• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সিদ্ধান্ত: অসমৰ জাতীয় সংগঠনসমূহে অনুমতি নিদিলে সমাৱেশ নাপাতে বাঙালী সংগঠনে

বাঙালী সংগঠনকেইটাৰ ঐক্যমঞ্চ চি আৰ পি এফ এ-ই ১৭ নৱেম্বৰত আহ্বান কৰা সমাৱেশকখনক লৈ সমগ্ৰ অসম উত্তপ্ত হৈ থকাৰ মাজতে বৃহস্পতিবাৰে ঐক্যমঞ্চৰ সৈতে অসম সাহিত্য সভাৰ আলোচনা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 26, 2018 4:24 pm
asom sahitya sabha

বৃ্হস্পতিবাৰৰ বৈঠকৰ ছবি। নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ অনুমোদন নহয়, অসমৰ জাতীয় সংগঠনসমূহৰ অনুমতি মৰ্মেহে নিশ্চিত হ’ব ২৬টা বাঙালী সংগঠনে আহ্বান কৰা সমাৱেশ।

বাঙালী সংগঠনকেইটাৰ ঐক্যমঞ্চ চি আৰ পি এফ এ-ই ১৭ নৱেম্বৰত আহ্বান কৰা সমাৱেশকখনক লৈ সমগ্ৰ অসম উত্তপ্ত হৈ থকাৰ মাজতে বৃহস্পতিবাৰে ঐক্যমঞ্চৰ সৈতে অসম সাহিত্য সভাৰ আলোচনা সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Apply Now

“জাতীয় সংগঠনৰ সন্মতি অবিহনে পাতিব নোৱাৰিব এই সমাৱেশ,” এই সিদ্ধান্ত বৃহস্পতিবাৰৰ বৈঠকৰ।

বৈঠকত অসম সাহিত্য সভাৰ নেতৃত্বত এখন সমন্বয় সমিতি গঠন কৰা হৈছে আৰু এই সমিতিয়ে অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লগত আলোচনা কৰিহে বাঙালী সংগঠনে পাতিব বিচৰা মৈত্ৰী  সমাৱেশ অনুষ্ঠিত কৰা সন্দৰ্ভত সিদ্ধান্ত ল’ব।

সমাৱেশখনক লৈ “ভুল বুজাবুজি” হোৱা বুলি পুনৰ দোহাৰি মঞ্চৰ নেতা সৌমেন ভাৰাতীয়াই লগতে ঘোষণা কৰে যে এই সমাৱেশত নাগৰিকত্ব বিধেয়কক লৈ কোনো আলোচনা নহয়।

অৱশ্যে পূৰ্বে বাঙালী সংগঠনৰ মঞ্চটোৱে বিজেপি উত্থাপিত বিধেয়কখনৰ সমৰ্থনত সমাৱেশখন আয়োজন কৰা বুলি হোৱা চৰ্চা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন এৰাই চলে বাঙালী মঞ্চৰ নেতা ভাৰাতীয়াই।

লগতে পঢ়ক– এইবাৰ আলফা নেতাৰ ‘খাটাং’ সকীয়নি বিজেপিৰ শিলাদিত্যক

বিধেয়কখনৰ সমৰ্থনত মঞ্চৰ মুখ্য আহ্বায়ক তথা বিজেপি বিধায়ক শিলাদিত্য দেবে কৰি অহা মন্তব্যই ধাৰাৱাহিকভাৱে বিতৰ্কৰ সৃষ্টি কৰি অহাৰ বিপৰীতে বৃহস্পতিবাৰৰ বৈঠকত তাৎপৰ্য্যপূৰ্ণভাৱে এই বিষয়ক লৈ কাকো বিতৰ্কিত মন্তব্য নকৰিবলৈ “আহ্বান’’ জনোৱা হয়।

সাহিত্য সভাৰ গুৱাহাটীৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা বৈঠকখনত চি আৰ পি এফ এ-ৰ প্ৰতিনিধি শিলাদিত্য দেব, সুকুমাৰ বিশ্বাস, সৌমেন ভাৰাতীয়া আদি নেতা আৰু সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী, প্ৰধান সম্পাদক পদুম ৰাজখোৱাকে ধৰি বিষয়ববীয়াসকল উপস্থিত আছিল।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd