• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চিৰাঙৰ ৫১ গৰাকী দুগ্ধ হিতাধিকাৰীৰ মাজত গাখীৰ উৎপাদনৰ সামগ্ৰী বিতৰণ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 8, 2018 6:44 pm
IMG_20181008_121747

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বি টি চিৰ পশুপালন বিভাগৰ ডায়েৰি উন্নয়নৰ এছ অ পি ডি(SOPD) আঁচনিৰ অধীনত বি টি চিৰ চাৰিখন জিলাত বিশুদ্ধ গাখীৰ উৎপাদনৰ লক্ষ্যৰে মুঠ ৮৬ গৰাকী হিতাধিকাৰীক দুগ্ধ সামগ্ৰী বিতৰণৰ বাবে বাছনি কৰিছিল। এই উপলক্ষে  কোকৰাঝাৰ চহৰৰ তিতাগুৰীস্থিত বি টি চিৰ পশুপালন বিভাগৰ কাৰ্যালয়ত আজি আনুষ্ঠানিকভাৱে প্ৰথম পৰ্যায়ত চিৰাং জিলাৰ মুঠ ৫১ গৰাকী হিতাধিকাৰীৰ মাজত দুগ্ধ উৎপাদনৰ সামগ্ৰী বিতৰণ কৰে।

সামগ্ৰী বিতৰণী অনুষ্ঠানত বি টি চিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে আনুষ্ঠানিকভাৱে হিতাধিকাৰী সকলৰ মাজত দুগ্ধ সামগ্ৰী সমূহ বিতৰণ কৰি গাখীৰ উৎপাদনকাৰী সকলক জনতাৰ সু-স্বাস্থ্যৰ বাবে বিশুদ্ধ গাখীৰ যোগান ধৰাৰ বাবে আহ্বান জনায়।

Apply Now

তেওঁ লগতে বি টি চিৰ পশুপালন বিভাগৰ ডায়েৰী উন্নয়নৰ এছ অ পি ডি আঁচনিৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ইতিমধ্যে চাৰিখন জিলাতে ৮৬ গৰাকী দুগ্ধ হিতাধিকাৰীক এই আঁচনিত সামৰি লোৱা বুলি সদৰি কৰে। এইক্ষেত্ৰত বি টি চিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে বি টি চিত সম্প্ৰতি ডায়েৰি ফাৰ্মেৰে বহু নিৱনুৱা যুৱক-যুৱতী আত্মসংস্থাপন হোৱাৰ লগতে বি টি চিত দুগ্ধ উৎপাদন দ্ৰুত গতিত বৃদ্ধি হোৱা বুলিও দাবী কৰে।

উল্লেখ্য যে, আজিৰ অনুষ্ঠানত দুগ্ধ উৎপাদনকাৰী সকলক গাখীৰ যোগান ধৰাৰ বাবে ২০ লিটাৰ আৰু ৪০ লিটাৰৰ দুটাকৈ ড্ৰাম, গাখীৰৰ পৰা ক্ৰীম বনোৱা মেচিন, হিতাধিকাৰীৰ সুবিধাৰ্থে ৰেইন কোট, গাম বুট আৰু হেণ্ড গ্লোভ বিতৰণ কৰে।

অনুষ্ঠানত বি টি চিৰ ডায়েৰি উন্নয়ন বিষয়া জয়নাল হকে প্ৰথম পৰ্যায়ত চিৰাং জিলাক প্ৰাধান্য দিয়াৰ কথা উল্লেখ কৰি দূৰ্গোৎসৱৰ পিছতে দ্বিতীয় পৰ্যায়ত কোকৰাঝাৰ, বাকসা আৰু ওদালগুৰিৰ হিতাধিকাৰীসকলৰ মাজত দুগ্ধ উৎপাদন সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সদৰী কৰে।

 

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd