• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগ্ৰীজুলিত আলফা গ’ বেক, অখিল গগৈক গ্ৰেপ্তাৰ কৰক ধ্বনিৰে ৰাজপথত টায়াৰ জ্বলাই বন্ধ সমৰ্থকৰ প্ৰতিবাদ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
November 3, 2018 10:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
ধলা-শদিয়াৰ হত্যাকাণ্ডৰ প্ৰতিবাদত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বনে আজি পুৱাৰ পৰা আহ্বান জনোৱা অসম বন্ধৰ ফলত তামুলপুৰ মহকুমাৰ সাধাৰণ জনজীৱন ব্যাহত হৈ পৰে। আজি পুৱা বন্ধৰ সমৰ্থক সকলে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিত সমবেত হৈ নাগ্ৰীজুলি বজাৰ চকত টায়াৰ জ্বলাই গুৱাবাৰী-নাগ্ৰীজুলি-তামুলপুৰ পথছোৱা অৱৰোধ কৰে।
‘প্ৰতিবাদকাৰী সকলে আলফা গ’ বেক, অখিল গগৈক গ্ৰেপ্তাৰ কৰক, বাঙালী ঐক্য জিন্দাবাদ, অসম পুলিচ হাই হাই, বিজেপি মুর্দাবাদ, উই ৱাণ্ট জাষ্টিছ, বাঙালী বিৰোধী হুঁচিয়াৰ’ আদিকে ধৰি বিভিন্ন শ্ল’গান দি নাগ্ৰীজুলিৰ আকাশ-বতাহ কঁপাই তোলে।
বন্ধৰ সময়ছোৱাত নাগ্ৰীজুলি, গুৱাবাৰী, মাহেন্দ্ৰনগৰ, বিমালানগৰ, কাউলী, কাচুকাটা, ভোলাঝাৰ, বাঙালীপাৰা, দ্বাৰকুচি, তামুলপুৰৰ মহকুমা সদৰৰ ঘগ্ৰাচক, পূৰণ তামুলপুৰ চক, ডিমিলাপাৰ আদিকে ধৰি বৃহত্তৰ অঞ্চলটোত দোকান-পোহাৰ, বিত্তীয় প্ৰতিষ্ঠান আদি বন্ধ থকাৰ উপৰিও ব্যৱসায়িক যানবাহনৰ চলাচল বন্ধ হৈ পৰে আৰু অঞ্চলটোত স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰে।
অৱশ্যে তামুলপুৰ মটঙা চকত  বন্ধৰ সময়ত কিছু সংখ্যক দোকান-পোহাৰ খোলা থকা দেখা যায়। ইপিনে আজি দিনৰ ভাগত তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে তামুলপুৰৰ ৰাজপথত মটৰ চাইকেলেৰে আহি থকা অৱস্থাত অৰ্ধ শতাধিক বন্ধৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰি তামুলপুৰ আৰক্ষী থানাত আবদ্ধ কৰি থয় আৰু বিয়লি ৫ বজাত তেওঁলোকক মুকলি কৰি দিয়ে।
ইফালে বন্ধৰ সময়ত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ লাতিবাৰী অঞ্চলত বন্ধৰ সমাৰ্থক সকলে দুই-এখন বাহনৰ ক্ষতি সাধন কৰা বুলিও জানিব পৰা গৈছে। তামুলপুৰ মহকুমাৰ ঠায়ে ঠায়ে বন্ধৰ সমৰ্থক আৰু বন্ধ বিৰোধীৰ মাজত দুই এটা সৰুসুৰা সংঘাতৰ সৃষ্টি হোৱা বুলিও খবৰ পোৱা গৈছে যদিও তেনে কোনো ডাঙৰ ঘটনা ঘটাৰ খবৰ বাতৰি লিখাৰ পৰলৈ পোহৰলৈ অহা নাই।
Apply Now
দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd