৰেক মেচিন পাৰ কৰি নিয়া হৈছিল।

উল্লেখ্য যে দলংখন উদ্বোধন কৰাৰ পূৰ্বে আৰু এবাৰ সৰ্বোচ্চ বহন ক্ষমতাসহ মালবাহী ৰে’লৰ ডবা পাৰ কৰাৰ পৰীক্ষা অতি শীঘ্ৰেই সম্পন্ন কৰা হ’ব।

ৰে’লৱে সূত্ৰটোৱে জনাইছে যে ধামলগাঁৱৰ ওচৰৰ ‘স্থলপথ উৰণীয়া সেতু’খন (ROB)  বাদ দি বাকী সকলো কাম অক্টোবৰ মাহৰ ভিতৰতেই সম্পূৰ্ণ কৰি তোলা হ’ব।

এই দলংখনে ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰিব। সীমান্ত এলেকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো শক্তিশালী কৰাৰ উপৰিও এই দলংখনে এই ঠাইখিনিৰ অৰ্থনৈতিক বিকাশৰ ধাৰাটোক ত্বৰান্বিত কৰিব।

উল্লেখ্য যে যোৱা মাহত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বগীবিল দলংখন পৰিদৰ্শন কৰিছিল। তেওঁ ব্যক্ত কৰিছিল যে চলিত বছৰৰ শেষৰ ফালে বগীবিল দলংখন জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব আৰু তেওঁ প্ৰধান মন্ত্ৰী মোডীক দলংখন উদ্বোধন কৰাৰ বাবে অনুৰোধ জনায়।

উল্লেখ্য যে সময়সীমা অতিক্ৰম হোৱা বাবে ইতিমধ্যে দলংখনৰ প্ৰকল্প ব্যয় ১,৭৬৭ কোটিৰ পৰা ৫,৮০০ কোটিলৈকে বৃদ্ধি ঘটিছে।

প্ৰণিধানযোগ্য যে দেশৰ ভিতৰতে দীৰ্ঘতম ৰে’লপথ-স্থলপথ দলংখনৰ (৪.৯৪ কি:মি:) নিৰ্মাণকাৰ্য ১৬ বছৰ পূৰ্বে— ২০০২ চনৰ ২১ এপ্ৰিলত আৰম্ভ কৰা হৈছিল। ১৯৯৭ চনৰ ২২ জানুৱাৰিত প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ্চ ডি দেবগৌড়াই আধাৰশিলা স্থাপন কৰাৰ পাছত প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে দলংখন উদ্বোধন কৰিছিল।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd