• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ ৰাইজ, দল-সংগঠনৰ প্ৰতিবাদে বচাব নোৱাৰিলে বৰঝাৰ বিমান বন্দৰ; পুঁজিপতিক গতাবলৈ মোদী চৰকাৰৰ অনুমোদন

সংস্কাৰ আৰু চোৱাচিতাৰ খৰচৰ অজুহাতত দেশৰ ঐতিহ্যক্ষেত্ৰ, তৈলক্ষেত্ৰ, ৰেইল ষ্টেইশ্যন, বিমান বন্দৰ একোকে বাদ দিয়া নাই মোদী চৰকাৰে

NE NOW NEWS
গুৱাহাটী , November 10, 2018 7:56 am

2 min read

LGBI-Airport-750x375

ফাইল ফটো।

316
VIEWS
Share on FacebookShare on Twitter

মোদীৰাজত ন ন কৌশল আৰু ন ন অজুহাতত দেশৰ মূল্যৱান উদ্যোগ, প্ৰতিষ্ঠান আদি ব্যক্তিগতকৰণেৰে পুঁজিপতিৰ হাতত গতাই দিয়াৰ কাৰ্য্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। এই জনবিৰোধী নীতিৰ শেহতীয়া বলি হ’ল গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

অসমৰ মানুহৰ, দল-সংগঠনৰ সকলো বাধা, প্ৰতিবাদ আওকাণ কৰি বিমান বন্দৰটো ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াটো নিশ্চিত কৰিছে মোদীৰ কেবিনেটে। মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে বিমান বন্দৰটো ব্যক্তিগতকৰণৰ ক্ষেত্ৰত যাৱতীয় অনুমোদন জনাইছে।

ইয়াৰ ফলত বিমান বন্দৰটো ব্যক্তিগত খণ্ডৰ সৈতে যৌথভাৱে অৰ্থাৎ ‘পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ’ (পি পি পি) ব্যৱস্থাৰ অধীনত পৰিচালনা কৰা হ’ব। বিমান বন্দৰটোৰ ৰাজহ সংগ্ৰহকে ধৰি বিভিন্ন দিশত নতুন নীতি-নিয়ম দেখিবলৈ পোৱা যাব আৰু হয়তো অধিক মুনাফাৰ লক্ষ্যৰে যাত্ৰীৰ ওপৰত বোজাৰ সৃষ্টি কৰা হ’ব।

৭ নৱেম্বৰৰ নিশা বহ কেন্দ্ৰীয় কেবিনেটে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উপৰি দেশৰ আন ৫টা বিমান বন্দৰ ক্ৰমে আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, থিৰুৱনন্তপুৰম আৰু মাংগালুৰু বিমান বন্দৰো ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়াৰ সিদ্ধান্ত লৈছে।

মন কৰিব লগীয়া যে পুঁজিপতিসকলৰ স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ এখোজ আগুৱাই কাম কৰি অহা মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ৰাজহুৱা খণ্ডৰ হাতৰ পৰা কাঢ়ি নি পুঁজিপতিক গতোৱাৰ ক্ষেত্ৰত দেশৰ ঐতিহ্যক্ষেত্ৰ, ৰেইল ষ্টেইশ্যন, বিমান বন্দৰ, তৈলক্ষেত্ৰ আদি একোকে বাদ দিয়া নাই। এইবোৰ মূল্যৱান উদ্যোগ, প্ৰতিষ্ঠান পুঁজিপতিক গতাবলৈ বিভিন্ন কৌশল আৰু অজুহাতৰ অচিলা লৈ আহিছে মোদী চৰকাৰে।

Recent News

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

FB_IMG_1611490110105

অসম এথলেটিকছ সন্থা আৰু টিপকাইৰ উদ্যোগত মাৰ্ঘেৰিটাত মাৰাথন দৌৰ , সহস্রাধিকৰ অংশগ্রহণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd