• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ৰাইজ, দল-সংগঠনৰ প্ৰতিবাদে বচাব নোৱাৰিলে বৰঝাৰ বিমান বন্দৰ; পুঁজিপতিক গতাবলৈ মোদী চৰকাৰৰ অনুমোদন

সংস্কাৰ আৰু চোৱাচিতাৰ খৰচৰ অজুহাতত দেশৰ ঐতিহ্যক্ষেত্ৰ, তৈলক্ষেত্ৰ, ৰেইল ষ্টেইশ্যন, বিমান বন্দৰ একোকে বাদ দিয়া নাই মোদী চৰকাৰে

by
November 10, 2018 7:55 am
LGBI-Airport-750x375

ফাইল ফটো।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোদীৰাজত ন ন কৌশল আৰু ন ন অজুহাতত দেশৰ মূল্যৱান উদ্যোগ, প্ৰতিষ্ঠান আদি ব্যক্তিগতকৰণেৰে পুঁজিপতিৰ হাতত গতাই দিয়াৰ কাৰ্য্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই জনবিৰোধী নীতিৰ শেহতীয়া বলি হ’ল গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

অসমৰ মানুহৰ, দল-সংগঠনৰ সকলো বাধা, প্ৰতিবাদ আওকাণ কৰি বিমান বন্দৰটো ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াটো নিশ্চিত কৰিছে মোদীৰ কেবিনেটে। মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে বিমান বন্দৰটো ব্যক্তিগতকৰণৰ ক্ষেত্ৰত যাৱতীয় অনুমোদন জনাইছে।

Apply Now

ইয়াৰ ফলত বিমান বন্দৰটো ব্যক্তিগত খণ্ডৰ সৈতে যৌথভাৱে অৰ্থাৎ ‘পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ’ (পি পি পি) ব্যৱস্থাৰ অধীনত পৰিচালনা কৰা হ’ব। বিমান বন্দৰটোৰ ৰাজহ সংগ্ৰহকে ধৰি বিভিন্ন দিশত নতুন নীতি-নিয়ম দেখিবলৈ পোৱা যাব আৰু হয়তো অধিক মুনাফাৰ লক্ষ্যৰে যাত্ৰীৰ ওপৰত বোজাৰ সৃষ্টি কৰা হ’ব।

৭ নৱেম্বৰৰ নিশা বহ কেন্দ্ৰীয় কেবিনেটে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উপৰি দেশৰ আন ৫টা বিমান বন্দৰ ক্ৰমে আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, থিৰুৱনন্তপুৰম আৰু মাংগালুৰু বিমান বন্দৰো ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত লৈছে।

মন কৰিব লগীয়া যে পুঁজিপতিসকলৰ স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ এখোজ আগুৱাই কাম কৰি অহা মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজহুৱা খণ্ডৰ হাতৰ পৰা কাঢ়ি নি পুঁজিপতিক গতোৱাৰ ক্ষেত্ৰত দেশৰ ঐতিহ্যক্ষেত্ৰ, ৰেইল ষ্টেইশ্যন, বিমান বন্দৰ, তৈলক্ষেত্ৰ আদি একোকে বাদ দিয়া নাই। এইবোৰ মূল্যৱান উদ্যোগ, প্ৰতিষ্ঠান পুঁজিপতিক গতাবলৈ বিভিন্ন কৌশল আৰু অজুহাতৰ অচিলা লৈ আহিছে মোদী চৰকাৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনক লৈ উত্তপ্ত ৰাজনৈতিক প্ৰেক্ষাপট: নিৰ্বাচনী হিংসাৰ প্ৰতিবাদ ড° হীৰেন গোহাঁইসহ বিশিষ্ট নাগৰিকৰ

September 24, 2026 12:52 pm
ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

ৰক্ষকেই ভক্ষক! উত্তৰ প্ৰদেশত যুৱতীক গণ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী আৰু চি আৰ পি এফ জোৱান

September 24, 2026 12:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

হোৱাইট হাউচত প্ৰৱেশ ‘অধিকাৰ’ নে ‘সুবিধা’? ট্ৰাম্প প্ৰশাসনৰ যুক্তি খণ্ডন কৰি সংবাদ মাধ্যমৰ সপক্ষে আদালতৰ ঐতিহাসিক ৰায়

September 24, 2026 1:36 pm
অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

অকল ফোন আৰু মেছেজ কৰা গ্ৰাহকৰ বাবে ভাল খবৰ! ৰিচাৰ্জৰ খৰচ কমাবলৈ টেলিকম কোম্পানীক কঠোৰ নিৰ্দেশ ট্ৰাইৰ

September 24, 2026 12:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd