• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ কলা-সংস্কৃতিৰ প্ৰচাৰৰ বাবে কেজৰিৱাল চৰকাৰে দিল্লীত স্থাপন কৰিব অসমীয়া একাডেমি

মোদী চৰকাৰৰ জুমলাবাজি ওফৰাই পেলাবলৈ আমি আগ বাঢ়িছো : সোমনাথ ভাৰতী

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
October 27, 2018 5:20 pm
Somnath Bharati

গুৱাহাটীত প্ৰেছমীটত আপৰ বিধায়ক সোমনাথ ভাৰতী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ প্ৰতি কেন্দ্ৰৰ চিৰাচৰিত উপেক্ষাৰ মনোভাবৰ বিপৰীতে দিল্লীৰ কেজৰিৱাল চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানীখনত এখন অসমীয়া একাডেমি স্থাপন কৰিবলৈ সিদ্ধান্ত কৰিছে। অসমৰ সাহিত্য, কলা, সংস্কৃতিৰ প্ৰচাৰৰ উদ্দেশ্য আগত লৈ এই সিদ্ধান্ত লৈছে দিল্লী চৰকাৰখনে।

আজি অসম ভ্ৰমণলৈ অহা দিল্লীৰ আম আদমী দলৰ বিধায়ক সোমনাথ ভাৰতীয়ে গুৱাহাটীত সাংবাদিকক সম্বোধন কৰি এই কথা জানিবলৈ দিছে।

Apply Now

কেৱল অসমীয়াই নহয়, দেশৰ মুঠ ১৪টা ভাষাৰ বাবে একাডেমি খুলিব কেজৰিৱাল চৰকাৰে। অৱশ্যে ইয়াৰ এতিয়ালৈ বাজেট নিৰ্ধাৰণ হোৱা নাই বুলি জনায় তেওঁ।

উল্লেখযোগ্য যে সোমনাথ ভাৰতী আম আদমী পাৰ্টীৰ পৰা দিল্লীৰ মালব্য নগৰ সমষ্টিক প্ৰতিনিধিত্ব কৰিছে। অসমত দলৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে বিধায়কজন ৰাজ্যখনলৈ আহিছে। “দিল্লী সমগ্ৰ দেশৰেই হৃদপিণ্ড; দিল্লী অসমৰো দুৱাৰমুখ হওক”, সাংবাদিকৰ আগত এইদৰে কয় ভাৰতীয়ে।

আনহাতে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সমালোচনাতো সৰৱ হয় বিধায়কজন। “মোদী চৰকাৰৰ জুমলাবাজি ওফৰাই পেলাবলৈ আমি আগ বাঢ়িছো।” – এইদৰে কোৱাৰ লগতে তেওঁ সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতিবোৰকো কটাক্ষ কৰে। “কেন্দ্ৰত মোদীৰ লগতে অসমত সৰ্বানন্দ সোণোৱাল চৰকাৰ সকলো প্ৰতিশ্ৰুতি জুমলাত পৰিণত হৈছে। মোদী আৰু সোণোৱাল চৰকাৰৰ ব্যৰ্থতা আমি অসমৰ প্ৰতিঘৰ মানুহক বুজাই দিম।” ভাৰতীৰ মন্তব্য।

ইয়াৰ উপৰি বিধায়কজনে অসমৰ সৰ্বস্তৰৰ মানুহে বিৰোধিতা কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আপৰ সাংসদসকলে সদনত এই বিধেয়কৰ বিৰোধিতা কৰি যাব বুলি আশ্বাস দিয়ে। “দেশৰ দুৰ্ভাগ্য যে ধৰ্মক আধাৰ হিচাপে লৈ থকা দল এটাই চৰকাৰ চলাই আছে।” সোমনাথ ভাৰতীয়ে কয়।

আনহাতে অসমীয়া মানুহৰ দীৰ্ঘস্থায়ী শংকাৰ সৈতে জড়িত আন এটা বিষয় সোৱণশিৰি নদী বান্ধৰ প্ৰসংগও আনে। তেওঁ বৃহৎ নদী বান্ধৰ তীব্ৰ বিৰোধিতা কৰে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd