• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম সন্তান অৰিন্দম শইকীয়াৰ ৰেইড ড’ হিমালয়ৰ খিতাপ জয়

ঋতুপল্লব শইকীয়া by ঋতুপল্লব শইকীয়া
October 16, 2018 6:43 pm
IMG-20181014-WA0013
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টীম পলাৰিছৰ সদস্য অসমৰ অৰিন্দম শইকীয়াই লেহত ‘ৰেইড ড’ হিমালয়’ৰ (Raid de Himalaya ) খিতাপ জয় কৰিছে। ১৩ অক্টোবৰ শনিবাৰে অৰিন্দমে এই খিতাপ জয় কৰে।

কাৰ্গিলৰ পৰা ১০ অক্টোবৰত অৰিন্দমৰ এই গৌৰৱময় যাত্ৰা আৰম্ভ হৈছিল আৰু ১৩ অক্টোবৰত সমাপ্ত হৈছিল। তেওঁ কাৰ্গিল, জংস্কাৰ, লাডাখৰ মাজেৰে ৬.৩২.৪৯ ঘণ্টাত লেহত উপস্থিত হৈছিল। চালকসকলে অতি শীতৰ সৈতে মোহাবিলা কৰি এই অঞ্চলেৰে যাত্ৰা কৰিবলগীয়া হৈছিল।

Apply Now

দ্বিতীয় স্থান লাভ কৰিছে কেপ্টেইন এভিএছ গিলে। তেওঁ তেওঁৰ গ্ৰেণ্ড ভিটাৰাখনেৰে অৰিন্দমতকৈ ১০.৫৩ মিনিটত লক্ষ্যস্থানত উপনীত হৈছিল।

উজনি অসমৰ গোলাঘাটৰ বাসিন্দা অৰিন্দমে তেওঁৰ যাত্ৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছিল ৪ বছৰ পূৰ্বে আৰম্ভ কৰিছিল। ইয়াৰ বাবে তেওঁ এখন প’লাৰিছ ক্ৰয় কৰিছিল।

অৰিন্দমে কয়, ‘মোৰ ২০ বছৰ বয়সৰ পৰাই বাজা-১০০০, মিণ্ট-৪০০, ডকাৰ আৰু আন আন আন্তৰ্জাতিক মানৰ অফ ৰ’ড মটৰ স্পৰ্ট ৰেলীত অংশগ্ৰহণ কৰাৰ সপোন পুহি ৰাখিছিলোঁ। মই ভাৰতৰ মটৰস্পৰ্টৰ শীৰ্ষস্থানীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সপোন পুহি ৰাখিছিলোঁ। মই প’লাৰিছখন মোৰ সপোন পূৰ্ণ কৰাৰ বাবে ক্ৰয় কৰিছিলোঁ।

২০১৫ত শইকীয়াই প্ৰথম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল কিন্তু প্ৰতিযোগিতাৰ তৃতীয় দিনা এটা দুৰ্ঘটনাত পতিত হৈছিল। ২০১৬ত আকৌ অংশগ্ৰহণ কৰিছিল কিন্তু এগৰাকী বাইকাৰৰ মৃত্যু হোৱাত সেই বছৰৰ প্ৰতিযোগিতা বাতিল কৰা হৈছিল। ২০১৭ত তেওঁ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা নাছিল।

ৰেচাৰগৰাকীয়ে কৈছে যে ২০১৮ চনটো তেওঁৰ বাবে ডাঙৰ দিন। অফ ৰ’ড ৰেচিঙৰ বাবে বাহনৰ ছাছপেন্সন আৰু লঘূ ওজনৰ হোৱাটো খুব প্ৰয়োজনীয়। প’লাৰিছৰ ১০০০ চিচি ইঞ্জিনে ১১০ অশ্বশক্তি ক্ষমতা যোগান ধৰে। ইয়েই বাহনখনক যথেষ্ট শক্তি প্ৰদান কৰে।

উল্লেখ্য যে ‘ৰেইড ড’ হিমালয়’ হৈছে বিশ্বৰ আটাইতকৈ কঠিন ১০টা মটৰস্পৰ্ট ৰেলীৰ অন্যতম।

ইয়াৰ পূৰ্বে অৰিন্দমে জয়সালমীৰত অনুষ্ঠিত ইণ্ডিয়া বাজা- (India Baja)২০১৮ৰ এক্সট্ৰিম শাখাত ( Xtreme category) চেম্পিয়ন হৈছিল। খিতাপৰ দ্বাৰাই তেওঁ দক্ষিণ আমেৰিকাৰ ডকাৰ ৰেলী-২০১০ আৰু অফ্ৰিকিয়া মেৰজুৱাগা (Afriquia Merzouga) ৰেলী-২০১৯ত  অংশগ্ৰহণৰ প্ৰত্যক্ষ প্ৰৱেশাধিকাৰ লাভ কৰিছে।

ঋতুপল্লব শইকীয়া

ঋতুপল্লব শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

৯/১১ আক্ৰমণৰ ২৫ বছৰ: নিহতসকলক স্মৰণ মোদীৰ, ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত সদায় আগত থাকিব’

September 11, 2026 5:24 pm
কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd