• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুগল, ষ্টেনফ’ৰ্দ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ; জাতীয় বিদ্যালয়ৰ ছাত্ৰলৈ বিৰল সন্মান বিশ্বৰ বিজ্ঞানী সমাজৰ

আৰ্য্যৰ আটাইকেইটা গৱেষণাকে মৌলিক ৰূপে স্বীকৃতি দি ছাত্ৰজনক সদস্যভুক্ত কৰিছে বিশ্বৰ পদাৰ্থ বিজ্ঞানীসকলৰ অন্যতম মূল সংগঠন এমেৰিকান ফিজিকেল চচাইটিয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
October 11, 2018 11:32 pm
Asom Jatiya Bidyalay

কৌস্তুভ বি আৰ্য্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ভৱিষ্যতৰ হেলমেট” বিষয়ক গৱেষণাৰ বাবে গুগলৰ মুখ্য কাৰ্য্যালয় আৰু ষ্টেনফ’ৰ্দ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণৰ লগতে আন বহুকেইটা গৱেষণাত বিশ্বৰ পদাৰ্থ বিজ্ঞানী সমাজৰ পৰা বিৰল স্বীকৃতি লাভ কৰিছে গুৱাহাটীৰ অসম জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ কৌস্তুভ বি আৰ্য্যই।

হেলমেট উন্নীতকৰণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ পদাৰ্থ বিজ্ঞানীৰ সৈতে সহযোগিতামূলক গৱেষণাৰ সুযোগো লাভ কৰিছে ১৫ বছৰীয়া আৰ্য্যই।

Theory of Direction, গাড়ীৰ ধূলি নিষ্কাষণত বাধা, ভৱিষ্যৎ FD হেলমে’ট, Naval vest—আৰ্য্যৰ এই আটাইকেইটা গৱেষণাকে মৌলিক ৰূপে স্বীকৃতি দি ছাত্ৰজনক সদস্যভুক্ত কৰিছে বিশ্বৰ পদাৰ্থ বিজ্ঞানীসকলৰ অন্যতম মূল সংগঠন এমেৰিকান ফিজিকেল চচাইটিয়ে।

আনহাতে বিশ্ববিখ্যাত জাৰ্নেল SciVisionৰ অন্তৰ্গত Nanotechnology and applicationত তেওঁৰ Theory of Direction গৱেষণা পত্ৰ হিচাপে প্ৰকাশ পাব। এই পত্ৰ “সৰ্বকনিষ্ঠ গৱেষক”ৰ পত্ৰৰূপে স্বীকৃত হোৱাৰ লগতে এই গৱেষণাক “যুগান্তকাৰী” আখ্যা দিছে জাৰ্নেলখনে।

“Naval vest” আৰু “Theory of Direction”ৰ বাবে ক্ৰমে ফিনলেণ্ড (১৫ৰ পৰা ১৭ অক্তোবৰ) আৰু ইটালি (২১-২৩ অক্তোবৰ)ত হ’ব লগা ৩১ সংখ্যক Material science conference আৰু World Magnetic Material Summitত নিজৰ গৱেষণাৰ বিষয়ে বক্তৃতা দিয়াৰ বাবে বিশ্বৰ সৰ্বকনিষ্ঠ গৱেষকৰূপেও আমন্ত্ৰিত হৈছে আৰ্য্য।

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ত বৃহস্পতিবাৰে আয়োজিত এক সংবাদমেলত ছাত্ৰজনে লাভ কৰা এই দুৰ্লভ স্বীকৃতিৰ বিষয়ে সদৰী কৰে বিদ্যালয় কৰ্তৃপক্ষই। সংবাদমেলখনত ছাত্ৰ আৰ্য্যৰ উপৰি তেওঁৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু মাক-দেউতাকো উপস্থিত আছিল।

আৰ্য্য গুৱাহাটীৰ কুইন তালুকদাৰ বৈশ্য আৰু ডা০ বসন্ত কুমাৰ বৈশ্যৰ সন্তান।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

‘গোবিন্দা কেৱল মাত্ৰ মোৰ’: বিবাহ বিচ্ছেদৰ বাতৰিক নস্যাৎ সুনীতা আহুজাৰ

August 27, 2025 7:15 pm
মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

মালা বিক্ৰেতাৰ পৰা ৰূপালী পৰ্দালৈ: কুম্ভ মেলাৰ ভাইৰেল গাৰ্ল মনালিছা ভোছলেৰ মালয়ালম চিনেমাত অভিষেক

August 27, 2025 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

এই পূজাই গণেশ উৎসৱৰ সময়ত ৪০০ কোটি টকাৰ বীমা লাভ কৰিলে, আনকি ‘লালবাঘচা ৰাজা’ও থাকিল পিছ পৰি

August 27, 2025 9:10 pm
বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

বনতাৰাৰ তদন্তঃ উৎকোচ লোৱাৰ অভিযোগত নিলম্বিত বিষয়াক অনুসন্ধানকাৰী দলত স্থান দিয়াক লৈ প্ৰশ্নচিহ্ন

August 27, 2025 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd