• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ডিমৌত অসম বন্ধৰ প’ষ্টাৰ লগাবলৈ অহা বিষয়ববীয়াক পহুখেদা; বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ডিমৌ আঞ্চলিক সম্পাদকৰ পদত‍্যাগ

ডিমৌত অসম বন্ধৰ প্ৰভাৱ শূন্য

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
November 3, 2018 3:32 pm
Assam Bandh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন নামৰ সংগঠনটোৱে আজি দিয়া অসম বন্ধৰ মাজতে সংগঠনটোৰ ডিমৌ আঞ্চলিকৰ সম্পাদক ৰাজ ঘোষে নিজৰ দায়িত্বৰ পৰা পদত‍্যাগ কৰে।

আজি ছ’চিয়েল মেডিয়া ফেচবুকৰ জৰিয়তে এই কথা সদৰী কৰি ঘোষে ব‍্যক্তিগত কাৰণত এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।

Apply Now

উল্লেখযোগ্য যে তিনিচুকীয়াৰ ধলা খেৰবাৰীত ৫জন নিৰীহ বঙালী লোকক হত্যা কৰাৰ প্ৰতিবাদত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ‍্যন আজি দিয়া অসম বন্ধৰ প্ৰভাৱ শিৱসাগৰ জিলাৰ ডিমৌত তিলমানো পৰিলক্ষিত নহ’ল। ইয়াৰ পৰিৱৰ্তে ডিমৌৰ ৰাইজে অসম বন্ধক তীব্ৰ প্ৰত্যাহ্বান জনাই স্বতঃস্ফুতভাৱে ৰাজ পথলৈ ওলাইহে আহে।

আনহাতে কালি সদৌ অসম বাঙালী যুৱ ছাত্র ফেডাৰেশ্যন ডিমৌ আঞ্চলিক সমিতিৰ কেইজনমান বিষয়ববীয়াই ডিমৌত বন্ধৰ সমৰ্থনত প’ষ্টাৰ লগাবলৈ আহোতেই স্থানীয় ৰাইজে পহুখেদা দিয়াত তেওঁলোকে ঠাইতে সকলো সামগ্ৰী পেলাই পলাই পত্ৰং দিয়ে।

আজি পুৱাৰ পাঁচ বজাতেই ডিমৌৰ প্ৰতিটো জাতীয় সংগঠনৰ লোকসকল একলগ হৈ ডিমৌ চাৰি আলিত সমৱেত হয় আৰু তেওঁলোকে আজি উদ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশলৈ বাট নাচাই বন্ধৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰে। বন্ধৰ সময়ছোৱাত ডিমৌৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠান, বিদ‍্যালয়, চৰকাৰী কাৰ্যালয় আৰু দোকান পোহাৰ সম্পূৰ্ণভাৱে খোলা থাকে। তদুপৰি ডিমৌৰ অসমীয়া ব্যৱসায়ীসকলে আন দিনাতকৈ আজি সোনকালেই দোকান পোহাৰ খোলা দেখা যায়।

অৱশ্যে দুই এজন বঙালী ব্যৱসায়ীয়ে প্ৰথমে দোকান খোলা নাছিল যদিও পিছত তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠান খুলিবলৈ বাধ্য হয় ৷

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm
মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

মুম্বাইৰ যুৱকে ভুলতে অটো চালকক দিলে ১৫ হাজাৰতকৈ অধিক টকা, তাৰ পিছত যি ঘটিল সেয়া সঁচাকৈয়ে আচৰিত

June 6, 2026 7:54 pm
মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

মন্দিৰৰ মেলাত বিক্ৰী হ’ল ‘মেড ইন পাকিস্তান’ চাদৰ? ভাইৰেল ভিডিঅ’ৰ পিছত তদন্ত আৰম্ভ

June 6, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd