• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিৰাঙৰ ৫১ গৰাকী দুগ্ধ হিতাধিকাৰীৰ মাজত গাখীৰ উৎপাদনৰ সামগ্ৰী বিতৰণ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , October 8, 2018 6:44 pm

2 min read

IMG_20181008_121747

ফটো : নৰ্থ-ইষ্ট নাও

220
VIEWS
Share on FacebookShare on Twitter

বি টি চিৰ পশুপালন বিভাগৰ ডায়েৰি উন্নয়নৰ এছ অ পি ডি(SOPD) আঁচনিৰ অধীনত বি টি চিৰ চাৰিখন জিলাত বিশুদ্ধ গাখীৰ উৎপাদনৰ লক্ষ্যৰে মুঠ ৮৬ গৰাকী হিতাধিকাৰীক দুগ্ধ সামগ্ৰী বিতৰণৰ বাবে বাছনি কৰিছিল। এই উপলক্ষে  কোকৰাঝাৰ চহৰৰ তিতাগুৰীস্থিত বি টি চিৰ পশুপালন বিভাগৰ কাৰ্যালয়ত আজি আনুষ্ঠানিকভাৱে প্ৰথম পৰ্যায়ত চিৰাং জিলাৰ মুঠ ৫১ গৰাকী হিতাধিকাৰীৰ মাজত দুগ্ধ উৎপাদনৰ সামগ্ৰী বিতৰণ কৰে।

সামগ্ৰী বিতৰণী অনুষ্ঠানত বি টি চিৰ পশুপালন বিভাগৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে আনুষ্ঠানিকভাৱে হিতাধিকাৰী সকলৰ মাজত দুগ্ধ সামগ্ৰী সমূহ বিতৰণ কৰি গাখীৰ উৎপাদনকাৰী সকলক জনতাৰ সু-স্বাস্থ্যৰ বাবে বিশুদ্ধ গাখীৰ যোগান ধৰাৰ বাবে আহ্বান জনায়।

তেওঁ লগতে বি টি চিৰ পশুপালন বিভাগৰ ডায়েৰী উন্নয়নৰ এছ অ পি ডি আঁচনিৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে ইতিমধ্যে চাৰিখন জিলাতে ৮৬ গৰাকী দুগ্ধ হিতাধিকাৰীক এই আঁচনিত সামৰি লোৱা বুলি সদৰি কৰে। এইক্ষেত্ৰত বি টি চিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে বি টি চিত সম্প্ৰতি ডায়েৰি ফাৰ্মেৰে বহু নিৱনুৱা যুৱক-যুৱতী আত্মসংস্থাপন হোৱাৰ লগতে বি টি চিত দুগ্ধ উৎপাদন দ্ৰুত গতিত বৃদ্ধি হোৱা বুলিও দাবী কৰে।

উল্লেখ্য যে, আজিৰ অনুষ্ঠানত দুগ্ধ উৎপাদনকাৰী সকলক গাখীৰ যোগান ধৰাৰ বাবে ২০ লিটাৰ আৰু ৪০ লিটাৰৰ দুটাকৈ ড্ৰাম, গাখীৰৰ পৰা ক্ৰীম বনোৱা মেচিন, হিতাধিকাৰীৰ সুবিধাৰ্থে ৰেইন কোট, গাম বুট আৰু হেণ্ড গ্লোভ বিতৰণ কৰে।

অনুষ্ঠানত বি টি চিৰ ডায়েৰি উন্নয়ন বিষয়া জয়নাল হকে প্ৰথম পৰ্যায়ত চিৰাং জিলাক প্ৰাধান্য দিয়াৰ কথা উল্লেখ কৰি দূৰ্গোৎসৱৰ পিছতে দ্বিতীয় পৰ্যায়ত কোকৰাঝাৰ, বাকসা আৰু ওদালগুৰিৰ হিতাধিকাৰীসকলৰ মাজত দুগ্ধ উৎপাদন সামগ্ৰী বিতৰণ কৰা হ’ব বুলি সদৰী কৰে।

 

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd