• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাৰ্বি আংলঙৰ কাকচাং জলপ্ৰপাতত বন্ধুৰ সৈতে বনভোজ খাবলৈ গৈ যুৱকৰ ৰহস্যজনক মৃত্যু

উত্তম শইকীয়া by উত্তম শইকীয়া
October 7, 2018 9:56 pm
Kakochang waterfall
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ সমীপৰ কাৰ্বি আংলং জিলাৰ কাকচাং জলপ্ৰপাতত পিকনিক খাবলৈ আহি আজি এজন যুৱকে ৰহস্যজনক ভাৱে মৃত্যুক সাৱতি ল’ব লগা হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে যোৰহাটৰ কেন্দুগুৰিৰ কুলভূষণ কলিতা নামৰ যুৱকজনে তেওঁৰ ৩ বন্ধুৰ সৈতে আজি পুৱাতে কাকচাং জলপ্ৰপাতত উপস্থিত হৈছিল।

Apply Now

তেওঁৰ বন্ধুকেইগৰাকীয়ে দিয়া ভাষ্য অনুসৰি পিকনিক খোৱাৰ স্থানত উপস্থিত হোৱাৰ পিছত ৰান্ধনিক ভাত বনাবলৈ দি ৪ বন্ধু আড্ডাত বহিছিল, ইয়াৰ মাজতেই এজন বন্ধুসহ কুলভূষণ সাঁতুৰিবলৈ বুলি জলপ্ৰপাতটোত নামি গৈছিল। কিন্তুু সাঁতুৰি থকা অৱস্থাতে ৩ বন্ধুৰ চকুৰ সন্মুখতেই তেওঁ জলপ্ৰপাতটোৰ দ পানীত ডুব যায়, এগৰাকী বন্ধুৱে তেওঁক বচাবৰ বাবে চেষ্টা কৰিছিল যদিও সফল নহ’ল ৷

পৰৱৰ্তী সময়ত গোলাঘাট আৰু বোকাখাতৰ পৰা অহা এছ ডি আৰ এফৰ ডুবাৰু জোৱানে অভিযান চলাই ৫ ঘন্টাৰ অন্তত কুলভূষণৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

উল্লেখযোগ্য যে ৯ মাহ পূৰ্বে বিবাহ পাশত আৱদ্ধ হোৱা কুলভূষণ কলিতা এইবাৰৰ সৈতে তৃতীয়বাৰৰ বাবে কাকচাঙৰ জলপ্ৰপাতটোলৈ আহিছিল।

আনহাতে, যোৱা দুটা বছৰত পৰ্যটকৰ অভাৱনীয় ভীৰ হোৱা কাকচাঙলৈ বহু যুৱক কেৱল সুৰা সেৱনৰ বাবেই আহে বুলি স্থানীয় ৰাইজে অভিযোগ কৰে। জলপ্ৰপাতটোৰ চাৰিওফালে বিলাতী সুৰাৰ লগতে বিয়েৰৰ খালী বটলে নধৰা হৈ আছে।

কুলভূষণ কলিতাৰ লগতে তেওঁৰ ৩ বন্ধুৱে আড্ডা দিয়া স্থানতো সুৰাৰ বটলৰ লগতে মাংস, চিগাৰেটৰ পেকেট আদি পোৱা গৈছে। তদুপৰি উক্ত ঘটনা সংঘটিত হোৱাৰ সময়ত জলপ্ৰপাতটোত কেৱল কুলভূষণ কলিতাহঁতৰ দলটোহে আছিল বুলি জানিব পৰা গৈছে।

ঘটনা সংক্ৰান্তত কাৰ্বি আংলঙৰ ডলামৰা আৰক্ষীয়ে ৩ বন্ধুক সোধপোচ অব্যাহত ৰখাৰ লগতে তেওঁৰ মৃতদেহটোক মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ তদন্তৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

যন্তৰ মন্তৰত প্ৰতিবাদৰ অন্ত, স্বাভাৱিক অৱস্থালৈ দিল্লী মেট্ৰ’ আৰু ইণ্টাৰনেট সেৱা

July 26, 2026 11:33 am
চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

চৰকাৰে সংবিধান মানি শাসন কৰিব লাগিব, অন্যথা গাদী এৰিব লাগিব!

July 26, 2026 10:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 26, 2026 12:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd