• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৮ নৱেম্বৰত কাৰ্বি আংলঙৰ নৱ নিৰ্মিত ষ্টেডিয়ামত কাৰ্বি আংলং মৰ্নিং ষ্টাৰ আৰু বাংলাদেশৰ আছাডুজামানৰ মাজত প্ৰীতি ফুটবল

নংগী টেৰণ by নংগী টেৰণ
November 5, 2018 9:39 pm
CEM Tuliram Ronghang in the KASA stadium

ফটো : নৰ্থ-ইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৮ নৱেম্বৰত কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ নৱ নিৰ্মিত ফুটবল ষ্টেডিয়ামত কাৰ্বি আংলং মৰ্নিং এফ চি আৰু আছাডুজামান এফ চিৰ মাজত অনুষ্ঠিত হ’ব এখন প্ৰীতি ফুটবল মেচ। আজি এক সংবাদমেল যোগে এই কথা জানিবলৈ দিয়ে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সভাপতি তুলিৰাম ৰংহাঙে।

৮ নৱেম্বৰৰ মেচখনত ভাৰতীয় ফুটবল দলৰ প্ৰাক্তন অধিনায়ক বাইচুং ভূটীয়া উপস্থিত থাকিব বুলি জানিবলৈ দি তুলিৰাম ৰংহাঙে কয়, ‘কাৰ্বি আংলং ক্ৰীড়া সন্থাই নতুনকৈ নিৰ্মাণ কৰা ষ্টেডিয়ামখনত অহা ৮ নৱেম্বৰত প্ৰথমবাৰৰ বাবে পৰীক্ষামূলকভাৱে এখন ফুটবল মেচ অনুষ্ঠিত কৰা হৈছে। সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মেচখনৰ পূৰ্বে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে’।

Apply Now

‘যুৱ প্ৰজন্ম যাতে ক্ৰীড়াৰ দিশত ধাৱমান হয় তাৰ বাবে আমি ক্ৰীড়া আন্তঃগাথনি উন্নয়নত যথেষ্ট পৰিমাণে গুৰুত্ব প্ৰদান কৰিছো।  ক্ৰীড়াৰ জৰিয়তে বিশ্ববাসীৰ মাজত আমি কাৰ্বি আংলঙক চিনাকি দিব বিচাৰো’। এইদৰে কয় তুলিৰাম ৰংহাঙে।

আনহাতে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ফুটবলৰ উপৰি অন্যান্য ক্ৰীড়া কাৰ্যসূচীও গ্ৰহণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। ডিচেম্বৰৰ দ্বিতীয় সপ্তাহত আন্তঃৰাজ্যিক আৰু অহা বৰ্ষৰ জানুৱাৰিত এখন আন্তঃজিলা পৰ্যায়ৰ বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ অনুদান সাপেক্ষে কাৰ্বি আংলঙৰে হানজাংলাংছোত আৰু এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব বুলি ৰংহাঙে সদৰী কৰে।

ইফালে ৮ নৱেম্বৰৰ খেলখনক লৈ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক পংকজ টেৰণে কয়, ‘ষ্টেডিয়ামত প্ৰৱেশৰ বাবে চাৰিখন গেট থাকিব। মেচখনৰ বাবে আমি টিকটৰ ব্যৱস্থা কৰিছো। ভি আই পি টিকটৰ বাবে ১০০০, গেলেৰীৰ বাবে ১০০ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে ৫০ টকা ধাৰ্য কৰা হৈছে’।

৯ হেজাৰ আসনৰ ব্যৱস্থা থকা ষ্টেডিয়ামখনত ৰাতিপুৱা ৯ বজাৰ পৰাই টিকট দিয়া ব্যৱস্থা কৰা হ’ব বুলি সাধাৰণ সম্পাদক টেৰণে জানিবলৈ দিয়ে।

আনহাতে আজিৰ এই সংবাদ মেলত কাৰ্বি আংলং মৰ্নি ষ্টাৰ এফ চিৰ সভাপতি চেংকান ৰংহাঙৰ লগতে কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

নংগী টেৰণ

নংগী টেৰণ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm
‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

‘আমেৰিকাই আমাৰ গণতন্ত্ৰত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছে’; অভিযোগ ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ

June 6, 2026 3:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd