• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিত্তীয় খেলিমেলিৰ অভিযোগত উত্তৰ লখিমপুৰ পৌৰ পৰিষদৰ সহকাৰী অভিযন্তা গ্ৰেপ্তাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
October 16, 2018 3:50 pm
2
363
VIEWS
Share on FacebookShare on Twitter

উত্তৰ লখিমপুৰ পৌৰ পৰিষদৰ এগৰাকী সহকাৰী অভিযন্তাক ২০ লাখ টকাৰ বিত্তীয় খেলিমেলি কৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উত্তৰ লখিমপুৰ দৈনিক বজাৰৰ প্ৰথম মহলাত এটা সেৱা কেন্দ্ৰ নিৰ্মাণ সমিতিৰ সম্পাদকৰ দায়িত্বত আছি পৰাগ দত্ত নামৰ সহকাৰী অভিযন্তাগৰাকী।  অতিৰিক্ত উপায়ুক্ত তথা উত্তৰ লখিমপুৰ পৌৰ পৰিষদৰ কাৰ্যবাহী বিষয়া দেবাশিষ গোস্বামীৰ গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০, ৪০৯, ৩৪ ধাৰা অনুসৰি পঞ্জীয়ন হোৱা ১১০৮/২০১৮ গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। পৌৰ পৰিষদখনৰ তদানিন্তন সভাপতি জিতেন গগৈকো দোষী সাব্যস্ত কৰা হৈছে তেওঁ বৰ্তমান পলাতক অৱস্থাত আছে।

উল্লেখ্য যে ২০১৩-১৪ চনত উত্তৰ লখিমপুৰ পৌৰ পৰিষদে উত্তৰ লখিমপুৰ দৈনিক বজাৰৰ প্ৰথম মহলাত ২০ লাখ টকা ব্যয়সাপেক্ষে এটা সেৱা কেন্দ্ৰ নিৰমাণ কৰিছিল কিন্তু আজিকো পতি তাক ব্যৱহাৰ নকৰাকৈ পেলাই থৈ দিছে।

উত্তৰ লখিমপুৰ পৌৰ পৰিষদ চহৰখনৰ দৈনন্দিনৰ বিভিন্ন খেলিমেলিৰ বাবে দায়ী বুলিও ইতিমধ্যে প্ৰতীয়মান হৈছে। পৰিষদখনে ঠায়ে ঠায়ে অপৰিকল্পিত নিৰ্মাণৰ বাবে দিয়া অনুজ্ঞাৰ বাবে ইয়াৰ বাসিন্দাসকল ভুগিবলগীয়া হৈছে।

বাণিজ্যিক নিৰ্মাণসমূহ পৌৰ পৰিষদৰ অনুমতিতেই জধে-মধে নিৰ্মাণ কৰা হৈছে। বেমেজালী আঁতৰোৱাৰ বাবে প্ৰাথমিকভাৱে আইন বলৱৎ কৰাৰ বাবেও পৌৰ পৰিষদত কোনো তাই তাৰ পৰিৱৰ্তে নিৰ্বাচিত প্ৰতিনিধিসকলে ৰাজনৈতিক লাভালাভৰ অংকতহে অধিক আগ্ৰহী। নলা-নৰ্দমাবোৰ উন্মুক্ত হৈ থাকে। আনকি উপায়ুক্তৰ কাৰ্যালয়ৰ ওচৰতে গাহৰিৰ পাম থকাটোৱে নাগৰিক সভাখনৰ অমনোযোগিতাকেই দেখুৱায়।

চহৰখনত ৰাজহুৱা পৰিবহণৰ বাছ আৰু অন্যন্য যান-বাহনসমূহ য’তে ত’তে ৰখোৱা দেখা যায়। ব্যক্তিগত বাহনসমূহো চহৰখনৰ য’তে ত’তে পাৰ্ক কৰি থোৱা দেখা যায়।

এই সকলোবোৰৰ বাবে উত্তৰ লখিমপুৰ চহৰ ইয়াৰ বাসিন্দাসকলৰ বাবে বিপজ্জনক হৈ পৰিছে। যিহেতু চহৰখনত অভিভাৱকহীনতা দেরা গৈছে সেয়েহে সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়ত হস্তক্ষেপ কৰাৰ এয়াই প্ৰকৃষ্ট সময়।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd