• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নর্থ-ইষ্ট অলিম্পিক গেইমছৰ প্ৰথম দিনা ৪৭টা পদকেৰে মেডেল তালিকাৰ শীৰ্ষত মণিপুৰ

চভাপতি চামম by চভাপতি চামম
October 26, 2018 10:42 am
olympic-medal-

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা প্ৰথম সংখ্যক নৰ্থ-ইষ্ট অলিম্পিক গেইমছত ঘৰুৱা দল মণিপুৰে আৰম্ভণিৰ দিনাই উজ্জ্বীৱিত প্ৰদৰ্শনেৰে মেডেল তালিকাৰ শীৰ্ষত অধিষ্ঠিত হয়।

প্ৰথম দিনাই মণিপুৰে ১৯টা সোণ, ১৩টা ৰূপ আৰু ১৫টা ব্ৰঞ্জৰ সহায়ত মুঠ ৪৭টা পদকেৰে মেডেল তালিকাত প্ৰথম স্থান দখল কৰে। ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশে ১২টা সোণ, ৫টা ৰূপ আৰু ১৪টা ব্ৰঞ্জ, অসমে ১০টা সোণ, ১৫টা ৰূপ আৰু ১১টা ব্ৰঞ্জৰ পদকেৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় দখল কৰে।

Apply Now

ইম্ফলস্থিত খুমান লাম্পাৰ্ক ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত ঘৰুৱা দল মণিপুৰে উশ্বু, জুডো আৰু অসমে টাইকোৱানডো, এথলেটিকছ, জুডো আদিৰ জৰিয়তে প্ৰথম দিনাৰ খেলত সৰ্বাধিক পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

ইফালে মহিলাৰ ৫হেজাৰ মিটাৰ দৌৰত নাগালেণ্ডৰ টি চুচই টিয়ে ১৯:১৫:৫৭ মিনিট সময়ৰ সহায়ত নাগালেণ্ডৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। আনহাতে নাগালেণ্ডৰে এথলীট চাংমোৱে ৰূপৰ পদক আৰু অৰুণাচল প্ৰদেশৰ য়াবাং টালিয়ে ব্ৰঞ্জৰ পদক লাভ কৰে।

আনহাতে কাৰাটে আৰু শ্বট পুটতো সোণৰ পদক অৰ্জন কৰে নাগালেণ্ডে। এইদৰে তিনিটা সোণ, ২টা ৰূপ আৰু ৫টা ব্ৰঞ্জৰ পদকেৰে মেডেল তালিকাৰ চতুৰ্থ স্থানত থাকে নাগালেণ্ড।

প্ৰথম দিনাৰ খেলত মিজোৰামে ১টা সোণ, ৪টা ৰূপ আৰু ১০টা ব্ৰঞ্জ পদক লাভ কৰাৰ বিপৰীতে ছিকিম, মেঘালয় আৰু ত্ৰিপুৰাই সোণৰ পদক অৰ্জন কৰাত ব্যৰ্থ হয়। এই পৰ্যন্ত মেঘালয়ে ৪টা ৰূপ, ৭টা ব্ৰঞ্জ, ছিকিমে ১টা ৰূপ আৰু ৫টা ব্ৰঞ্জ লাভ কৰাৰ বিপৰীতে ১টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদকেৰে তালিকাৰ অন্তিম স্থানত আছে ত্ৰিপুৰা।

উল্লেখযোগ্য যে মণিপুৰ অলিম্পিক সন্থাৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনত উত্তৰ-পূবৰ আঠখন ৰাজ্যই অংশগ্ৰহণ কৰিছে। ২৪-২৮ অক্টোবৰলৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত মুঠ ১২টা ইভেণ্ট থাকিব। ইভেন্টসমূহ হ’ল এথলেটিকছ, আৰ্চাৰী, বক্সিং, ফুটবল, টাইকোৱানডো, টেবুল টেনিছ, ভাৰোত্তোলন, উশ্বু, বেডমিণ্টন, জুডো, কাৰাটে আৰু শ্বুটিং।

চভাপতি চামম

চভাপতি চামম

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd