• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এ পি এছ চিৰ পৰীক্ষাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ কাষ চাপিছে অসন্তুষ্ট প্ৰাৰ্থী : নিৰ্দিষ্ট ক’চিং চেন্টাৰলৈ আঙুলি

এন ই নাও নিউজ by এন ই নাও নিউজ
October 6, 2018 7:47 am
550250-apsc
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম লোকসেৱা আয়োগৰ কাম-কাজত অসন্তুষ্ট হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাষ চাপিছে ২০১৬ বৰ্ষৰ মূল পৰীক্ষাত অৱতীৰ্ণ একাংশ প্ৰাৰ্থীয়ে। বাছনি প্ৰক্ৰিয়াত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি একাংশ অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ-পত্ৰ দাখিল কৰিছে।

এই অসন্তুষ্ট প্ৰাৰ্থীসকলে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱা, নিৰ্দিষ্ট ক’চিং চেণ্টাৰত ক’চিং লোৱা প্ৰাৰ্থীয়ে অস্বাভাৱিকভাৱে উত্তীৰ্ণ হোৱাকে ধৰি বিভিন্ন অভিযোগ সম্বলিত এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীক প্ৰদান কৰিছে।

Apply Now

২০১৬ বৰ্ষৰ মূল লিখিত পৰীক্ষাৰ ফলাফল যোৱা ২৮ ছেপ্টেম্বৰত ঘোষণা কৰা হৈছিল।অসম অসামৰিক সেৱা আৰু সংলগ্ন সেৱাৰ মুঠ ২০৫টা পদৰ বিপৰীতে ৪৩০গৰাকী প্ৰাৰ্থী মূল পৰীক্ষাত উত্তীৰ্ণ হৈছিল।

ইপিনে পৰীক্ষাৰ ফলাফল দেখি একাংশ প্ৰাৰ্থী হতবাক হৈ পৰে। কিয়নো মূল পৰীক্ষাত উত্তীৰ্ণ হোৱা ৪৩০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৬৭ গৰাকী প্ৰাৰ্থীয়ে এটা নিৰ্দিষ্ট ক’চিং চেণ্টাৰৰ। অৰ্থাৎ, এটা ক’চিং চেণ্টাৰত প্ৰশিক্ষণ লৈ ১৬৭গৰাকী প্ৰাৰ্থী মূল পৰীক্ষাত উত্তীৰ্ণ হয়।

জানিব পৰা মতে ১৬৭গৰাকী উত্তীৰ্ণ প্ৰাৰ্থী গুৱাহাটীৰ এটা বিশেষ আই এ এছ ক’চিং চেণ্টাৰৰ। ইয়াতেই সন্দেহ ঘনীভূত হৈ মুখ্যমন্ত্ৰীৰ কাষ চাপিছে একাংশ বঞ্চিত প্ৰাৰ্থী। তেওঁলোকে অসম লোকসেৱা আয়োগৰ অধ্যক্ষৰ ওচৰতো সুকীয়া অভিযোগ-পত্ৰ দাখিল কৰে।

এতিয়া এই অভিযোগ-পত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে। অসম লোকসেৱা আয়োগৰ সংস্কাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি দাবী কৰি অহাৰ সময়তে ২০১৬ চনৰ মূল পৰীক্ষাত অৱতীৰ্ণ একাংশ প্ৰাৰ্থীয়ে দুৰ্নীতিৰ অভিযোগ আনিছে।

তাৎপৰ্যপূৰ্ণভাৱে, একাংশ প্ৰাৰ্থীয়ে অনা অভিযোগ অনুসৰি আই আই টি, এন আই টিৰ ছাত্ৰ-ছাত্ৰীয়ো অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ সক্ষম নহ’ল। সেইদৰে কলেজ শিক্ষকৰ বাবে অৰ্হতা অৰ্জন কৰিবলৈ সক্ষম নেট, শ্লেট, পি এইচ ডি থকা বহু প্ৰাৰ্থী উত্তীৰ্ণ নোহোৱাৰ বিপৰীতে বিশেষ এটা ক’চিং চেণ্টাৰৰ ছাত্ৰ-ছাত্ৰীয়ে কেনেকৈ অস্বাভাৱিক হাৰত উত্তীৰ্ণ হ’ল সেয়া সন্দেহৰ আৱৰ্তত সোমাই পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd