• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় পূব মণ্ডল মহিলা বাস্কেটবল প্ৰতিযোগিতা

ময়ূখ গোস্বামী by ময়ূখ গোস্বামী
November 8, 2018 9:22 am
Basketball
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী বিশ্ববিদ্যালয়ত ২০১৮-১৯ বৰ্ষৰ পূব মণ্ডল মহিলা বাস্কেটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। নতুন দিল্লীৰ ভাৰতীয় বিশ্ববিদালয় সন্থাৰ পৃষ্ঠপোষকতাত এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত চলিত বৰ্ষৰ নৱেম্বৰৰ ৯ তাৰিখৰ পৰা ১১ নৱেম্বৰলৈ এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।  এই প্ৰতিযোগিতাত ভাৰতৰ ৩৬খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিব। উক্ত প্ৰতিযোগিতাত যোগদান কৰা মুঠ ৭০টা দলত সৰ্বমুঠ ৪৫০গৰাকী বাস্কেটবল খেলুৱৈয়ে (cagers) অংশগ্ৰহণ কৰিব।

Apply Now

গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতীয়ে এটা সংবাদ বিজ্ঞপ্তিযোগে জনাইছে যে গুৱাহাটী বিশ্ববিদ্যালয়ে খেলুৱৈসকলক আদৰিবলৈ সাজু হৈ আছে আৰু প্ৰতিযোগিতাখন মসৃণভাৱে অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ চলাই আছে।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড০ মৃদুল হাজৰিকা আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, ফেকাল্টী মেম্বাৰ, কৰ্মচাৰী আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ (PGSU) সদস্যসকলে এই প্ৰতিযোগিতাখনৰ সফলতাৰ বাবে সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে।

উল্লেখ্য যে এই প্ৰথম বাৰৰ বাবে ভাৰতীয় বিশ্ববিদালয় সন্থাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত এই প্ৰতিযোগিতা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত অনুষ্ঠিত কৰা হ’ব।

ঘাইকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বাস্কেটবল খেলুৱৈসকল তথা ক্ৰীড়াপ্ৰেমীসকলক অনুপ্ৰাণিত কৰিবলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদে এনে ধৰণৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰি শিক্ষাৰ্থীসকলৰ মাজত ক্ৰীড়াক উদগণি দিবলৈ প্ৰচেষ্টা চলাই আহিছে।

উল্লেখ্য যে অক্টোবৰৰ অন্তিম সপ্তাহত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বৰ্ষৰ পূব মণ্ডল (পুৰুষ) বেডমিণ্টন প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত কৰাৰ এমাহৰ ভিতৰতে এনে ধৰণৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবঢ়া হৈছে।

প্ৰতিযোগিতাৰ আৰম্ভণিৰ দিনা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ক্ৰীড়া চৌহদত পুৱা ৯-৩০ বজাত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে আৰু এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমূহ পৰিয়ালবৰ্গত অংশগ্ৰহণ কৰাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে।

ময়ূখ গোস্বামী

ময়ূখ গোস্বামী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd