• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিত্তীয় খেলিমেলিৰ অভিযোগত উত্তৰ লখিমপুৰ পৌৰ পৰিষদৰ সহকাৰী অভিযন্তা গ্ৰেপ্তাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
October 16, 2018 3:50 pm
2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ লখিমপুৰ পৌৰ পৰিষদৰ এগৰাকী সহকাৰী অভিযন্তাক ২০ লাখ টকাৰ বিত্তীয় খেলিমেলি কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উত্তৰ লখিমপুৰ দৈনিক বজাৰৰ প্ৰথম মহলাত এটা সেৱা কেন্দ্ৰ নিৰ্মাণ সমিতিৰ সম্পাদকৰ দায়িত্বত আছি পৰাগ দত্ত নামৰ সহকাৰী অভিযন্তাগৰাকী।  অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ লখিমপুৰ পৌৰ পৰিষদৰ কাৰ্যবাহী বিষয়া দেবাশিষ গোস্বামীৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০, ৪০৯, ৩৪ ধাৰা অনুসৰি পঞ্জীয়ন হোৱা ১১০৮/২০১৮ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। পৌৰ পৰিষদখনৰ তদানিন্তন সভাপতি জিতেন গগৈকো দোষী সাব্যস্ত কৰা হৈছে তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে।

উল্লেখ্য যে ২০১৩-১৪ চনত উত্তৰ লখিমপুৰ পৌৰ পৰিষদে উত্তৰ লখিমপুৰ দৈনিক বজাৰৰ প্ৰথম মহলাত ২০ লাখ টকা ব্যয়সাপেক্ষে এটা সেৱা কেন্দ্ৰ নিৰমাণ কৰিছিল কিন্তু আজিকো পতি তাক ব্যৱহাৰ নকৰাকৈ পেলাই থৈ দিছে।

Apply Now

উত্তৰ লখিমপুৰ পৌৰ পৰিষদ চহৰখনৰ দৈনন্দিনৰ বিভিন্ন খেলিমেলিৰ বাবে দায়ী বুলিও ইতিমধ্যে প্ৰতীয়মান হৈছে। পৰিষদখনে ঠায়ে ঠায়ে অপৰিকল্পিত নিৰ্মাণৰ বাবে দিয়া অনুজ্ঞাৰ বাবে ইয়াৰ বাসিন্দাসকল ভুগিবলগীয়া হৈছে।

বাণিজ্যিক নিৰ্মাণসমূহ পৌৰ পৰিষদৰ অনুমতিতেই জধে-মধে নিৰ্মাণ কৰা হৈছে। বেমেজালী আঁতৰোৱাৰ বাবে প্ৰাথমিকভাৱে আইন বলৱৎ কৰাৰ বাবেও পৌৰ পৰিষদত কোনো তাই তাৰ পৰিৱৰ্তে নিৰ্বাচিত প্ৰতিনিধিসকলে ৰাজনৈতিক লাভালাভৰ অংকতহে অধিক আগ্ৰহী। নলা-নৰ্দমাবোৰ উন্মুক্ত হৈ থাকে। আনকি উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰতে গাহৰিৰ পাম থকাটোৱে নাগৰিক সভাখনৰ অমনোযোগিতাকেই দেখুৱায়।

চহৰখনত ৰাজহুৱা পৰিবহণৰ বাছ আৰু অন্যন্য যান-বাহনসমূহ য’তে ত’তে ৰখোৱা দেখা যায়। ব্যক্তিগত বাহনসমূহো চহৰখনৰ য’তে ত’তে পাৰ্ক কৰি থোৱা দেখা যায়।

এই সকলোবোৰৰ বাবে উত্তৰ লখিমপুৰ চহৰ ইয়াৰ বাসিন্দাসকলৰ বাবে বিপজ্জনক হৈ পৰিছে। যিহেতু চহৰখনত অভিভাৱকহীনতা দেরা গৈছে সেয়েহে সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়ত হস্তক্ষেপ কৰাৰ এয়াই প্ৰকৃষ্ট সময়।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd