• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট বৌদ্ধ ধৰ্মগুৰু ভান্তে বাবাৰ দেহাৱসান; মুখ্য মন্ত্ৰীৰ শোক প্ৰকাশ

মানস প্ৰতীম গগৈ by মানস প্ৰতীম গগৈ
November 10, 2018 10:12 pm
bhante baba
375
VIEWS
Share on FacebookShare on Twitter

১০০ বছৰত ভৰি দিবলৈ মাজত মাত্ৰ ২টা দিন থকা অৱস্থাত ভাণ্টে বাবা নামে পৰিচিত ভাৰতৰ বিশিষ্ট বৌদ্ধ ধৰ্মগুৰু, লিডুৰ মৌংলাং খামতিস্থিত বৌধ বিহাৰৰ বিহাৰাধ্যক্ষ ইউ গুণাৱান্তা মহাথেৰ আজি সন্ধ্যা ৬ বজাত মাৰ্ঘেৰিটাৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে।

উল্লেখযোগ্য যে ১৯৫৩ চনত বাৰ্মা শাসন মিছনৰ জৰিয়তে ভগৱান বুদ্ধৰ বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসমলৈ অহা ধৰ্মগুৰুগৰাকীয়ে প্ৰথমে মাৰ্ঘেৰিটাৰ ইনথেম আৰু পৰৱৰ্তী সময়ত ১৭শ শতিকাতে লিডুত স্থাপিত এটি সৰু বৌদ্ধ বিহাৰত থাকিবলৈ লয়।

পিছত বিভিন্নজনৰ দান-বৰঙণিৰে তেওঁ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা বৌদ্ধ বিহাৰটো এতিয়া অঞ্চলটোলৈ অহা দেশী-বিদেশী পৰ্যটকৰ অন্য আকৰ্ষণৰ কেন্দ্র বিন্দু।

১৯২৩ চনৰ ১২ নবেম্বৰত ম্যানমাৰৰ টাংগো চহৰৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা ইউ গুণাৱান্তা মহাথেৰেই ১৮ বছৰ বয়সত বৌদ্ধ ভিক্ষু প্ৰয়াত ইউ ৰাজিন্দৰ মহাথেৰৰ ওচৰত শ্ৰমণ দীক্ষা লৈ তপস্বীৰ ব্ৰত গ্ৰহণ কৰিছিল।

বৃহত্তৰ উত্তৰ-পূৰ্বৰ বৌদ্ধ ভিক্ষুসকলৰ ভিতৰত শ্ৰেষ্ঠ ভান্তে আসনৰ গৰাকী এই ধৰ্মগুৰুয়ে ২০১১ বৰ্ষত ম্যানমাৰ চৰকাৰৰ দ্বাৰা ভান্তেসকলৰ সবাটোকে সন্মানীয় উপাধি ‘BHADADANTAN GUNAWUNTHA ABHIDAJA AGAAMAHA SADHANA JOTIKA’ লাভ কৰিছিল।

ভান্তেগৰাকীৰ প্ৰতিটো জন্মদিন তেওঁৰ অনুৰাগীসকলে মৌংলাং বৌদ্ধ মন্দিৰত অনুষ্ঠিত কৰি আহিছে। এইবাৰো ১০০ বছৰীয়া জন্মদিন ব্যাপক ভাৱে উদ্যযাপনৰ প্ৰস্তুতি সম্পূৰ্ন কৰিছিলে যদিও মাত্ৰ দুটা দিন থকা অৱস্থাত হোৱা তেওঁৰ মৃত্যুৱে প্ৰতিজন ভক্তকে শোকাকুল কৰি তুলিছে।

মৃত্যুৰ বাতৰি বিয়পী পৰাৰ লগে লগে মৌংলাং খামতিস্থিত বৌদ্ধ বিহাৰৰ অগন্ন ভক্তৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাও উপস্থিত হৈ ভান্টে বাবাক শেষ শ্ৰদ্ধাঞ্জালী জনায়। ইয়াৰ উপৰি মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ লগতে বহুকেইটা দল সংগঠনে শোক প্ৰকাশ কৰিছে।

ধৰ্মগুৰু গৰাকীৰ মৃতদেহ অহা সাত দিন বৌদ্ধ মন্দিৰতে ৰখাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে ১২ নবেম্বৰত অনুষ্টুপীয়াকৈ তেওঁৰ জন্মদিন পালন কৰা হ’ব বুলি বিধায়ক ভাস্কৰ শৰ্মাই সংবাদমাধ্যমক জানিবলৈ দিয়ে।

ভান্টে বাবাৰ মৃত্যুত ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য, বৃত্ত আৰু গড়কাপ্তানী মন্ত্ৰী হিমন্ত শৰ্মায়ো  গভীৰ শোক প্ৰকাশ কৰিছে।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd