• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নর্থ-ইষ্ট অলিম্পিক গেইমছৰ প্ৰথম দিনা ৪৭টা পদকেৰে মেডেল তালিকাৰ শীৰ্ষত মণিপুৰ

চভাপতি চামম by চভাপতি চামম
October 26, 2018 10:42 am
olympic-medal-

ফটো : নৰ্থ-ইষ্ট নাও

363
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰথম সংখ্যক নৰ্থ-ইষ্ট অলিম্পিক গেইমছত ঘৰুৱা দল মণিপুৰে আৰম্ভণিৰ দিনাই উজ্জ্বীৱিত প্ৰদৰ্শনেৰে মেডেল তালিকাৰ শীৰ্ষত অধিষ্ঠিত হয়।

প্ৰথম দিনাই মণিপুৰে ১৯টা সোণ, ১৩টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ সহায়ত মুঠ ৪৭টা পদকেৰে মেডেল তালিকাত প্ৰথম স্থান দখল কৰে। ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশে ১২টা সোণ, ৫টা ৰূপ আৰু ১৪টা ব্ৰঞ্জ, অসমে ১০টা সোণ, ১৫টা ৰূপ আৰু ১১টা ব্ৰঞ্জৰ পদকেৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় দখল কৰে।

ইম্ফলস্থিত খুমান লাম্পাৰ্ক ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ঘৰুৱা দল মণিপুৰে উশ্বু, জুডো আৰু অসমে টাইকোৱানডো, এথলেটিকছ, জুডো আদিৰ জৰিয়তে প্ৰথম দিনাৰ খেলত সৰ্বাধিক পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

ইফালে মহিলাৰ ৫হেজাৰ মিটাৰ দৌৰত নাগালেণ্ডৰ টি চুচই টিয়ে ১৯:১৫:৫৭ মিনিট সময়ৰ সহায়ত নাগালেণ্ডৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। আনহাতে নাগালেণ্ডৰে এথলীট চাংমোৱে ৰূপৰ পদক আৰু অৰুণাচল প্ৰদেশৰ য়াবাং টালিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।

আনহাতে কাৰাটে আৰু শ্বট পুটতো সোণৰ পদক অৰ্জন কৰে নাগালেণ্ডে। এইদৰে তিনিটা সোণ, ২টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকেৰে মেডেল তালিকাৰ চতুৰ্থ স্থানত থাকে নাগালেণ্ড।

প্ৰথম দিনাৰ খেলত মিজোৰামে ১টা সোণ, ৪টা ৰূপ আৰু ১০টা ব্ৰঞ্জ পদক লাভ কৰাৰ বিপৰীতে ছিকিম, মেঘালয় আৰু ত্ৰিপুৰাই সোণৰ পদক অৰ্জন কৰাত ব্যৰ্থ হয়। এই পৰ্যন্ত মেঘালয়ে ৪টা ৰূপ, ৭টা ব্ৰঞ্জ, ছিকিমে ১টা ৰূপ আৰু ৫টা ব্ৰঞ্জ লাভ কৰাৰ বিপৰীতে ১টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকেৰে তালিকাৰ অন্তিম স্থানত আছে ত্ৰিপুৰা।

উল্লেখযোগ্য যে মণিপুৰ অলিম্পিক সন্থাৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ আঠখন ৰাজ্যই অংশগ্ৰহণ কৰিছে। ২৪-২৮ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত মুঠ ১২টা ইভেণ্ট থাকিব। ইভেন্টসমূহ হ’ল এথলেটিকছ, আৰ্চাৰী, বক্সিং, ফুটবল, টাইকোৱানডো, টেবুল টেনিছ, ভাৰোত্তোলন, উশ্বু, বেডমিণ্টন, জুডো, কাৰাটে আৰু শ্বুটিং।

Recent News

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd