• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চৰকাৰী কাম-কাজৰ বিপৰীতে মদ, জুৱাৰ আড্ডাত পৰিণত হৈছে গড়কাপ্তানী বিভাগৰ আৱাস গৃহ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 11, 2018 9:52 am
Screenshot_20181011-084529

ফটো নর্থ-ইষ্ট নাও

226
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাইত এতিয়া চৰকাৰী ভূমি তথা বিভাগৰ আৱাস গৃহত চলিছে অবৈধ কাৰ্যকলাপ সংঘটিত কৰা লোকৰ দপদপনি। জিলাখনৰ জ্যোতি নগৰত থকা গড়কাপ্তানী বিভাগৰ কাৰ্যালয় আৰু আৱাস গৃহ সমূহ বতৰ্মান পৰিণত হৈছে ভুত বাংলালৈ।

চৰকাৰ তথা গড়কাপ্তানী বিভাগৰ চৰম অমনোযোগিতাৰ আৰু অদূৰদৰ্শিতাৰ বাবে জহি খহি গৈছে বিভাগটোৰ বহু মূল্যবান সা-সম্পত্তি। আনকি বিভাগটোৰ এক বৃহৎ পৰিমানৰ ভূমি এতিয়া বেদখলকাৰীৰ দখলত। কাৰ্যালয় তথা আৱাস গৃহত কোনো বিষয়া কৰ্মচাৰী নথকাৰ সুযোগত চোৰে আৱাস গৃহৰ দুৱাৰ, খিৰিকীৰ লগতে বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায়।

উল্লেখযোগ্য যে এই স্থানতে কিছু বছৰ পূৰ্বে গড়কাপ্তানী (পথ) আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ কাৰ্যালৰ লগতে কেইবাটাও অন্যান্য আৱাস গৃহ আছিল। এতিয়া কাৰ্যালয় আৰু আৱাস গৃহ কেইটা বন জংঘলে আৱৰি ধৰিছে।

ভুত বাংলাত
ফটো : নৰ্থ-ইষ্ট নাও

স্থানীয় লোকে এই কাৰ্যালয়টো নতুন কৈ খোলাৰ লগতে আাৱাস গৃহ কেইটা সংৰক্ষণ কৰাৰ বাবে প্ৰশাসনক দাবী জনাই আহিছে যদিও আজিলৈ বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা হাতত নল’লে।

প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈয়ে এতিয়া অঞ্চলটোৰ একাংশ লোকে কাৰ্যালয়টোৰ চৌহদ তথা আৱাস গৃহ সমূহ অসামাজিক কাম-কাজত ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd