• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগীবিল দলঙত প্ৰথমটো স্পীড টেষ্ট সম্পন্ন উ: পূ: সীমান্ত ৰে’লৱেৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
October 3, 2018 7:42 pm
Bogibeel-bridge-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উ: পূ: সীমান্ত ৰে’লৱেই  ৩ অক্টোবৰত বহু প্ৰত্যাশিত বগীবিল দলঙৰ ওপৰত প্ৰথমটো স্পীড টেষ্ট সম্পন্ন কৰে।  বগীবিলৰ পৰা ৭.৫ কি:মি: নিলগৰ দলঙৰ দক্ষিণফালে অৱস্থত ধামলগাঁও ৰে’ল ষ্টেশ্যনৰ পৰা এটা ৰে’ল ইঞ্জিনেৰে এই সৰীক্ষা সম্পন্ন কৰা হয়।

উ: পূ: সীমান্ত ৰে’লৱেৰ সূত্ৰ এটাই জনোৱা মতে ১২০ কি:মি:/ঘণ্টা বেগত এই পৰীক্ষা সম্পন্ন কৰা হয়।  ইয়াৰ পূৰ্বে ২০ ছেপ্টেম্বৰত ৰে’লপথৰ কিছু কাম সস্পন্ন কৰাৰ বাবে দলঙৰ ওপৰেৰে এটা ট্ৰেক মেচিন পাৰ কৰি নিয়া হৈছিল।

Apply Now

উল্লেখ্য যে দলংখন উদ্বোধন কৰাৰ পূৰ্বে আৰু এবাৰ সৰ্বোচ্চ বহন ক্ষমতাসহ মালবাহী ৰে’লৰ ডবা পাৰ কৰাৰ পৰীক্ষা অতি শীঘ্ৰেই সম্পন্ন কৰা হ’ব।

ৰে’লৱে সূত্ৰটোৱে জনাইছে যে ধামলগাঁৱৰ ওচৰৰ ‘স্থলপথ উৰণীয়া সেতু’খন (ROB)  বাদ দি বাকী সকলো কাম অক্টোবৰ মাহৰ ভিতৰতেই সম্পূৰ্ণ কৰি তোলা হ’ব।

এই দলংখনে ডিব্ৰুগড় আৰু ধেমাজি জিলাক সংযোগ কৰিব। সীমান্ত এলেকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো শক্তিশালী কৰাৰ উপৰিও এই দলংখনে এই ঠাইখিনিৰ অৰ্থনৈতিক বিকাশৰ ধাৰাটোক ত্বৰান্বিত কৰিব।

উল্লেখ্য যে যোৱা মাহত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বগীবিল দলংখন পৰিদৰ্শন কৰিছিল। তেওঁ ব্যক্ত কৰিছিল যে চলিত বছৰৰ শেষৰ ফালে বগীবিল দলংখন জনসাধাৰণৰ বাবে মুকলি কৰা হ’ব আৰু তেওঁ প্ৰধান মন্ত্ৰী মোডীক দলংখন উদ্বোধন কৰাৰ বাবে অনুৰোধ জনায়।

উল্লেখ্য যে সময়সীমা অতিক্ৰম হোৱা বাবে ইতিমধ্যে দলংখনৰ প্ৰকল্প ব্যয় ১,৭৬৭ কোটিৰ পৰা ৫,৮০০ কোটিলৈকে বৃদ্ধি ঘটিছে।

প্ৰণিধানযোগ্য যে দেশৰ ভিতৰতে দীৰ্ঘতম ৰে’লপথ-স্থলপথ দলংখনৰ (৪.৯৪ কি:মি:) নিৰ্মাণকাৰ্য ১৬ বছৰ পূৰ্বে— ২০০২ চনৰ ২১ এপ্ৰিলত আৰম্ভ কৰা হৈছিল। ১৯৯৭ চনৰ ২২ জানুৱাৰিত প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ্চ ডি দেবগৌড়াই আধাৰশিলা স্থাপন কৰাৰ পাছত প্ৰয়াত প্ৰধান মন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে দলংখন উদ্বোধন কৰিছিল।

অভিক চক্ৰবৰ্তী

অভিক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd